Assamese Literature & Language for Assam TET, CTET & Other Exam (Part-3)
Assam TET Exam
অসমীয়া ভাষা আৰু সাহিত্য
- Assam TET অসমীয়া ভাষা আৰু সাহিত্য eBook - Click to Buy
- Assam TET EVS Guide Book - Click to Buy
- Assam TET Pedagogy Guide Book - Click to Buy
- Assam TET LP/UP Exam Guide Book (Assamese) - Click here to Buy
- Assam TET LP/UP Exam Guide Book (English) - Click here to Buy
1➤
(-প্ৰশ্ন-) কবিতাৰ কিতাপ বনফুল খন কোন ৰচনা কৰা ?
2➤ (-প্রশ্ন-) শংকৰদেৱ গৰুজনাৰ দ্বাৰা ৰচিত বৰগীতৰ সংখ্যা কিমান ?
3➤ (-প্রশ্ন-) নিৰ্মলপ্ৰভা বৰদলৈয়ে কিমান চনত প্ৰবীণা শইকীয়া বঁটা লাভ কৰিছিল ?
4➤ (-প্রশ্ন-) নির্মলপ্ৰভা বৰদলৈৰ আত্মজীৱনীমূলক গ্রন্থ খন হৈছে ?
5➤ (-প্রশ্ন-) লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ গ্ৰন্থ এখন হৈছে ?
6➤ (-প্রশ্ন-) বীণ বৰাগী’ কাব্যগ্রন্থ খনৰ ৰচক কোন ?
7➤ (-প্ৰশ্ন-) উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যোৱা প্ৰথম জন অসমীয়া কোন আছিল ?
8➤ (-প্রশ্ন-) কপিলীপৰীয়া সাধু’ উপন্যাস খনৰ ঔপন্যাসিক জনৰ নাম কি ?
9➤ (-প্রশ্ন-) ৰাজপথে ৰিঙিয়ায় উপন্যাস খনৰ লেখক কোন ?
10➤ (-প্রশ্ন-) আজিৰ মানুহ উপন্যাস খনৰ ৰচক কোন ?
11➤ (-প্রশ্ন-) কমিউনিষ্ট পার্টি কেতিয়া প্রতিষ্ঠা হৈছিল ?
12➤ (-প্রশ্ন-) ইতিহাস চেতনা আৰু আধুনিক চিন্তা-চেতনাৰ অপূর্ব সমাহাৰ ঘটা নৱকান্ত বৰুৱাৰ উপন্যাস দুখনৰ নাম কি ?
13➤ (-প্ৰশ্ন-) প্ৰথম খন অসমীয়া আধুনিক নাটক কানিয়াৰ কীৰ্ত্তন কোনে লিখিছিল ?
14➤ (-প্ৰশ্ন-) কেতিয়া প্ৰথম অসমীয়া আধুনিক নাটক কানিয়াৰ কীৰ্তন প্ৰকাশ হৈছিল?
15➤ (-প্ৰশ্ন-) অসমৰ চৰিত পুথিবিলাক কোন সময়ত লিখা হৈছিল ?
16➤ (-প্রশ্ন-) লক্ষ্মীনাথ বেজবৰুৱাৰ পদুম কুঁৱৰী' উপন্যাসখনৰ পটভূমি কি ?
17➤ (-প্রশ্ন-) বিশিষ্ট গদ্যৰ লক্ষণ কিছুমান হৈছে ?
18➤ (-প্রশ্ন-) লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া চুটিগল্পৰ পাতনি কৰ পৰা মেলিছিল ?
19➤ (-প্রশ্ন-) তলৰ কোনটো দিশ লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পত প্রত্যক্ষ নহয় ?
20➤ (-প্রশ্ন-) তলৰ কোনবিলাক শংকৰদেৱ গুৰুজনাৰ গীত ?
All GK Quiz PDF -- 🎯 Assam History in Assamese with Free PDF
- 🎯 Assam GK in Assamese with Free PDF
- 🎯 Assam GK in English with Free PDF
- 🎯 Assam Culture in Assamese with free PDF
- 🎯 Assamese Literature with Free PDF
- 🎯 Assam Culture in Assamese with free PDF
- 🎯 1000 GK Question in Assamese with Free PDF
- 🎯 Indian Polity with PDF in Assamese
- 🎯 Current Affairs in Assamese
- 🎯 Computer GK with Free PDF
- 🎯 English Grammar with Free PDF
- 🎯 Environmental Science PDF in Assamese
- 🎯 General Science with Free PDF
- 🎯 Social Science in Assamese PDF
Free GK PDF, Assam GK PDF, GK Quiz
এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -
Download Below
Download MCQ PDF - Click Here