Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

Assamese Literature & Language for Assam TET, CTET & Other Exam (Part-5)

Assamese Literature & Language for Assam TET, CTET & Other Exam (Part-3)

Assam TET Exam

অসমীয়া ভাষা আৰু সাহিত্য

  • Assam TET অসমীয়া ভাষা আৰু সাহিত্য eBook - Click to Buy


1➤ (-প্ৰশ্ন-) কবিতাৰ কিতাপ বনফুল খন কোন ৰচনা কৰা ?


2➤ (-প্রশ্ন-) শংকৰদেৱ গৰুজনাৰ দ্বাৰা ৰচিত বৰগীতৰ সংখ্যা কিমান ?


3➤ (-প্রশ্ন-) নিৰ্মলপ্ৰভা বৰদলৈয়ে কিমান চনত প্ৰবীণা শইকীয়া বঁটা লাভ কৰিছিল ?


4➤ (-প্রশ্ন-) নির্মলপ্ৰভা বৰদলৈৰ আত্মজীৱনীমূলক গ্রন্থ খন হৈছে ?


5➤ (-প্রশ্ন-) লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ গ্ৰন্থ এখন হৈছে ?


6➤ (-প্রশ্ন-) বীণ বৰাগী’ কাব্যগ্রন্থ খনৰ ৰচক কোন ?


7➤ (-প্ৰশ্ন-) উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যোৱা প্ৰথম জন অসমীয়া কোন আছিল ?


8➤ (-প্রশ্ন-) কপিলীপৰীয়া সাধু’ উপন্যাস খনৰ ঔপন্যাসিক জনৰ নাম কি ?


9➤ (-প্রশ্ন-) ৰাজপথে ৰিঙিয়ায় উপন্যাস খনৰ লেখক কোন ?


10➤ (-প্রশ্ন-) আজিৰ মানুহ উপন্যাস খনৰ ৰচক কোন ?


11➤ (-প্রশ্ন-) কমিউনিষ্ট পার্টি কেতিয়া প্রতিষ্ঠা হৈছিল ?


12➤ (-প্রশ্ন-) ইতিহাস চেতনা আৰু আধুনিক চিন্তা-চেতনাৰ অপূর্ব সমাহাৰ ঘটা নৱকান্ত বৰুৱাৰ উপন্যাস দুখনৰ নাম কি ?


13➤ (-প্ৰশ্ন-) প্ৰথম খন অসমীয়া আধুনিক নাটক কানিয়াৰ কীৰ্ত্তন কোনে লিখিছিল ?


14➤ (-প্ৰশ্ন-) কেতিয়া প্ৰথম অসমীয়া আধুনিক নাটক কানিয়াৰ কীৰ্তন প্ৰকাশ হৈছিল?


15➤ (-প্ৰশ্ন-) অসমৰ চৰিত পুথিবিলাক কোন সময়ত লিখা হৈছিল ?


16➤ (-প্রশ্ন-) লক্ষ্মীনাথ বেজবৰুৱাৰ পদুম কুঁৱৰী' উপন্যাসখনৰ পটভূমি কি ?


17➤ (-প্রশ্ন-) বিশিষ্ট গদ্যৰ লক্ষণ কিছুমান হৈছে ?


18➤ (-প্রশ্ন-) লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া চুটিগল্পৰ পাতনি কৰ পৰা মেলিছিল ?


19➤ (-প্রশ্ন-) তলৰ কোনটো দিশ লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পত প্রত্যক্ষ নহয় ?


20➤ (-প্রশ্ন-) তলৰ কোনবিলাক শংকৰদেৱ গুৰুজনাৰ গীত ?




Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.