Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

Assamese Literature & Language for Assam TET, CTET & Other Exam (Part-10)

Assamese Literature & Language for Assam TET, CTET & Other Exam (Part-10)

Assam TET Exam

অসমীয়া ভাষা আৰু সাহিত্য


  • Assam TET অসমীয়া ভাষা আৰু সাহিত্য eBook - Click to Buy


1➤ (-প্রশ্ন-) চৰিত পুথি সমূহ ধর্মীয় গ্রন্থৰূপে কত সমাদৃত হৈছিল ?


2➤ (-প্রশ্ন-) দোষহীন আৰু অলংকৃত শব্দার্থই কাব্য বুলি কোনে অভিহিত কৰিছিল ?


3➤ (-প্রশ্ন-) অলংকাৰবাদ মতে কাব্যৰ মূল উপাদান কি ?


4➤ (-প্রশ্ন-) ৰীতিবাদৰ আধাৰ কি ?


5➤ (-প্রশ্ন-) সাহিত্যক পঞ্চমবিধ বিদ্যা বুলি কোনে অভিহিত কৰিছে ?


6➤ (-প্রশ্ন-) কাব্য মীমাংসাৰ হোতা কোন ?


7➤ (-প্ৰশ্ন-) অসমৰ প্ৰথম অজুনা বঁটা প্ৰাপ্ত ব্যক্তিগৰাকী কোন আছিল ?


8➤ (-প্ৰশ্ন-) অসম উপত্যকা সাহিত্য বঁটাৰ প্ৰথম বিজয়ী গৰাকী কোন আছিল ?


9➤ (-প্ৰশ্ন-) অসমৰ প্ৰথম ভাৰত ৰত্ন বঁটা বিজয়ী কোন আছিল ?


10➤ (-প্ৰশ্ন-) অসমৰ প্ৰথম সাহিত্য একাডেমী বঁটা বিজয়ী কোন আছিল ?


11➤ (-প্ৰশ্ন-) কোনখন কিতাপে অসমৰ পৰা প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰে ?


12➤ (-প্রশ্ন-) ভট্টদেৱক ভাগৱত ব্যাখ্যা কৰিবলৈ কোনে মাতি নিছিল ?


13➤ (-প্রশ্ন-) ভট্টদেৱে পাটবাউসীত কাৰ ওচৰত শৰণ লৈছিল ?


14➤ (-প্রশ্ন-) ভট্টদেৱে ভাগৱত ভাঙনিৰ কাম ক'ত আৰম্ভ কৰিছিল ?


15➤ (-প্রশ্ন-) গুৰু দামোদৰদেৱ বিজয়পুৰত থকা কালছোৱাত কবিৰত্ন ভট্টদেৱে ভাগৱতৰ কোনটো পদ ভাঙনি কৰিছিল ?


16➤ (-প্রশ্ন-) ভট্টদেৰে সমগ্ৰ ভাগৱত খন গদ্যৰ মাধ্যমেৰে সংক্ষেপে কাৰ নিৰ্দেশত ভাঙনি কৰিছিল ?


17➤ (-প্রশ্ন-) দেহবিচাৰৰ গীতৰ লগত সম্পর্ক থকা গীতবিধ কি ?


18➤ (-প্রশ্ন-) টেটুকুটি কি ?


19➤ (-প্রশ্ন-) লোকগীতৰ আৰ্হিত ৰচনা কৰা এটা কবিতাৰ নাম লিখা ?


20➤ (-প্রশ্ন-) অসমীয়া লোক সাহিত্যৰ প্ৰথমজন গৱেষক কোন ?




Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.