Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

1000 General knowledge Assamese For Agriculture, PNRD, Assam Police & Other Exam (Part-1)

1000 General knowledge Assamese

For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-1)

 Guide Book (প্ৰয়োজনীয় কিতাপ) =

  • 2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
  • 5000 General Science PDF eBook অসমীয়া মাধ্যমত Click here to Buy
  • 25,000 প্ৰশ্নউত্তৰ Complete Assam Exam Guide - Buy Now

এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক

(Q-1)
(প্ৰশ্ন) ভগৱান বুদ্ধই ক'ত জ্ঞান লাভ কৰিছিল ?

Ans:- বোধগয়া

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-2)
(প্ৰশ্ন) কোনে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল ?

Ans:- স্বামী দয়ানন্দ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-3)
(প্ৰশ্ন) পাঞ্জাৱী ভাষাৰ লিপি কোনটো ?

Ans:- গুৰুমুখী

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-4)
(প্ৰশ্ন) ভাৰতৰ মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণতম বিন্দু কোনটো ?

Ans:- কন্যাকুমাৰী

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-5)
(প্ৰশ্ন) ভাৰতত সূৰ্য প্ৰথমে কোন খন ৰাজ্যত উদয় হয় ?

Ans:- অৰুণাচল প্ৰদেশ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-6)
(প্ৰশ্ন) কোনটো ৰোগৰ চিকিৎসাত ইনচুলিন ব্যৱহাৰ কৰা হয় ?

Ans:- ডায়েবেটিচ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-7)
(প্ৰশ্ন) কোন খন ৰাজ্যত বিহু বিখ্যাত ?

Ans:- অসম

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-8)
(প্ৰশ্ন) আমলখিত কোনটো ভিটামিন প্ৰচুৰ পৰিমাণে থাকে ?

Ans:- ভিটামিন চি

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-9)
(প্ৰশ্ন) ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল ?

Ans:- উইলিয়াম বেণ্টিংক

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-10)
(প্ৰশ্ন) কোনখন দেশত কাকত আৱিষ্কাৰ কৰা হৈছিল ?

Ans:- চীন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-11)
(প্ৰশ্ন) গৌতম বুদ্ধৰ শৈশৱৰ নাম কি আছিল ?

Ans:- সিদ্ধাৰ্থ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-12)
(প্ৰশ্ন) ভাৰতত সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কমাণ্ডাৰ কোন ?

Ans:- ৰাষ্ট্ৰপতি

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-13)
(প্ৰশ্ন) কোনটো ভিটামিনৰ অভাৱৰ ফলত নিশাৰ অন্ধত্ব হয় ?

Ans:- ভিটামিন এ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-14)
(প্ৰশ্ন) পোংগল কোনখন ৰাজ্যৰ উৎসৱ ?

Ans:- তামিলনাডু

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-15)
(প্ৰশ্ন) গিধা আৰু ভাংৰা কোন ৰাজ্যৰ লোক নৃত্য ?

Ans:- পঞ্জাৱ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-16)
(প্ৰশ্ন) কোনে দূৰদৰ্শন উদ্ভাৱন কৰিছিল ?

Ans:- জন লগী বেয়াৰ্ড

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-17)
(প্ৰশ্ন) ভাৰতৰ প্ৰথম মহিলা শাসক কোন আছিল ?

Ans:- ৰাজিয়া চুলতান

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-18)
(প্ৰশ্ন) মাছ বিলাকে কিহৰ সহায়ত উশাহ লয় ?

Ans:- জলক্লোম

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-19)
(প্ৰশ্ন) কোনে 'ইংকলব জিন্দাবাদ' শ্লোগান দিছিল ?

Ans:- ভগত সিং

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-20)
(প্ৰশ্ন) জালিয়ানৱালা বাগ গণহত্যা কেতিয়া আৰু ক'ত সংঘটিত হৈছিল ?

Ans:- ১৯১৯ খৃষ্টাব্দ পঞ্জাৱৰ অমৃতসৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)


Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.