1000 General knowledge Assamese
For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-2)
✒ Guide Book (প্ৰয়োজনীয় কিতাপ) =
- 2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
- 5000 General Science PDF eBook অসমীয়া মাধ্যমত - Click here to Buy
- 25,000 প্ৰশ্নউত্তৰ Complete Assam Exam Guide - Buy Now

(Q-1)
(প্ৰশ্ন) ১৯৩৯ খৃষ্টাব্দত কংগ্ৰেছ এৰি সুভাষচন্দ্ৰ বসুৱে কোনটো দল গঠন কৰিছিল ?
Ans:-ফৰৱাৰ্ড ব্লক
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-2)
(প্ৰশ্ন) 'পঞ্জাৱ কেশৰী' বুলি কাক কোৱা হয় ?
Ans:-লালা লাজপত ৰায়
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-3)
(প্ৰশ্ন) চণ্ডাৰ্ছক কোনে হত্যা কৰিছিল ?
Ans:-ভগত সিং
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-4)
(প্ৰশ্ন) ১৮৫৭ খৃষ্টাব্দৰ বিদ্ৰোহত কোনে প্ৰথমে নিজৰ জীৱন ত্যাগ কৰিছিল ?
Ans:-মঙ্গল পাণ্ডে
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-5)
(প্ৰশ্ন) ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল ?
Ans:-সৰোজিনী নাইডু
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-6)
(প্ৰশ্ন) দুবাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম মহিলা কোন আছিল ?
Ans:-সন্তোষ যাদৱ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-7)
(প্ৰশ্ন) কাৰ দ্বাৰা 'ব্ৰহ্ম সমাজ' প্ৰতিষ্ঠা কৰা হৈছিল ?
Ans:-ৰাজা ৰামমোহন ৰয়
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-8)
(প্ৰশ্ন) স্বামী দয়ানন্দ সৰস্বতীৰ মূল নাম কি আছিল ?
Ans:-মুলশংকৰ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-9)
(প্ৰশ্ন) 'বেদৰ ফালে ওভটা' শ্লোগান কোনে দিছিল ?
Ans:-দয়ানন্দ সৰস্বতী
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-10)
(প্ৰশ্ন) কোনে 'ৰামকৃষ্ণ মিছন' প্ৰতিষ্ঠা কৰিছিল ?
Ans:-স্বামী বিবেকানন্দ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-11)
(প্ৰশ্ন) ভাস্কোদাগামা কেতিয়া ভাৰতলৈ আহিছিল ?
Ans:-১৪৯৮ চনত
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-12)
(প্ৰশ্ন) ভাস্কোদাগামা ক'ৰ পৰা আছিল ?
Ans:-পৰ্তুগাল
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-13)
(প্ৰশ্ন) হাৱা মহল ক'ত অৱস্থিত ?
Ans:-জয়পুৰ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-14)
(প্ৰশ্ন) কোন শিখ গুৰুক শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক বুলি গণ্য কৰা হয় ?
Ans:-গুৰু নানক
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-15)
(প্ৰশ্ন) শিখসকলৰ মুখ্য উৎসৱ কোনটো ?
Ans:- বৈচাখ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-16)
(প্ৰশ্ন) কোন জন মহাপুৰুষক 'আয়ৰন মেন' বুলি কোৱা হয় ?
Ans:-চৰ্দাৰ পেটেল
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-17)
(প্ৰশ্ন) নেতাজী বুলি কোনজন মহান পুৰুষক জনা যায় ?
Ans:-সুভাষ চন্দ্ৰ বসু
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-18)
(প্ৰশ্ন) দিল্লীত লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিৰ নাম কি ?
Ans:-বিজয় ঘাট
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-19)
(প্ৰশ্ন) মহাভাৰতৰ সৃষ্টিকৰ্তা কোন ?
Ans:-মহৰ্ষি বেদব্যাস
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-20)
(প্ৰশ্ন) অৰ্থশাস্ত্ৰ নামৰ এখন কিতাপ কোনে লিখিছিল ?
Ans:-চাণক্য (কৌটিল্য)
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
Free GK PDF, Assam GK PDF, GK Quiz
এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -
Download Below
Download MCQ PDF - Click Here