Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

1000 General knowledge Assamese For Agriculture, PNRD, Assam Police & Other Exam (Part-2)

1000 General knowledge Assamese

For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-2)

 Guide Book (প্ৰয়োজনীয় কিতাপ) =

  • 2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
  • 5000 General Science PDF eBook অসমীয়া মাধ্যমত Click here to Buy
  • 25,000 প্ৰশ্নউত্তৰ Complete Assam Exam Guide - Buy Now

এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক

(Q-1)
(প্ৰশ্ন) ১৯৩৯ খৃষ্টাব্দত কংগ্ৰেছ এৰি সুভাষচন্দ্ৰ বসুৱে কোনটো দল গঠন কৰিছিল ?

Ans:-ফৰৱাৰ্ড ব্লক

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-2)
(প্ৰশ্ন) 'পঞ্জাৱ কেশৰী' বুলি কাক কোৱা হয় ?

Ans:-লালা লাজপত ৰায়

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-3)
(প্ৰশ্ন) চণ্ডাৰ্ছক কোনে হত্যা কৰিছিল ?

Ans:-ভগত সিং

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-4)
(প্ৰশ্ন) ১৮৫৭ খৃষ্টাব্দৰ বিদ্ৰোহত কোনে প্ৰথমে নিজৰ জীৱন ত্যাগ কৰিছিল ?

Ans:-মঙ্গল পাণ্ডে

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-5)
(প্ৰশ্ন) ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল ?

Ans:-সৰোজিনী নাইডু

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-6)
(প্ৰশ্ন) দুবাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম মহিলা কোন আছিল ?

Ans:-সন্তোষ যাদৱ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-7)
(প্ৰশ্ন) কাৰ দ্বাৰা 'ব্ৰহ্ম সমাজ' প্ৰতিষ্ঠা কৰা হৈছিল ?

Ans:-ৰাজা ৰামমোহন ৰয়

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-8)
(প্ৰশ্ন) স্বামী দয়ানন্দ সৰস্বতীৰ মূল নাম কি আছিল ?

Ans:-মুলশংকৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-9)
(প্ৰশ্ন) 'বেদৰ ফালে ওভটা' শ্লোগান কোনে দিছিল ?

Ans:-দয়ানন্দ সৰস্বতী

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-10)
(প্ৰশ্ন) কোনে 'ৰামকৃষ্ণ মিছন' প্ৰতিষ্ঠা কৰিছিল ?

Ans:-স্বামী বিবেকানন্দ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-11)
(প্ৰশ্ন) ভাস্কোদাগামা কেতিয়া ভাৰতলৈ আহিছিল ?

Ans:-১৪৯৮ চনত

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-12)
(প্ৰশ্ন) ভাস্কোদাগামা ক'ৰ পৰা আছিল ?

Ans:-পৰ্তুগাল

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-13)
(প্ৰশ্ন) হাৱা মহল ক'ত অৱস্থিত ?

Ans:-জয়পুৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-14)
(প্ৰশ্ন) কোন শিখ গুৰুক শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক বুলি গণ্য কৰা হয় ?

Ans:-গুৰু নানক

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-15)
(প্ৰশ্ন) শিখসকলৰ মুখ্য উৎসৱ কোনটো ?

Ans:- বৈচাখ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-16)
(প্ৰশ্ন) কোন জন মহাপুৰুষক 'আয়ৰন মেন' বুলি কোৱা হয় ?

Ans:-চৰ্দাৰ পেটেল

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-17)
(প্ৰশ্ন) নেতাজী বুলি কোনজন মহান পুৰুষক জনা যায় ?

Ans:-সুভাষ চন্দ্ৰ বসু

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-18)
(প্ৰশ্ন) দিল্লীত লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিৰ নাম কি ?

Ans:-বিজয় ঘাট

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-19)
(প্ৰশ্ন) মহাভাৰতৰ সৃষ্টিকৰ্তা কোন ?

Ans:-মহৰ্ষি বেদব্যাস

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-20)
(প্ৰশ্ন) অৰ্থশাস্ত্ৰ নামৰ এখন কিতাপ কোনে লিখিছিল ?

Ans:-চাণক্য (কৌটিল্য)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)


Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.