1000 General knowledge Assamese
For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-3)
✒ Guide Book (প্ৰয়োজনীয় কিতাপ) =
- 2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
- 5000 General Science PDF eBook অসমীয়া মাধ্যমত - Click here to Buy
- 25,000 প্ৰশ্নউত্তৰ Complete Assam Exam Guide - Buy Now

(Q-1)
(প্ৰশ্ন) 'জয় জোৱান, জয় কিষাণ'ৰ শ্লোগান কোনে দিছিল ?
Ans:-লাল বাহাদুৰ শাস্ত্ৰী
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-2)
(প্ৰশ্ন) সংবিধান সভাৰ স্থায়ী অধ্যক্ষ কোন আছিল ?
Ans:-ড. ৰাজেন্দ্ৰ প্ৰসাদ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-3)
(প্ৰশ্ন) সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল ?
Ans:-ডঃ ভীমৰাও আম্বেদকাৰ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-4)
(প্ৰশ্ন) বিশ্ব ৰেড ক্ৰছ দিৱস কোন তাৰিখত উদযাপন কৰা হয় ?
Ans:-মে ৮
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-5)
(প্ৰশ্ন) 'কোনখন দেশ সূৰ্যোদয় দেশ হিচাপে বিখ্যাত ?
Ans:-জাপান
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-6)
(প্ৰশ্ন) আন্তৰ্জাতিক মহিলা দিৱস কোন তাৰিখত পালন কৰা হয় ?
Ans:-মাৰ্চ ৮
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-7)
(প্ৰশ্ন) মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন ?
Ans:- গোৱাঁ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-8)
(প্ৰশ্ন) ওনাম কোন খন ৰাজ্যৰ এটা বিখ্যাত উৎসৱ ?
Ans:-কেৰালা
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-9)
(প্ৰশ্ন) দিল্লী কেতিয়া ভাৰতৰ ৰাজধানী হৈছিল ?
Ans:-1911 চনত
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-10)
(প্ৰশ্ন) কোনটো আটাইতকৈ উজ্জ্বল গ্ৰহ ?
Ans:-শুক্ৰ গ্ৰহ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-11)
(প্ৰশ্ন) ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণী কোনটো ?
Ans:-বাঘ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-12)
(প্ৰশ্ন) ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই কোনবিধ ?
Ans:-ময়ূৰ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-13)
(প্ৰশ্ন) ভাৰতৰ ৰাষ্ট্ৰীয় জলজ জীৱ কোনটো ?
Ans:-গংগা ডলফিন
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-14)
(প্ৰশ্ন) ভাৰতৰ ৰাষ্ট্ৰীয় ফল কোনটো ?
Ans:-আম
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-15)
(প্ৰশ্ন) ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কোনটো ?
Ans:- পদূম
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-16)
(প্ৰশ্ন) ভাৰতৰ ৰাষ্ট্ৰীয় গছ কি ?
Ans:-বট গছ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-17)
(প্ৰশ্ন) ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি ?
Ans:-হকী খেল
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-18)
(প্ৰশ্ন) ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত কিমান ?
Ans:- 3:2
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-19)
(প্ৰশ্ন) ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কোনে লিখিছিল ?
Ans:-ৰবীন্দ্ৰনাথ ঠাকুৰ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-20)
(প্ৰশ্ন) ভাৰতৰ ৰাষ্ট্ৰীয় গীতটো কি ?
Ans:-বন্দেমাতৰম
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
Free GK PDF, Assam GK PDF, GK Quiz
এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -
Download Below
Download MCQ PDF - Click Here