Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

1000 General knowledge Assamese For Agriculture, PNRD, Assam Police & Other Exam (Part-3)

1000 General knowledge Assamese

For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-3)

 Guide Book (প্ৰয়োজনীয় কিতাপ) =

  • 2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
  • 5000 General Science PDF eBook অসমীয়া মাধ্যমত Click here to Buy
  • 25,000 প্ৰশ্নউত্তৰ Complete Assam Exam Guide - Buy Now

এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক

(Q-1)
(প্ৰশ্ন) 'জয় জোৱান, জয় কিষাণ'ৰ শ্লোগান কোনে দিছিল ?

Ans:-লাল বাহাদুৰ শাস্ত্ৰী

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-2)
(প্ৰশ্ন) সংবিধান সভাৰ স্থায়ী অধ্যক্ষ কোন আছিল ?

Ans:-ড. ৰাজেন্দ্ৰ প্ৰসাদ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-3)
(প্ৰশ্ন) সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল ?

Ans:-ডঃ ভীমৰাও আম্বেদকাৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-4)
(প্ৰশ্ন) বিশ্ব ৰেড ক্ৰছ দিৱস কোন তাৰিখত উদযাপন কৰা হয় ?

Ans:-মে ৮

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-5)
(প্ৰশ্ন) 'কোনখন দেশ সূৰ্যোদয় দেশ হিচাপে বিখ্যাত ?

Ans:-জাপান

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-6)
(প্ৰশ্ন) আন্তৰ্জাতিক মহিলা দিৱস কোন তাৰিখত পালন কৰা হয় ?

Ans:-মাৰ্চ ৮

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-7)
(প্ৰশ্ন) মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন ?

Ans:- গোৱাঁ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-8)
(প্ৰশ্ন) ওনাম কোন খন ৰাজ্যৰ এটা বিখ্যাত উৎসৱ ?

Ans:-কেৰালা

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-9)
(প্ৰশ্ন) দিল্লী কেতিয়া ভাৰতৰ ৰাজধানী হৈছিল ?

Ans:-1911 চনত

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-10)
(প্ৰশ্ন) কোনটো আটাইতকৈ উজ্জ্বল গ্ৰহ ?

Ans:-শুক্ৰ গ্ৰহ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-11)
(প্ৰশ্ন) ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণী কোনটো ?

Ans:-বাঘ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-12)
(প্ৰশ্ন) ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই কোনবিধ ?

Ans:-ময়ূৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-13)
(প্ৰশ্ন) ভাৰতৰ ৰাষ্ট্ৰীয় জলজ জীৱ কোনটো ?

Ans:-গংগা ডলফিন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-14)
(প্ৰশ্ন) ভাৰতৰ ৰাষ্ট্ৰীয় ফল কোনটো ?

Ans:-আম

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-15)
(প্ৰশ্ন) ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কোনটো ?

Ans:- পদূম

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-16)
(প্ৰশ্ন) ভাৰতৰ ৰাষ্ট্ৰীয় গছ কি ?

Ans:-বট গছ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-17)
(প্ৰশ্ন) ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি ?

Ans:-হকী খেল

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-18)
(প্ৰশ্ন) ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত কিমান ?

Ans:- 3:2

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-19)
(প্ৰশ্ন) ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কোনে লিখিছিল ?

Ans:-ৰবীন্দ্ৰনাথ ঠাকুৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-20)
(প্ৰশ্ন) ভাৰতৰ ৰাষ্ট্ৰীয় গীতটো কি ?

Ans:-বন্দেমাতৰম

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)


Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.