Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

1000 General knowledge Assamese For Agriculture, PNRD, Assam Police & Other Exam (Part-16)

1000 General knowledge Assamese

For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-16)

 Guide Book (প্ৰয়োজনীয় কিতাপ) =

  • 2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
  • 5000 General Science PDF eBook অসমীয়া মাধ্যমত Click here to Buy

এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক

(Q-1)
(Q) সূৰ্যত সৰ্বাধিক থকা গেছ কোনটো ?

হাইড্ৰজেন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-2)
(Q) পৃথিৱীৰ পৰা দৃশ্যমান আটাইতকৈ উজ্জ্বল গ্ৰহ কোনটো ?

শুক্ৰ গ্ৰহ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-3)
(Q) সৌৰজগতৰ বয়স কিমান ?

6 বিলিয়ন বছৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-4)
(Q) 76 বছৰৰ পিছত কোনটো নেজাল তৰা বা ধুমকেতু দেখা যায় ?

হেলি টেইল ষ্টাৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-5)
(Q) পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব কিমান ?

১৫ কোটি কিলোমিটাৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-6)
(Q) পৃথিৱীত সূৰ্যৰ পোহৰ আহি পাবলৈ কিমান সময় লাগে ?

500 ছেকেণ্ড প্ৰায়

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-7)
(Q) ভাৰতে কেতিয়া আৰু ক'ত প্ৰথম পাৰমাণৱিক পৰীক্ষা কৰিছিল ?

14 মে, 1974 তাৰিখে পোখৰণ (ৰাজস্থান)ত

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-8)
(Q) আমি স্পৰ্শ কৰিব পৰা কম্পিউটাৰটোৰ অংশটোক কি কোৱা হয় ?

হাৰ্ডৱেৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-9)
(Q) কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত সৰ্বশ্ৰেষ্ঠ গেছ কোনটো ?

ৰেডন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-10)
(Q) মনেজাইট বালিত কোনটো খনিজ পোৱা যায় ?

থোৰিয়াম

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-11)
(Q) শৰীৰৰ আটাইতকৈ ডাঙৰ অন্তঃস্ৰাৱী গ্ৰন্থি কোনটো ?

থাইৰইড

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-12)
(Q) পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্তন্যপায়ী কোনটো ?

তিমি

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-13)
(Q) তেজৰ গোট কোনে আৱিষ্কাৰ কৰিছিলে ?

লেণ্ড ষ্টেইনাৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-14)
(Q) এলুমিনিয়ামৰ মুখ্য আকৰিক কোনটো ?

বক্সাইট

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-15)
(Q) কোনটো পৃথিৱীৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আছিল ?

স্পুটনিক-১

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-16)
(Q) কোনটো ডিভাইচৰ দ্বাৰা যান্ত্ৰিক শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত হয় ?

ডায়নামো

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-17)
(Q) কম্পিউটাৰটোৰ অস্থায়ী মেমৰিক কি বুলি কোৱা হয় ?

RAM-Random Excess Memory

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-18)
(Q) ৰিখটাৰ স্কেলৰ দ্বাৰা কি জোখা হয় ?

ভূমিকম্পৰ তীব্ৰতা

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-19)
(Q) পৃথিৱীৰ ভূত্বকত কোনটো ধাতু আটাইতকৈ বেছি ?

এলুমিনিয়াম

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-20)
(Q) কোনটো গ্ৰহক সন্ধিয়াৰ তৰা বুলি কোৱা হয় ?

শুক্ৰ গ্ৰহ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

Quiz PDF Link -


Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.