1000 General knowledge Assamese
For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-16)
✒ Guide Book (প্ৰয়োজনীয় কিতাপ) =
- 2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
- 5000 General Science PDF eBook অসমীয়া মাধ্যমত - Click here to Buy

এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক
(Q-1)
(Q) সূৰ্যত সৰ্বাধিক থকা গেছ কোনটো ?
হাইড্ৰজেন
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-2)
(Q) পৃথিৱীৰ পৰা দৃশ্যমান আটাইতকৈ উজ্জ্বল গ্ৰহ কোনটো ?
শুক্ৰ গ্ৰহ

(Q-3)
(Q) সৌৰজগতৰ বয়স কিমান ?
6 বিলিয়ন বছৰ

(Q-4)
(Q) 76 বছৰৰ পিছত কোনটো নেজাল তৰা বা ধুমকেতু দেখা যায় ?
হেলি টেইল ষ্টাৰ

(Q-5)
(Q) পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব কিমান ?
১৫ কোটি কিলোমিটাৰ

(Q-6)
(Q) পৃথিৱীত সূৰ্যৰ পোহৰ আহি পাবলৈ কিমান সময় লাগে ?
500 ছেকেণ্ড প্ৰায়

(Q-7)
(Q) ভাৰতে কেতিয়া আৰু ক'ত প্ৰথম পাৰমাণৱিক পৰীক্ষা কৰিছিল ?
14 মে, 1974 তাৰিখে পোখৰণ (ৰাজস্থান)ত

(Q-8)
(Q) আমি স্পৰ্শ কৰিব পৰা কম্পিউটাৰটোৰ অংশটোক কি কোৱা হয় ?
হাৰ্ডৱেৰ

(Q-9)
(Q) কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত সৰ্বশ্ৰেষ্ঠ গেছ কোনটো ?
ৰেডন

(Q-10)
(Q) মনেজাইট বালিত কোনটো খনিজ পোৱা যায় ?
থোৰিয়াম

(Q-11)
(Q) শৰীৰৰ আটাইতকৈ ডাঙৰ অন্তঃস্ৰাৱী গ্ৰন্থি কোনটো ?
থাইৰইড

(Q-12)
(Q) পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্তন্যপায়ী কোনটো ?
তিমি

(Q-13)
(Q) তেজৰ গোট কোনে আৱিষ্কাৰ কৰিছিলে ?
লেণ্ড ষ্টেইনাৰ

(Q-14)
(Q) এলুমিনিয়ামৰ মুখ্য আকৰিক কোনটো ?
বক্সাইট

(Q-15)
(Q) কোনটো পৃথিৱীৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আছিল ?
স্পুটনিক-১

(Q-16)
(Q) কোনটো ডিভাইচৰ দ্বাৰা যান্ত্ৰিক শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত হয় ?
ডায়নামো

(Q-17)
(Q) কম্পিউটাৰটোৰ অস্থায়ী মেমৰিক কি বুলি কোৱা হয় ?
RAM-Random Excess Memory

(Q-18)
(Q) ৰিখটাৰ স্কেলৰ দ্বাৰা কি জোখা হয় ?
ভূমিকম্পৰ তীব্ৰতা

(Q-19)
(Q) পৃথিৱীৰ ভূত্বকত কোনটো ধাতু আটাইতকৈ বেছি ?
এলুমিনিয়াম

(Q-20)
(Q) কোনটো গ্ৰহক সন্ধিয়াৰ তৰা বুলি কোৱা হয় ?

Quiz PDF Link -- 1000 General Knowledge (অসমীয়া) - Click Here
- Current Affairs - Click here
- Assam GK MCQ - Click Here
- 500 General Science PDF - Click Here
- English Grammar - Click Here
- All Quiz GK PDF Link
Free GK PDF, Assam GK PDF, GK Quiz
এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -
Download Below
Download MCQ PDF - Click Here

- 1000 General Knowledge (অসমীয়া) - Click Here