1000 General knowledge Assamese
For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-14)
✒ Guide Book (প্ৰয়োজনীয় কিতাপ) =
- 2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
- 5000 General Science PDF eBook অসমীয়া মাধ্যমত - Click here to Buy

এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক
(Q-1)
(Q) ৰঙা ৰক্ত দানা (RBC)ৰ জীৱনকাল কিমান ?
120 দিন
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-2)
(Q) মামৰ প্ৰতিৰোধ কৰিবলৈ লোৰ ওপৰত জিংকৰ স্তৰ প্ৰয়োগ কৰাৰ কাৰ্যক কি কোৱ হয় ?
গেলভানাইজেচন

(Q-3)
(Q) মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম কি ?
কলিজা

(Q-4)
(Q) ভাৰতৰ প্ৰথম তেল শোধনাগাৰ প্ৰকল্প ক'ত অৱস্থিত ?
ডিগবৈ

(Q-5)
(Q) কোন ক্ষেত্ৰৰ বাবে ইউনেস্কোৰ দ্বাৰা কলিঙ্গ বঁটা প্ৰদান কৰা হয় ?
বিজ্ঞানৰ ক্ষেত্ৰত

(Q-6)
(Q) হায়দৰাবাদত চাৰিটা মিনাৰ কোনে নিৰ্মাণ কৰিছিল ?
কুলি কুতুব শ্বাহ

(Q-7)
(Q) সম্পূৰ্ণ স্বাধীনতাৰ বাবে কংগ্ৰেছৰ প্ৰস্তাৱ কেতিয়া আৰু ক'ত গৃহীত হৈছিল ?
১৯২৯ চনৰ লাহোৰ অধিৱেশনত

(Q-8)
(Q) শ্বেত বিপ্লৱৰ সৈতে কি সম্পৰ্কিত ?
গাখীৰ

(Q-9)
(Q) ভাৰতৰ আটাইতকৈ পুৰণি চলমান লোকোমোটিভ কোনটো ?
ফেইৰী কুইন

(Q-10)
(Q) ভাৰতত প্ৰথম জৰুৰীকালীন অৱস্থা কেতিয়া ঘোষণা কৰা হৈছিল ?
চীনা আক্ৰমণৰ সময় (২৬ অক্টোবৰ ১৯৬২)

(Q-11)
(Q) ভাষাৰ আধাৰত হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য কোনখন ?
অন্ধ্ৰ প্ৰদেশ

(Q-12)
(Q) ভাৰতত আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল ?
মুহম্মদ বিন কাছিম (৭১২ চন)

(Q-13)
(Q) চন্দ্ৰগুপ্ত মৌৰ্যৰ আদালতলৈ অহা চেলুকছৰ ৰাষ্ট্ৰদূত কোন আছিল ?
মেগাস্থেনিচ

(Q-14)
(Q) শ্ৰীলংকাৰ পুৰণি নাম কি ?
চিলন

(Q-15)
(Q) কোনে ভিটামিন আৱিষ্কাৰ কৰিছিল ?
কেচিমিৰ ফাংক

(Q-16)
(Q) ষ্টেইনলেছ ষ্টীল হৈছে কোনকেইটা ধাতুৰ মিশ্ৰণ ?
আইৰণ, ক্ৰমিয়াম, নিকেল

(Q-17)
(Q) ব্ৰঞ্জ কি কি ধাতুৰ মিশ্ৰ বা শংকৰ ধাতু ?
তাম আৰু টিন

(Q-18)
(Q) স্বামী বিবেকানন্দই কেতিয়া চিকাগোত অনুষ্ঠিত বিশ্বধৰ্ম সন্মিলনত ভাষণ দিছিল ?
১৮৯৩ চনত

(Q-19)
(Q) জালিয়ানৱালা বাগ গণহত্যা কেতিয়া সংঘটিত হৈছিল ?
১৩ এপ্ৰিল ১৯১৯

(Q-20)
(Q) পৃথিৱীৰ উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন কেতিয়া ?
জুন ২১

Quiz PDF Link -- 1000 General Knowledge (অসমীয়া) - Click Here
- Current Affairs - Click here
- Assam GK MCQ - Click Here
- 500 General Science PDF - Click Here
- English Grammar - Click Here
- All Quiz GK PDF Link
Free GK PDF, Assam GK PDF, GK Quiz
এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -
Download Below
Download MCQ PDF - Click Here

- 1000 General Knowledge (অসমীয়া) - Click Here