Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

1000 General knowledge Assamese For Agriculture, PNRD, Assam Police & Other Exam (Part-14)

1000 General knowledge Assamese

For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-14)

 Guide Book (প্ৰয়োজনীয় কিতাপ) =

  • 2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
  • 5000 General Science PDF eBook অসমীয়া মাধ্যমত Click here to Buy


এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক

(Q-1)
(Q) ৰঙা ৰক্ত দানা (RBC)ৰ জীৱনকাল কিমান ?

120 দিন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-2)
(Q) মামৰ প্ৰতিৰোধ কৰিবলৈ লোৰ ওপৰত জিংকৰ স্তৰ প্ৰয়োগ কৰাৰ কাৰ্যক কি কোৱ হয় ?

গেলভানাইজেচন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-3)
(Q) মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম কি ?

কলিজা

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-4)
(Q) ভাৰতৰ প্ৰথম তেল শোধনাগাৰ প্ৰকল্প ক'ত অৱস্থিত ?

ডিগবৈ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-5)
(Q) কোন ক্ষেত্ৰৰ বাবে ইউনেস্কোৰ দ্বাৰা কলিঙ্গ বঁটা প্ৰদান কৰা হয় ?

বিজ্ঞানৰ ক্ষেত্ৰত

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-6)
(Q) হায়দৰাবাদত চাৰিটা মিনাৰ কোনে নিৰ্মাণ কৰিছিল ?

কুলি কুতুব শ্বাহ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-7)
(Q) সম্পূৰ্ণ স্বাধীনতাৰ বাবে কংগ্ৰেছৰ প্ৰস্তাৱ কেতিয়া আৰু ক'ত গৃহীত হৈছিল ?

১৯২৯ চনৰ লাহোৰ অধিৱেশনত

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-8)
(Q) শ্বেত বিপ্লৱৰ সৈতে কি সম্পৰ্কিত ?

গাখীৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-9)
(Q) ভাৰতৰ আটাইতকৈ পুৰণি চলমান লোকোমোটিভ কোনটো ?

ফেইৰী কুইন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-10)
(Q) ভাৰতত প্ৰথম জৰুৰীকালীন অৱস্থা কেতিয়া ঘোষণা কৰা হৈছিল ?

চীনা আক্ৰমণৰ সময় (২৬ অক্টোবৰ ১৯৬২)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-11)
(Q) ভাষাৰ আধাৰত হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য কোনখন ?

অন্ধ্ৰ প্ৰদেশ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-12)
(Q) ভাৰতত আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল ?

মুহম্মদ বিন কাছিম (৭১২ চন)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-13)
(Q) চন্দ্ৰগুপ্ত মৌৰ্যৰ আদালতলৈ অহা চেলুকছৰ ৰাষ্ট্ৰদূত কোন আছিল ?

মেগাস্থেনিচ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-14)
(Q) শ্ৰীলংকাৰ পুৰণি নাম কি ?

চিলন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-15)
(Q) কোনে ভিটামিন আৱিষ্কাৰ কৰিছিল ?

কেচিমিৰ ফাংক

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-16)
(Q) ষ্টেইনলেছ ষ্টীল হৈছে কোনকেইটা ধাতুৰ মিশ্ৰণ ?

আইৰণ, ক্ৰমিয়াম, নিকেল

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-17)
(Q) ব্ৰঞ্জ কি কি ধাতুৰ মিশ্ৰ বা শংকৰ ধাতু ?

তাম আৰু টিন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-18)
(Q) স্বামী বিবেকানন্দই কেতিয়া চিকাগোত অনুষ্ঠিত বিশ্বধৰ্ম সন্মিলনত ভাষণ দিছিল ?

১৮৯৩ চনত

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-19)
(Q) জালিয়ানৱালা বাগ গণহত্যা কেতিয়া সংঘটিত হৈছিল ?

১৩ এপ্ৰিল ১৯১৯

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-20)
(Q) পৃথিৱীৰ উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন কেতিয়া ?

জুন ২১

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

Quiz PDF Link -


Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.