Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

1000 General knowledge Assamese For Agriculture, PNRD, Assam Police & Other Exam (Part-25)

1000 General knowledge Assamese

For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-25)

 Guide Book (প্ৰয়োজনীয় কিতাপ) =

  • 2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
  • 5000 General Science PDF eBook অসমীয়া মাধ্যমত Click here to Buy

এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক

(Q-1)
(Q) কোনে 'স্কাউট এণ্ড গাইড' প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছিল ?

ৰবাৰ্ট বেডেন পাৱেল

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-2)
(Q) পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো ?

প্ৰশান্ত মহাসাগৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-3)
(Q) কোনখন খেলত 'পেনাল্টি কিক' শব্দটো ব্যৱহাৰ কৰা হয় ?

ফুটবল

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-4)
(Q) ৰঞ্জী ট্ৰফী কোনটো খেলৰ সৈতে সম্পৰ্কিত ?

ক্ৰিকেট

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-5)
(Q) জ্ঞানপীঠ বঁটা কোন ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত ?

সাহিত্য

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-6)
(Q) ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া বঁটা কোনটো ?

ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-7)
(Q) কোন বছৰত অৰ্জুন বঁটা আৰম্ভ হৈছিল ?

1961 চন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-8)
(Q) ভাৰতৰ মানক সময়ৰেখা কোনটো ?

23.5 ডিগ্ৰী পূব দ্ৰাঘিমাংশ ৰেখা এলাহাবাদৰ মাজেৰে পাৰ হৈ গৈআছে

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-9)
(Q) মেগছেছে বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল ?

বিনোভা ভাৱে

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-10)
(Q) 'মনালিছা' হৈছে কাৰ এক বিশ্ববিখ্যাত চিত্ৰ ?

লিওনাৰ্ডো-দ্য-ভিঞ্চি

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-11)
(Q) প্ৰহসন কোন ৰাজ্যৰ লোক নৃত্য কলা ?

হাৰিয়ানা

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-12)
(Q) বিধেয়ক এখন ধন বিধেয়ক হয় নে নহয় কোনে সিদ্ধান্ত লয় ?

লোকসভাৰ অধ্যক্ষ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-13)
(Q) শেষ মোগল সম্ৰাট কোন আছিল ?

বাহাদুৰ শ্বাহ জাফৰ দ্বিতীয়

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-14)
(Q) ধপাত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা বিশ্বৰ প্ৰথমখন দেশ কোনখন ?

ভূটান

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-15)
(Q) কাৰ সৃষ্টি হৈছে 'গোদান' ?

মুন্সি প্ৰেমচান্দ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-16)
(Q) কোনটো ভাইৰাছৰ দ্বাৰা 'ছোৱাইন ফ্লু' সংক্ৰমিত হয় ?

H1N1

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-17)
(Q) ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া উদযাপন কৰা হয় ?

জানুৱাৰী ২৫

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-18)
(Q) ভাৰত চৰকাৰৰ সাংবিধানিক মুৰব্বী কোন ?

ৰাষ্ট্ৰপতি

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-19)
(Q) কোনটো সংবিধান সংশোধনৰ দ্বাৰা সংবিধানত মৌলিক কৰ্তব্য যোগ কৰা হৈছিল ?

৪২ তম

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-20)
(Q) মহাত্মা গান্ধীয়ে নিমখ আইন ভংগ কৰিবলৈ কোনটো আন্দোলন আৰম্ভ কৰিছিল ?

আইন অমান্য আন্দোলন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

Quiz PDF Link -


Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.