Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

EVS Environmental Science for Assam TET, D.El.Ed, B.Ed Entrance, CTET & Other Exam (Part-2)

EVS Environmental Science for Assam TET, D.El.Ed, B.Ed Entrance, CTET & Other Exam (Part-2)



(Q-1)

[-প্ৰশ্ন-].নিম্নলিখিত কোনটো জৈৱিক (biological) উপাদান ?

উত্তৰ:- উদ্ভিদ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-2)
[-প্ৰশ্ন-].পৃথিৱীৰ মেটৰ (scavenger) বা চাফাইকৰ্তা কোন ?

উত্তৰ:- বেক্টেৰিয়া আৰু ভেঁকুৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-3)
[-প্ৰশ্ন-].কোনটো আনুবংশিক কাৰক নহয় ?

উত্তৰ:- শিল

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-4)
[-প্ৰশ্ন-].আমাৰ পৰিৱেশত কোনটো গেছৰ ঘনত্ব সৰ্বাধিক ?

উত্তৰ:- নাইট্ৰজেন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-5)
[-প্ৰশ্ন-].যদি ভেকুলীয়ে ঘাঁহনি খায়, তেন্তে শক্তি স্থানান্তৰ কি হব ?

উত্তৰ:- প্ৰাথমিক উপভোক্তাৰ পৰা গৌণ উপভোক্তালৈ (From primary consumer to secondary consumer)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-6)
[-প্ৰশ্ন-].আমাৰ পৰিৱেশ বচাবলৈ তিনি প্ৰকাৰৰ 'R' কি কি ?

উত্তৰ:- কম ব্যৱহাৰ, পুনৰব্যৱহাৰ আৰু পুনৰ ব্যৱহাৰ (reduce, recycle and reuse)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-7)
[-প্ৰশ্ন-].মানৱ পৰিৱেশৰ সম্পৰ্ক এটা কেনেকুৱা ধাৰণা ?

উত্তৰ:- ইতিবাচক ধাৰণা

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-8)
[-প্ৰশ্ন-].নিম্নলিখিত কোনটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ পাৰিপাৰ্শ্বিক (ecological) প্ৰণালী ?

উত্তৰ:- সাগৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-9)
[-প্ৰশ্ন-]. হিউমাচ সৃষ্টি কৰাত কোনে সহায় কৰে ?
(ক) উৎপাদক
(খ) ডিকম্পোজাৰ
(গ) উপভোক্তা

উত্তৰ:- সকলোবোৰে

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-10)
[-প্ৰশ্ন-].খাদ্য শৃংখলা এটাৰ প্ৰথম সংযোগ সদায় সেউজীয়া উদ্ভিদ কিয় ?

উত্তৰ:- ই সূৰ্যৰ পোহৰত বায়ুমণ্ডলীয় CO2 স্থিৰ কৰে

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-11)
[-প্ৰশ্ন-].পৰিৱেশ সজাগতা বৃদ্ধিৰ বাবে নিম্নলিখিত কোনটো প্ৰতিযোগিতা আয়োজন কৰা হয় ?

উত্তৰ:- সেউজীয়া অলিম্পিয়াড (Green Olympiad)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-12)
[-প্ৰশ্ন-].পৰিৱেশৰ অৱক্ষয়ৰ ফলত উদ্ভৱ হোৱা বিপদবোৰৰ ভিতৰত আছে ?

উত্তৰ:- বান পানী আৰু খৰাং

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-13)
[-প্ৰশ্ন-].নিম্নলিখিত কোনটো পৰিৱেশগত সমস্যা নহয় ?

উত্তৰ:- পানীৰ সংৰক্ষণ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-14)
[-প্ৰশ্ন-].বিদ্যালয় সমূহত পৰিৱেশৰ প্ৰতি সজাগতা অনাৰ বাবে শিক্ষাৰ্থী সকলৰ মানসিকতাৰ পৰিৱৰ্তন অনাত কোনটো ৰণনীতি কাৰ্যকৰী প্ৰমাণিত হ'ব ?

উত্তৰ:- পাঠ্যক্ৰমৰ পৰিৱৰ্তন আৰু অ-শৈক্ষিক আৰু সৃজনশীল কাৰ্যকলাপৰ অন্তৰ্ভুক্তি

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-15)
[-প্ৰশ্ন-].পৰিৱেশত কি কি অন্তৰ্ভুক্ত আছে ?
(ক) গছ আৰু উদ্ভিদ, প্ৰাণী
(খ) সম্পৰ্ক-সত্বা, সংস্কৃতি
(গ) ঘৰ, ৰাস্তা, পূজা স্থান

উত্তৰ:- ওপৰৰ সকলোবোৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-16)
[-প্ৰশ্ন-].নিম্নলিখিত কোনটো মানৱ পৰিৱেশৰ উপাদান নহয় ?

উত্তৰ:- ধৰ্ম

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-17)
[-প্ৰশ্ন-].প্ৰাকৃতিক আৰু সামাজিক-সাংস্কৃতিক পৰিৱেশৰ মাজত আদান-প্ৰদানৰ এক উদাহৰণ হৈছে ?
(ক) বনধ্বংস
(খ) চিকাৰ
(গ) নিৰ্মাণ কাৰ্য

উত্তৰ:- ওপৰৰ সকলোবোৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-18)
[-প্ৰশ্ন-].শক্তিৰ পিৰামিড হৈছে ?

উত্তৰ:- পোন (straight)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-19)
[-প্ৰশ্ন-].এটা পুষ্টিস্তৰৰ পৰা আন এটা পুষ্টিস্তৰলৈ কিমান শক্তি স্থানান্তৰ কৰা হয় ?

উত্তৰ:- 10%

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-20)
[-প্ৰশ্ন-].প্ৰাকৃতিক পৰিৱেশৰ মুখ্য উপাদানবোৰ হৈছে ?
(ক) সকলো জীৱ
(খ) ভূ-ৰূপক কাৰক
(গ) জলবায়ু কাৰক

উত্তৰ:- এই সকলোবোৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.