Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

EVS Environmental Science for Assam TET, D.El.Ed, B.Ed Entrance, CTET & Other Exam (Part-5)

(Q-1)

[-প্ৰশ্ন-].বিশ্বব্ৰহ্মাণ্ডৰ অধ্যয়নক কি বোলে ?

উত্তৰ:- কচমোলজি (Cosmology)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-2)
[-প্ৰশ্ন-].বৃহৎ পৰিমাণৰ তৰা, ধুলি আৰু গেছ আদি উপাদান বোৰৰ মাজত মাধ্যাকৰ্ষণৰ দ্বাৰা একেলগে একত্ৰিত হৈ কি সৃষ্টি কৰিছে ?

উত্তৰ:- আকাশীগঙ্গা (Milky Way)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-3)
[-প্ৰশ্ন-].পশ্চিমে 'সপ্ত-ঋষি' ('Sapta-sage') নক্ষত্ৰমণ্ডলক (constellation) কি নামেৰে জানে ?

উত্তৰ:- বিং ডিম্পাৰ (Bing dimper)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-4)
[-প্ৰশ্ন-].আমাৰ সৌৰজগতৰ নিকটতম তৰা কোনটো ?

উত্তৰ:- প্ৰক্সিমা চেঞ্চুৰী (Proxima Century)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-5)
[-প্ৰশ্ন-].সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰটোক কি বুলি কোৱা হয় ?

উত্তৰ:- কৰোনা (corona)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-6)
[-প্ৰশ্ন-].আমাৰ পৃথিৱীৰ নিকটতম তৰা কোনটো ?

উত্তৰ:-সূৰ্য

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-7)
[-প্ৰশ্ন-].সৌৰজগতৰ বাহিৰত "চাইৰাছ" নামৰ উজ্জ্বল তৰাটোক কি বোলা হৈছে ?

উত্তৰ:- কুকুৰ তৰা (Dog Star )

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-8)
[-প্ৰশ্ন-].সৌৰ শক্তি কিহৰ দ্বাৰা উৎপন্ন হয় ?

উত্তৰ:- সংমিশ্ৰণ প্ৰক্ৰিয়া (fusion process)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-9)
[-প্ৰশ্ন-].সূৰ্যৰ পোহৰ কিমান মিনিটত পৃথিৱীত উপস্থিত হয় ?

উত্তৰ:- প্ৰায় ৮ মিনিটত

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-10)
[-প্ৰশ্ন-].সূৰ্যৰ উজ্জ্বল অংশটোক কি কোৱা হয় ?

উত্তৰ:- ফটোস্ফেয়াৰ (photosphere)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-11)
[-প্ৰশ্ন-]. আমাৰ সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহটোৰ নাম কি ?

উত্তৰ:- শুক্ৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-12)
[-প্ৰশ্ন-].বুধ হৈছে সূৰ্যৰ পৰা কেইনম্বৰ গ্ৰহ ?

উত্তৰ:- প্ৰথম

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-13)
[-প্ৰশ্ন-].শুক্ৰৰ আকাৰ অনুসৰি আমাৰ সৌৰজগতত কেই নম্বৰ গ্ৰহ ?

উত্তৰ:- ৬ নম্বৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-14)
[-প্ৰশ্ন-].নিম্নলিখিত কোনটো গ্ৰহ আটাইতকৈ গৰম ?

উত্তৰ:-শুক্ৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-15)
[-প্ৰশ্ন-].ইয়াৰে কোনটো গ্ৰহৰ উপগ্ৰহ (satellite) নাই ?

উত্তৰ:-শুক্ৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-16)
[-প্ৰশ্ন-].পৃথিৱীৰ পৰিধি কিমান ?

উত্তৰ:- 40,000 কিলমিটাৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-17)
[-প্ৰশ্ন-].পৃথিৱী হৈছে সূৰ্যৰ পৰা কেই নম্বৰ গ্ৰহ ?

উত্তৰ:- তৃতীয়

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-18)
[-প্ৰশ্ন-].পৃথিৱীক অন্য কি নামেৰে জনা যায় ?

উত্তৰ:- নীলা গ্ৰহ (blue planet)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-19)
[-প্ৰশ্ন-].পৃথিৱীয়ে ইয়াৰ অক্ষৰ (axis ) চাৰিওফালে কোন দিশত ঘূৰে ?

উত্তৰ:-পশ্চিমৰ পৰা পূবলৈ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-20)
[-প্ৰশ্ন-].পৃথিৱীৰ সৰ্বোচ্চ কঠিন পৃষ্ঠ কোনটো ?

উত্তৰ:- লিথোস্ফেয়াৰ (Lithosphere)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.