Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

EVS Environmental Science for Assam TET, D.El.Ed, B.Ed Entrance, CTET & Other Exam (Part-6)

(Q-1)
[-প্ৰশ্ন-]. সূৰ্যগ্ৰহণ (solar eclipse) কেতিয়া হয় ?

উত্তৰ:-যেতিয়া চন্দ্ৰ, সূৰ্য আৰু পৃথিৱীৰ মাজত থাকে

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-2)
[-প্ৰশ্ন-].সূৰ্য আৰু পৃথিৱীৰ মাজৰ গড় দূৰত্ব আনুমানিক কিমান ?

উত্তৰ:- 14 কোটি 96 লাখ কিলমিটাৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-3)
[-প্ৰশ্ন-].পৃথিৱীৰ ভূত্বকৰ আধা অংশ কোনখন খনিজ পদাৰ্থৰে গঠিত ?

উত্তৰ:- ফেল্ডস্পাৰ (Feldspar)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-4)
[-প্ৰশ্ন-].নিম্নলিখিত কোনটো বামণ গ্ৰহ () ?

উত্তৰ:- প্লটো গ্ৰহ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-5)
[-প্ৰশ্ন-].আকাৰৰ ক্ষেত্ৰত মঙ্গল গ্ৰহ আমাৰ সৌৰজগতত কিমান স্থানত আছে ?

উত্তৰ:- সপ্তম

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-6)
[-প্ৰশ্ন-].এইবোৰৰ কোনটো আটাইতকৈ সৰু গ্ৰহ ?
(ক) বৃহস্পতু
(খ) শনি
(গ) মংগল
(ঘ) ইউৰেনাচ

উত্তৰ:- মঙ্গল গ্ৰহ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-7)
[-প্ৰশ্ন-].কোন গ্ৰহক ৰঙা গ্ৰহ (Red Planet) বুলিও কোৱা হয় ?

উত্তৰ:- মঙ্গল গ্ৰহ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-8)
[-প্ৰশ্ন-].নিম্নলিখিত কোনটো আভ্যন্তৰীণ গ্ৰহ নহয় ?
(ক) বুধ
(খ) শনি
(গ) শুক্ৰ
(ঘ) পৃথিৱী

উত্তৰ:- (খ)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-9)
[-প্ৰশ্ন-].কোনটো গ্ৰহৰ সৰ্বাধিক উপগ্ৰহ আছে ?
(ক) বৃহস্পতি
(খ) পৃথিৱী
(গ) ইউৰেনাচ
(ঘ) শনি

উত্তৰ:- (ক)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-10)
[-প্ৰশ্ন-].এইবোৰৰ কোনটো আটাইতকৈ শীতল গ্ৰহ ?
(ক) ইউৰেনাছ
(খ) শুক্ৰ
(গ) নেপচুন
(ঘ) বৃহস্পতি

উত্তৰ:- (গ)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-11)
[-প্ৰশ্ন-].আকাৰৰ হিচাপত আমাৰ সৌৰজগতত শনিৰ স্থান কিমান ?

উত্তৰ:- দ্বিতীয়

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-12)
[-প্ৰশ্ন-].আটাইতকৈ চুটি দিন আমাৰ ভাৰতবৰ্ষত হয় কোন তাৰিখত হয় ?

উত্তৰ:- ২২ ডিচেম্বৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-13)
[-প্ৰশ্ন-].ইউৰেনাছ হৈছে সূৰ্যৰ পৰা কেই নম্বৰ স্থানত থকা গ্ৰহ ?

উত্তৰ:- সপ্তম

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-14)
[-প্ৰশ্ন-].আন্তৰ্জাতিক তাৰিখ ৰেখা (international date line) কোন মহাসাগৰৰ মাজেৰে পাৰ হয় ?

উত্তৰ:- প্ৰশান্ত মহাসাগৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-15)
[-প্ৰশ্ন-].নিম্নলিখিত কোনটো ৰেখা ভাৰতৰ প্ৰায় আধা অংশৰ মাজেৰে পাৰ হৈ যায় ?
(ক) মকৰ ৰেখা
(খ) কৰ্কট ৰেখা
(গ) বিষুৱৰেখা
(ঘ) মুখ্য ভূমধ্যসাগৰীয়

উত্তৰ:- (খ)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-16)
[-প্ৰশ্ন-].আটাইতকৈ চুটি দিন উত্তৰ গোলাৰ্ধত হয় কোন তাৰিখত হয় ?

উত্তৰ:- ২২ ডিচেম্বৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-17)
[-প্ৰশ্ন-].উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন কোনটো ?

উত্তৰ:- ২১ জুন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-18)
[-প্ৰশ্ন-].ভাৰত মহাসাগৰৰ আটাইতকৈ গভীৰ খাদ (deepest trench) কোনটো ?

উত্তৰ:- জাভা খাদ (Java trench)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-19)
[-প্ৰশ্ন-].নিম্নলিখিত কোনটো ৰূপান্তৰিত (metamorphic) শিলৰ উদাহৰণ ?

উত্তৰ:- মাৰ্বল (Marble)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-20)
[-প্ৰশ্ন-].আটাইতকৈ দীঘল দিন আমাৰ ভাৰতবৰ্ষত হয় কোন তাৰিখত হয় ?

উত্তৰ:- ২১ জুন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.