EVS Environmental Science for Assam TET, D.El.Ed, B.Ed Entrance, CTET & Other Exam (Part-6)
- Assam TET EVS Guide Book - Click to Buy
- Assam TET Pedagogy Guide Book - Click to Buy
- Assam TET Complete Guide Book - Click to Buy
(Q-1)
[-প্ৰশ্ন-]. সূৰ্যগ্ৰহণ (solar eclipse) কেতিয়া হয় ?
উত্তৰ:-যেতিয়া চন্দ্ৰ, সূৰ্য আৰু পৃথিৱীৰ মাজত থাকে
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-2)
[-প্ৰশ্ন-].সূৰ্য আৰু পৃথিৱীৰ মাজৰ গড় দূৰত্ব আনুমানিক কিমান ?
উত্তৰ:- 14 কোটি 96 লাখ কিলমিটাৰ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-3)
[-প্ৰশ্ন-].পৃথিৱীৰ ভূত্বকৰ আধা অংশ কোনখন খনিজ পদাৰ্থৰে গঠিত ?
উত্তৰ:- ফেল্ডস্পাৰ (Feldspar)
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-4)
[-প্ৰশ্ন-].নিম্নলিখিত কোনটো বামণ গ্ৰহ () ?
উত্তৰ:- প্লটো গ্ৰহ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-5)
[-প্ৰশ্ন-].আকাৰৰ ক্ষেত্ৰত মঙ্গল গ্ৰহ আমাৰ সৌৰজগতত কিমান স্থানত আছে ?
উত্তৰ:- সপ্তম
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-6)
[-প্ৰশ্ন-].এইবোৰৰ কোনটো আটাইতকৈ সৰু গ্ৰহ ?
(ক) বৃহস্পতু
(খ) শনি
(গ) মংগল
(ঘ) ইউৰেনাচ
উত্তৰ:- মঙ্গল গ্ৰহ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-7)
[-প্ৰশ্ন-].কোন গ্ৰহক ৰঙা গ্ৰহ (Red Planet) বুলিও কোৱা হয় ?
উত্তৰ:- মঙ্গল গ্ৰহ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-8)
[-প্ৰশ্ন-].নিম্নলিখিত কোনটো আভ্যন্তৰীণ গ্ৰহ নহয় ?
(ক) বুধ
(খ) শনি
(গ) শুক্ৰ
(ঘ) পৃথিৱী
উত্তৰ:- (খ)
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-9)
[-প্ৰশ্ন-].কোনটো গ্ৰহৰ সৰ্বাধিক উপগ্ৰহ আছে ?
(ক) বৃহস্পতি
(খ) পৃথিৱী
(গ) ইউৰেনাচ
(ঘ) শনি
উত্তৰ:- (ক)
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-10)
[-প্ৰশ্ন-].এইবোৰৰ কোনটো আটাইতকৈ শীতল গ্ৰহ ?
(ক) ইউৰেনাছ
(খ) শুক্ৰ
(গ) নেপচুন
(ঘ) বৃহস্পতি
উত্তৰ:- (গ)
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-11)
[-প্ৰশ্ন-].আকাৰৰ হিচাপত আমাৰ সৌৰজগতত শনিৰ স্থান কিমান ?
উত্তৰ:- দ্বিতীয়
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-12)
[-প্ৰশ্ন-].আটাইতকৈ চুটি দিন আমাৰ ভাৰতবৰ্ষত হয় কোন তাৰিখত হয় ?
উত্তৰ:- ২২ ডিচেম্বৰ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-13)
[-প্ৰশ্ন-].ইউৰেনাছ হৈছে সূৰ্যৰ পৰা কেই নম্বৰ স্থানত থকা গ্ৰহ ?
উত্তৰ:- সপ্তম
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-14)
[-প্ৰশ্ন-].আন্তৰ্জাতিক তাৰিখ ৰেখা (international date line) কোন মহাসাগৰৰ মাজেৰে পাৰ হয় ?
উত্তৰ:- প্ৰশান্ত মহাসাগৰ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-15)
[-প্ৰশ্ন-].নিম্নলিখিত কোনটো ৰেখা ভাৰতৰ প্ৰায় আধা অংশৰ মাজেৰে পাৰ হৈ যায় ?
(ক) মকৰ ৰেখা
(খ) কৰ্কট ৰেখা
(গ) বিষুৱৰেখা
(ঘ) মুখ্য ভূমধ্যসাগৰীয়
উত্তৰ:- (খ)
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-16)
[-প্ৰশ্ন-].আটাইতকৈ চুটি দিন উত্তৰ গোলাৰ্ধত হয় কোন তাৰিখত হয় ?
উত্তৰ:- ২২ ডিচেম্বৰ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-17)
[-প্ৰশ্ন-].উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন কোনটো ?
উত্তৰ:- ২১ জুন
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-18)
[-প্ৰশ্ন-].ভাৰত মহাসাগৰৰ আটাইতকৈ গভীৰ খাদ (deepest trench) কোনটো ?
উত্তৰ:- জাভা খাদ (Java trench)
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-19)
[-প্ৰশ্ন-].নিম্নলিখিত কোনটো ৰূপান্তৰিত (metamorphic) শিলৰ উদাহৰণ ?
উত্তৰ:- মাৰ্বল (Marble)
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-20)
[-প্ৰশ্ন-].আটাইতকৈ দীঘল দিন আমাৰ ভাৰতবৰ্ষত হয় কোন তাৰিখত হয় ?
উত্তৰ:- ২১ জুন
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
All GK Quiz PDF -- 🎯 Assam History in Assamese with Free PDF
- 🎯 Assam GK in Assamese with Free PDF
- 🎯 Assam GK in English with Free PDF
- 🎯 Assam Culture in Assamese with free PDF
- 🎯 Assamese Literature with Free PDF
- 🎯 Assam Culture in Assamese with free PDF
- 🎯 1000 GK Question in Assamese with Free PDF
- 🎯 Indian Polity with PDF in Assamese
- 🎯 Current Affairs in Assamese
- 🎯 Computer GK with Free PDF
- 🎯 English Grammar with Free PDF
- 🎯 Environmental Science PDF in Assamese
- 🎯 General Science with Free PDF
- 🎯 Social Science in Assamese PDF
Free GK PDF, Assam GK PDF, GK Quiz
এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -
Download Below
Download MCQ PDF - Click Here