1000 General knowledge Assamese
For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-29)
এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক
(Q-1)
(Q) খোৱাজা মইনুদ্দিন চিষ্টিৰ দৰগাহ ক'ত আছে ?
আজমেৰ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-2)
(Q) কোন যুদ্ধৰ পিছত সম্ৰাট অশোকে বৌদ্ধ ধৰ্ম লৈছিল ?
কলিঙ্গ যুদ্ধ

(Q-3)
(Q) ভাৰতৰ কেন্দ্ৰীয় বেংক কোনটো ?
ভাৰতীয় ৰিজাৰ্ভ বেংক

(Q-4)
(Q) ছালাৰজং সংগ্ৰহালয় ক'ত আছে ?
হায়দৰাবাদ

(Q-5)
(Q) ভাৰতৰ আটাইতকৈ দীঘলীয়া সময়ৰ মুখ্যমন্ত্ৰী কোন আছিল ?
পৱন চামলিংগ

(Q-6)
(Q) পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন ?
নীল নদী

(Q-7)
(Q) চেলচিয়াছ আৰু ফাৰেনহাইটৰ তাপমাত্ৰা কিমান উষ্ণতাত সমান ?
- 40 ডিগ্ৰী

(Q-8)
(Q) দিলীপ ট্ৰফী কোনটো খেলৰ সৈতে সম্পৰ্কিত ?
ক্ৰিকেট

(Q-9)
(Q) এল-পি-জি- (LPG) ৰ সম্পূৰ্ণ সম্প্ৰসাৰণ কি হ'ব ?
লিকিফাইড পেট্ৰ'লিয়াম গেছ

(Q-10)
(Q) 'গীতা ৰহস্য' নামৰ কিতাপখন কোনে লিখিছিল ?
বাল গংগাধৰ তিলক

(Q-11)
(Q) প্ৰতি 2 বছৰত ৰাজ্যসভাৰ কিমানজন সদস্য নিৰ্বাচিত হয় ?
এক-তৃতীয়াংশ

(Q-12)
(Q) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ ?
চাৰি বছৰ

(Q-13)
(Q) অযোধ্যা কোন নদীৰ পাৰত আছে ?
চৰয়ু

(Q-14)
(Q) জয়পুৰ কোনে প্ৰতিষ্ঠা কৰিছিল ?
জয় সিং

(Q-15)
(Q) ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধনী কেতিয়া কৰা হৈছিল ?
১৯৫১ চনত

(Q-16)
(Q) ডুৰাণ্ড কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত ?
ফুটবল

(Q-17)
(Q) 1907 চনত আৰম্ভ কৰা সাহিত্যৰ নবেল বঁটা প্ৰথম কাক প্ৰদান কৰা হৈছিল ?
ৰুডয়াৰ্ড কিপলিং

(Q-18)
(Q) মৰক্কোৰ ভ্ৰমণকাৰী ইবন বটুটা কাৰ শাসনকালত ভাৰতলৈ আহিছিল ?
মহম্মদ বিন তুঘলক

(Q-19)
(Q) ভাৰতৰ প্ৰথম আইন মন্ত্ৰী কোন আছিল ?
ডঃ ভীমৰাও আম্বেদকাৰ

(Q-20)
(Q) 'অভিজ্ঞানম শকুন্তলম'ৰ লেখক কোন আছিল ?
কালিদাস

All GK Quiz PDF -- 🎯 Assam History in Assamese with Free PDF
- 🎯 Assam GK in Assamese with Free PDF
- 🎯 Assam GK in English with Free PDF
- 🎯 Assam Culture in Assamese with free PDF
- 🎯 Assamese Literature with Free PDF
- 🎯 Assam Culture in Assamese with free PDF
- 🎯 1000 GK Question in Assamese with Free PDF
- 🎯 Indian Polity with PDF in Assamese
- 🎯 Current Affairs in Assamese
- 🎯 Computer GK with Free PDF
- 🎯 English Grammar with Free PDF
- 🎯 Environmental Science PDF in Assamese
- 🎯 General Science with Free PDF
- 🎯 Social Science in Assamese PDF
Free GK PDF, Assam GK PDF, GK Quiz
এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -
Download Below
Download MCQ PDF - Click Here