Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

1000 General knowledge Assamese For Assam Forest, APDCL, APSC, TET, ADRE, Assam Police & Other Exam (Part-29)

1000 General knowledge Assamese

For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-29)

  • 7,500 সম্পূৰ্ণ অসম সাধাৰণ জ্ঞান (Assamese) - Buy Now 
  • 5,000 সাধাৰণ বিজ্ঞান অসমীয়াত (Science) - Buy Now 
  • 30,000 অসমীয়াত (GK) সাধাৰণ জ্ঞান - Buy Now

এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক

(Q-1)
(Q) খোৱাজা মইনুদ্দিন চিষ্টিৰ দৰগাহ ক'ত আছে ?

আজমেৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-2)
(Q) কোন যুদ্ধৰ পিছত সম্ৰাট অশোকে বৌদ্ধ ধৰ্ম লৈছিল ?

কলিঙ্গ যুদ্ধ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-3)
(Q) ভাৰতৰ কেন্দ্ৰীয় বেংক কোনটো ?

ভাৰতীয় ৰিজাৰ্ভ বেংক

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-4)
(Q) ছালাৰজং সংগ্ৰহালয় ক'ত আছে ?

হায়দৰাবাদ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-5)
(Q) ভাৰতৰ আটাইতকৈ দীঘলীয়া সময়ৰ মুখ্যমন্ত্ৰী কোন আছিল ?

পৱন চামলিংগ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-6)
(Q) পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন ?

নীল নদী

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-7)
(Q) চেলচিয়াছ আৰু ফাৰেনহাইটৰ তাপমাত্ৰা কিমান উষ্ণতাত সমান ?

- 40 ডিগ্ৰী

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-8)
(Q) দিলীপ ট্ৰফী কোনটো খেলৰ সৈতে সম্পৰ্কিত ?

ক্ৰিকেট

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-9)
(Q) এল-পি-জি- (LPG) ৰ সম্পূৰ্ণ সম্প্ৰসাৰণ কি হ'ব ?

লিকিফাইড পেট্ৰ'লিয়াম গেছ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-10)
(Q) 'গীতা ৰহস্য' নামৰ কিতাপখন কোনে লিখিছিল ?

বাল গংগাধৰ তিলক

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-11)
(Q) প্ৰতি 2 বছৰত ৰাজ্যসভাৰ কিমানজন সদস্য নিৰ্বাচিত হয় ?

এক-তৃতীয়াংশ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-12)
(Q) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ ?

চাৰি বছৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-13)
(Q) অযোধ্যা কোন নদীৰ পাৰত আছে ?

চৰয়ু

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-14)
(Q) জয়পুৰ কোনে প্ৰতিষ্ঠা কৰিছিল ?

জয় সিং

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-15)
(Q) ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধনী কেতিয়া কৰা হৈছিল ?

১৯৫১ চনত

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-16)
(Q) ডুৰাণ্ড কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত ?

ফুটবল

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-17)
(Q) 1907 চনত আৰম্ভ কৰা সাহিত্যৰ নবেল বঁটা প্ৰথম কাক প্ৰদান কৰা হৈছিল ?

ৰুডয়াৰ্ড কিপলিং

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-18)
(Q) মৰক্কোৰ ভ্ৰমণকাৰী ইবন বটুটা কাৰ শাসনকালত ভাৰতলৈ আহিছিল ?

মহম্মদ বিন তুঘলক

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-19)
(Q) ভাৰতৰ প্ৰথম আইন মন্ত্ৰী কোন আছিল ?

ডঃ ভীমৰাও আম্বেদকাৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-20)
(Q) 'অভিজ্ঞানম শকুন্তলম'ৰ লেখক কোন আছিল ?

কালিদাস

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)


All GK Quiz PDF -


Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.