Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

1000 General knowledge Assamese For Assam Forest, APDCL, APSC, TET, ADRE, Assam Police & Other Exam (Part-28)

1000 General knowledge Assamese

For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-28)

  • 7,500 সম্পূৰ্ণ অসম সাধাৰণ জ্ঞান (Assamese) - Buy Now 
  • 5,000 সাধাৰণ বিজ্ঞান অসমীয়াত (Science) - Buy Now 
  • 30,000 অসমীয়াত (GK) সাধাৰণ জ্ঞান - Buy Now

এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক

(Q-1)
(Q) সূৰ্য উঠা আৰু ডুবি যোৱাৰ সময়ত কিয় ৰঙা দেখা যায় ?

ৰঙা ৰঙৰ বিক্ষিপ্তকৰণ আটাইতকৈ কম

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-2)
(Q) ৰামধেনুত কিমানটা ৰং থাকে ?

সাতটা

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-3)
(Q) পৃথিৱীৰ পৰা ভূ-স্থিৰ উপগ্ৰহৰ উচ্চতা কিমান ?

৩৬০০০ কিমি

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-4)
(Q) স্মলপক্সৰ ভেকছিন কোনে আৱিষ্কাৰ কৰিছিল ?

এডৱাৰ্ড জেনাৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-5)
(Q) জলাতঙ্কৰ ভেকছিন কোনে আৱিষ্কাৰ কৰিছিল ?

লুই পেষ্টুৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-6)
(Q) কোনটো বেক্টেৰিয়াৰ ফলত গাখীৰ দৈ হয় ?

লেক্টোবেচিলাছ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-7)
(Q) অতিস্বনক বা অতিশব্দ তৰংগৰ সঘনতা কিমান ?

20000 তকৈ অধিক হাৰ্জ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-8)
(Q) পাৰমাণৱিক বোমাই কোন নীতিত কাম কৰে ?

নিউক্লিয়াৰ বিভাজন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-9)
(Q) বিদ্যুতৰ একক কি ?

এম্পিয়াৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-10)
(Q) হৃদস্পন্দন নিয়ন্ত্ৰণ কৰিবলৈ কোনটো খনিজৰ প্ৰয়োজন ?

পটাছিয়াম

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-11)
(Q) পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল ?

আলেকজেণ্ডাৰ ফ্লেমিং

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-12)
(Q) কোন উদ্ভিদৰ পৰা মেলেৰীয়া ঔষধ 'কুইনাইন' প্ৰাপ্ত কৰা হয় ?

চিঙ্কোনা

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-13)
(Q) পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল কোনটো ?

ৰাফলেচিয়া

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-14)
(Q) আটাইতকৈ ডাঙৰ জীৱিত চৰাই কোনটো ?

উটপখি

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-15)
(Q) পৃথিৱীৰ আটাইতকৈ সৰু চৰাই কোনটো ?

হামিং বাৰ্ড

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-16)
(Q) মানুহে প্ৰথমে কোনটো জন্তু পোহনীয়া কৰিছিল ?

কুকুৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-17)
(Q) এ-টি-এম-(ATM) ৰ সম্পূৰ্ণ সম্প্ৰসাৰণ কি হ'ব ?

স্বয়ংক্ৰিয় টেলাৰ মেচিন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-18)
(Q) সংসদৰ যুটীয়া অধিৱেশন কোনে আহ্বান কৰে ?

ৰাষ্ট্ৰপতি

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-19)
(Q) এল-বিড-ব্লিউ (LBW) শব্দটো কোনটো খেলৰ সৈতে জড়িত ?

ক্ৰিকেট

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-20)
(Q) বায়ুমণ্ডলৰ কোনটো স্তৰে আমাক সূৰ্যৰ পৰা অহা অতিবেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষিত কৰে ?

ওজোন স্তৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)


All GK Quiz PDF -


Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.