Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

1000 General knowledge Assamese For Assam Forest, APDCL, APSC, TET, ADRE, Assam Police & Other Exam (Part-27)

1000 General knowledge Assamese

For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-27)

  • 7,500 সম্পূৰ্ণ অসম সাধাৰণ জ্ঞান (Assamese) - Buy Now 
  • 5,000 সাধাৰণ বিজ্ঞান অসমীয়াত (Science) - Buy Now 
  • 30,000 অসমীয়াত (GK) সাধাৰণ জ্ঞান - Buy Now

এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক

(Q-1)
(Q) কোনটো খেলত 'চায়নামেন' শব্দটো ব্যৱহাৰ কৰা হয় ?

ক্ৰিকেট

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-2)
(Q) আটাইতকৈ কঠোৰ পদাৰ্থ কোনটো ?

হীৰা

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-3)
(Q) কোনে ডায়নামাইট উদ্ভাৱন কৰিছিল ?

আলফ্ৰেড নবেল

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-4)
(Q) বিছমিল্লা খান কোনটো বাদ্যযন্ত্ৰৰ সৈতে সম্পৰ্কিত ?

চেহনাই

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-5)
(Q) অস্কাৰ বঁটা কোনক্ষেত্ৰৰ সৈতে সম্পৰ্কিত ?

চলচ্চিত্ৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-6)
(Q) এইডছ (AIDS) ৰ সম্পূৰ্ণ সম্প্ৰসাৰণ কি হ'ব ?

একুৱেৰিড ইমিউনো ডেফিচিয়েন্সি চিণ্ড্ৰোম

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-7)
(Q) কোন জেনেৰেলে জালিয়ানৱালা বাগত গুলীচালনাৰ নিৰ্দেশ দিছিল ?

মাইকেল অ' ডায়াৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-8)
(Q) পাটনাৰ প্ৰাচীন নাম কি আছিল ?

পাটলিপুত্ৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-9)
(Q) দিল্লীত লালকিল্লা কোনে নিৰ্মাণ কৰিছিল ?

মোগল সম্ৰাট শ্বাহজাহান

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-10)
(Q) নেতাজী সুভাষ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিষ্ঠান ক'ত অৱস্থিত ?

পাটিয়ালা

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-11)
(Q) আগা খান কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত ?

হকী খেল

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-12)
(Q) বান্দিপুৰ অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত ?

কৰ্ণাটক

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-13)
(Q) ভাপ ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল ?

জেমছ ৱাট

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-14)
(Q) কোনে ৰেডিঅ' উদ্ভাৱন কৰিছিল ?

ইটালীৰ বাসিন্দা মাৰ্কনি

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-15)
(Q) কোনখন ভাৰতীয় ৰাজ্যত ইংৰাজী চৰকাৰী ভাষা ?

নাগালেণ্ড

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-16)
(Q) ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান সভাপতি কোন আছিল ?

বদৰুদ্দিন তৈয়বজী

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-17)
(Q) ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল ?

চৰ্দাৰ বল্লভভাই পেটেল

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-18)
(Q) বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন ?

চিৰিমাভো ভাণ্ডাৰানাইকে

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-19)
(Q) হৰপ্পা সভ্যতা কোন যুগৰ সৈতে সম্পৰ্কিত ?

ব্ৰঞ্জ যুগ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-20)
(Q) কোন মোগল শাসকে "দিন-ই-ইলাহি" ধৰ্ম প্ৰচাৰ কৰিছিল ?

আকবৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)


All GK Quiz PDF -


Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.