1000 General knowledge Assamese
For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-26)
✒ Guide Book (প্ৰয়োজনীয় কিতাপ) =
2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
20,000 GK প্ৰশ্ন-উত্তৰ অসমীয়াত eBook - Buy Now
এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক
(Q-1)
(Q) উপ-ৰাষ্ট্ৰপতি কোনে নিৰ্বাচিত কৰে ?
সংসদৰ সদস্যসকলে
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-2)
(Q) বিজয় স্তম্ভটো ক'ত অৱস্থিত ?
চিতোৰগড়

(Q-3)
(Q) কোন দুখন চহৰে ট্ৰেন্স-চাইবেৰিয়া (ৰাছিয়া) বিশ্বৰ আটাইতকৈ দীঘল (9438 কিমি) ৰেলপথ সংযোগ কৰে ?
ছেইণ্ট পিটাৰ্ছবাৰ্গৰ পৰা ব্লাদিভষ্টক

(Q-4)
(Q) অমৰকণ্টক কোনখন নদীৰ উৎপত্তিস্থল ?
নৰ্মদা

(Q-5)
(Q) কোনখন ৰাজ্যত ভাৰতত জিপচামৰ সৰ্বাধিক উৎপাদন হয় ?
ৰাজস্থান

(Q-6)
(Q) ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত প্ৰথম কাৰখানাটো ক'ত স্থাপন কৰিছিল ?
চুৰাটত (গুজৰাট)

(Q-7)
(Q) কোনখন খেলত 'বুলি' শব্দটো ব্যৱহাৰ কৰা হয় ?
হকী খেল

(Q-8)
(Q) কাক 'ফ্লাইং ফেৰী' বুলি কোৱা হয় ?
পি-টি- ঊষা

(Q-9)
(Q) কোনখন চহৰক হ্ৰদৰ চহৰ বুলি কোৱা হয় ?
উদয়পুৰ

(Q-10)
(Q) আৰ্য সমাজ কেতিয়া আৰু ক'ত প্ৰতিষ্ঠা কৰা হৈছিল ?
১৮৭৫ চনত মুম্বাইত

(Q-11)
(Q) আটাইতকৈ পুৰণি বেদ কোনখন ?
ৰিগবেদ

(Q-12)
(Q) 'শিক্ষা দিৱস' কেতিয়া উদযাপন কৰা হয় ?
১১ নৱেম্বৰত

(Q-13)
(Q) কাৰ জন্মদিন শিক্ষা দিৱস হিচাপে পালন কৰা হয় ?
ভাৰতৰ প্ৰথম শিক্ষা মন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মদিন

(Q-14)
(Q) ভাৱা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত ?
ট্ৰম্বে (মুম্বাই)

(Q-15)
(Q) ১৯২৮ চনৰ বৰদলৈ আন্দোলনৰ নেতৃত্ব কোনে দিছিল ?
চৰ্দাৰ বল্লভভাই পেটেল

(Q-16)
(Q) খালচা সম্প্ৰদায় কোনে প্ৰতিষ্ঠা কৰিছিল ?
গুৰু গোবিন্দ সিং

(Q-17)
(Q) মোগল ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল ?
বাবৰ

(Q-18)
(Q) ভাৰতৰ প্ৰথম মহিলা আই.পি.এছ. বিষয়া কোন আছিল ?
কিৰণ বেদী

(Q-19)
(Q) কথক কোন ৰাজ্যৰ এটা শাস্ত্ৰীয় নৃত্য ?
উত্তৰ প্ৰদেশ

(Q-20)
(Q) টিপু চুলতানৰ ৰাজধানী কি আছিল ?
শ্ৰীৰঙ্গপত্তনম

Other GK Quiz Links -
✒ Topic wise Guide Book (প্ৰয়োজনীয় কিতাপ) =
5000 বিভিন্ন সাধাৰণ জ্ঞান (Part-1)অসমীয়া মাধ্যমত - Buy Now
2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
5000 General Science PDF eBook অসমীয়া মাধ্যমত - Click here to Buy
2000 Computer GK PDF eBook (English Medium) - Click here to Buy
=======================================
Assam Grade-3 & Grade-4 Exam Guide Book (Assam police, forest, PNRD, Secretariat, DECT, Agriculture, DC Office & All Other Exam)
Buy Here 👇👇👇👇=======================================✒ Exam wise Guide Book (প্ৰয়োজনীয় কিতাপ) =
Assam Police AB UB Guide eBook (Assamese Medium) - Click here to Buy
SSC GD Constable Exam Guide eBook (English Medium) - Click here to Buy
PNRD Assam exam Guide eBook (English Medium) - Click here to Buy
Transport Department Exam Guide eBook (English Medium) - Click here to Buy
এই MCQ Question Answer খিনিৰ PDF তলৰ লিংকত Click কৰি ১৫ ছেকেণ্ড পিছত Download কৰিব পাৰিব