Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

ভাৰত বুৰঞ্জী Indian History For APDCL, Forest, Assam Police, DHS, PNRD & Other Exam (Part-8)

ভাৰত বুৰঞ্জী 

Indian History For Assam Police, DHS, PNRD & Other Exam (Part-8)



  • 20 হাজাৰ অসমীয়াত (Assam GK) সাধাৰণ জ্ঞান - Buy Now

=======================
1 নং প্ৰশ্ন কোনে 'লিবাৰেটৰ' উপাধি অৰ্জন কৰিছিল ?
=> উত্তৰ:- অশোক


ASSAM GK

2 নং প্ৰশ্ন বাটাপী কোন সম্ৰাজ্য়ৰ ৰাজধানী আছিল ?
=> উত্তৰ:- চালুক্য


ASSAM GK

3 নং প্ৰশ্ন ৰাণী পদ্মিনীৰ সৌন্দৰ্যৰ দ্বাৰা কোনজন মুছলমান সম্ৰাট আকৰ্ষিত হৈছিল ?
=> উত্তৰ:- আলাউদ্দিন খিলজী


ASSAM GK

4 নং প্ৰশ্ন কোন দুখন ঠাইৰ মাজত প্ৰাচীন চহৰ তক্ষচিলা অৱস্থিত আছিল ?
=> উত্তৰ:- সিন্ধু আৰু ঝিলাম


ASSAM GK

5 নং প্ৰশ্ন দিৱান-ই-মুস্তাখাৰাজ (Department of Arrears) কোনে স্থাপন কৰিছিল ?
=> উত্তৰ:- আলাউদ্দিন খালজী


ASSAM GK

6 নং প্ৰশ্ন লাল কিলাৰ নিৰ্মাণৰ কৃতিত্ব কোনে পাইছে ?
=> উত্তৰ:- শ্বাহজাহান


ASSAM GK

7 নং প্ৰশ্ন সম্ৰাট ঔৰঙ্গজেবৰ জীয়ৰী কোন আছিল ?
=> উত্তৰ:- জেবুনিচা


ASSAM GK

8 নং প্ৰশ্ন কোনবেদত গায়ত্ৰী মন্ত্ৰ আছে ?
=> উত্তৰ:- ৰিকবেদ


ASSAM GK

9 নং প্ৰশ্ন ৰিকবেদত সন্নিবিষ্ট গায়ত্ৰী মন্ত্ৰ কোন দেৱীৰ প্ৰতি সমৰ্পিত ?
=> উত্তৰ:- সাবিত্ৰী


ASSAM GK

10 নং প্ৰশ্ন কালভালিয়া বা কৈবল্য কোন ধৰ্মৰ সৈতে সম্পৰ্কিত ?
=> উত্তৰ:- জৈন ধৰ্ম


ASSAM GK

11 নং প্ৰশ্ন মহাৰাষ্ট্ৰৰ কোন জন সংস্কাৰক লোকিতাবাদী বুলি জনা গৈছিল ?
=> উত্তৰ:- গোপাল হৰি দেশমুখ


ASSAM GK

12 নং প্ৰশ্ন ১৮৫৭ চনত চিপাহীসকলে মুকলিকৈ ক'ত বিদ্ৰোহ কৰিছিল ?
=> উত্তৰ:- মিৰাট


ASSAM GK

13 নং প্ৰশ্ন উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত অসামৰিক অবাধ্যতা আন্দোলন (Civil Disobedience Movement) কাৰ দ্বাৰা নেতৃত্ব দিয়া হৈছিল ?
=> উত্তৰ:- খান আব্দুল গফ্ফাৰ খান


ASSAM GK

14 নং প্ৰশ্ন কাকতীয়া ৰাজবংশৰ ৰাজধানী কি আছিল ?
=> উত্তৰ:- ৱাৰাংগল


ASSAM GK

15 নং প্ৰশ্ন স্বাধীনতা সংগ্ৰামৰ সময়ত, কোনে 'দ্য ডেক্কান এডুকেশ্যনেল চছাইটি' স্থাপন কৰিছিল ?
=> উত্তৰ:- এম জি ৰানাদে


ASSAM GK

16 নং প্ৰশ্ন ভাৰতৰ বিভাজন এৰাই চলিবলৈ কাৰ সৈতে শেষ সুযোগ আছিল ?
=> উত্তৰ:- কেবিনেট মিছন


ASSAM GK

17 নং প্ৰশ্ন ভাৰতৰ কোন শাসকে উলেমা বা মুছলমান পাদ্ৰীসকলৰ কৰ্তৃত্বক প্ৰত্যাহ্বান জনাইছিল ?
=> উত্তৰ:- আলাউদ্দিন খিলজী


ASSAM GK

18 নং প্ৰশ্ন আলা-উদ-দিন খিলজীৰ কোনজন জেনেৰেলক সেই যুগৰ ৰুস্তম আৰু সেই সময়ৰ নায়ক বুলি জনা গৈছিল ?
=> উত্তৰ:- মালিক কাফুৰ


ASSAM GK

19 নং প্ৰশ্ন যেতিয়া বাবৰে ভাৰত আক্ৰমণ কৰিছিল সেই সময়ত দক্ষিণ ভাৰতৰ বিজয়নগৰ সাম্ৰাজ্যৰ শাসক কোন আছিল ?
=> উত্তৰ:- কৃষ্ণ দেৱ ৰায়


ASSAM GK

20 নং প্ৰশ্ন জেঙ্গিজ খানৰ সমসাময়িক কোন আছিল ?
=> উত্তৰ:- ইলটুটমিছ


ASSAM GK

=======================

ADRE, APDCL, Assam Police, 
Forest, DHS, SSC, Railway & All Other Exam Guide
All 35000 Unique Content in One eBook
Buy Here 👇👇👇👇
=====================

All GK Quiz PDF -


Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.