Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

ভাৰতীয় ৰাজনীতি Indian Polity For APDCL, Forest, Assam Police, DHS, APSC, TET, PNRD & Other Exam (Part-3)

ভাৰতীয় ৰাজনীতি 

Indian Polity For Assam Police, DHS, PNRD & Other Exam (Part-3)


  • 1500 Indian Polity MCQ-Ans eBook PDF - Click Here
  • 20 হাজাৰ অসমীয়াত (Assam GK) সাধাৰণ জ্ঞান - Buy Now

1 নং প্ৰশ্ন ভাৰতৰ সংবিধানত 'ফেডাৰেল' শব্দটো ক'ত ব্যৱহাৰ কৰা হৈছে ?
=> উত্তৰ:- ব্য়ৱহাৰ হোৱা নাই


ASSAM GK

2 নং প্ৰশ্ন কাৰ স্বাক্ষৰৰ অধীনত সৰ্বভাৰতীয় সেৱাৰ সদস্য নিযুক্ত হয় ?
=> উত্তৰ:- ৰাষ্ট্ৰপতি


ASSAM GK

3 নং প্ৰশ্ন সংবিধানৰ কোনটো অংশই প্ৰস্তুতকৰ্তাসকলৰ মন আৰু আদৰ্শ প্ৰতিফলিত কৰে ?
=> উত্তৰ:- প্ৰস্তাৱনা


ASSAM GK

4 নং প্ৰশ্ন কোনখন ৰাজ্যত সংৰক্ষিত সংসদীয় আসনৰ সৰ্বাধিক শতাংশ আছে ?
=> উত্তৰ:- উত্তৰ প্ৰদেশ


ASSAM GK

5 নং প্ৰশ্ন কোন ব্যৱস্থা অনুসৰি ৰাজ্যসভাৰ সদস্যসকল নিৰ্বাচিত হয় ?
=> উত্তৰ:- একক স্থানান্তৰযোগ্য ভোট প্ৰণালী (Single Transferable Vote System)


ASSAM GK

6 নং প্ৰশ্ন ৰাজ্যিক বিধান সভাৰ সদস্যসকল কিমান সময়ৰ বাবে নিৰ্বাচিত হয় ?
=> উত্তৰ:- 5 বছৰ


ASSAM GK

7 নং প্ৰশ্ন কোন খন ৰাজ্যত কোনো পঞ্চায়তি ৰাজ প্ৰতিষ্ঠান নাই ?
=> উত্তৰ:- নাগালেণ্ড


ASSAM GK

8 নং প্ৰশ্ন পৌৰ নিগমৰ কাৰ্যবাহী মুৰব্বী কোন ?
=> উত্তৰ:- আয়ুক্ত


ASSAM GK

9 নং প্ৰশ্ন সংবিধান সভাই সংবিধানৰ বিভিন্ন ব্যৱস্থাৰ ওপৰত সিদ্ধান্ত লোৱাত কেনেকৈ উপনীত হৈছিল ?
=> উত্তৰ:- সহমতৰ দ্বাৰা


ASSAM GK

10 নং প্ৰশ্ন কোনটো সংস্থাই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰস্তাৱবোৰ চূড়ান্ত কৰে ?
=> উত্তৰ:- ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ


ASSAM GK

11 নং প্ৰশ্ন ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰোতে কোনটোৰ আটাইতকৈ গভীৰ প্ৰভাৱ আছে ?
=> উত্তৰ:- ভাৰত চৰকাৰ আইন, 1935


ASSAM GK

12 নং প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিতে কোন শ্ৰেণীৰ ভিতৰত ব্যাপক গ্ৰহণযোগ্যতা পাইছিল ?
=> উত্তৰ:- শিক্ষিত মধ্যবিত্ত শ্ৰেণী


ASSAM GK

13 নং প্ৰশ্ন ৰাষ্ট্ৰপতিৰ পাঁচ বছৰীয়া কাৰ্যকাল কোন দিনাৰ পৰা গণনা কৰা হয় ?
=> উত্তৰ:- যিদিনা তেওঁ দায়িত্ব গ্ৰহণ কৰে


ASSAM GK

14 নং প্ৰশ্ন ৰাজ্যসভাত বিৰোধী দলৰ প্ৰথম নেতা কোন আছিল ?
=> উত্তৰ:- কামলাপতি ত্ৰিপাঠী


ASSAM GK

15 নং প্ৰশ্ন পঞ্চায়তবোৰক অৰ্পণ কৰিব পৰা সামগ্ৰীবোৰৰ তালিকা কোনটো অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছে ?
=> উত্তৰ:- একাদশ অনুসূচী


ASSAM GK

16 নং প্ৰশ্ন কোন খন ৰাজ্যত পঞ্চায়তি ৰাজ প্ৰথমে প্ৰৱৰ্তন কৰা হৈছিল ?
=> উত্তৰ:- ৰাজস্থান


ASSAM GK

17 নং প্ৰশ্ন ইউ-পি-এছ-চি-ৰ গঠন কাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় ?
=> উত্তৰ:- ৰাষ্ট্ৰপতিৰ দ্বাৰা


ASSAM GK

18 নং প্ৰশ্ন কোন আইনে প্ৰথমবাৰৰ বাবে নিৰ্বাচনৰ নীতিসমূহ আনুষ্ঠানিকভাৱে প্ৰৱৰ্তন কৰিছিল ?
=> উত্তৰ:- ভাৰতীয় পৰিষদ আইন, 1909 (Indian Councils Act, 1909)


ASSAM GK

19 নং প্ৰশ্ন ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন সম্পৰ্কীয় বিবাদবোৰ ক'ত নিষ্পত্তি হয় ?
=> উত্তৰ:- উচ্চতম ন্যায়ালয়ত


ASSAM GK

20 নং প্ৰশ্ন ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ কেতিয়া স্থাপন কৰা হৈছিল ?
=> উত্তৰ:- ১৯৫২ চনত


ASSAM GK

All GK Quiz PDF -

=======================

ADRE, APDCL, Assam Police, 
Forest, DHS, SSC, Railway & All Other Exam Guide
All 35000 Unique Content in One eBook
Buy Here 👇👇👇👇
=====================


Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.