ভাৰতীয় ৰাজনীতি
Indian Polity For Assam Police, DHS, PNRD & Other Exam (Part-3)
- 1500 Indian Polity MCQ-Ans eBook PDF - Click Here
- 20 হাজাৰ অসমীয়াত (Assam GK) সাধাৰণ জ্ঞান - Buy Now
1 নং প্ৰশ্ন➤
ভাৰতৰ সংবিধানত 'ফেডাৰেল' শব্দটো ক'ত ব্যৱহাৰ কৰা হৈছে ?
=>
উত্তৰ:- ব্য়ৱহাৰ হোৱা নাই
ASSAM GK
2 নং প্ৰশ্ন➤
কাৰ স্বাক্ষৰৰ অধীনত সৰ্বভাৰতীয় সেৱাৰ সদস্য নিযুক্ত হয় ?
=>
উত্তৰ:- ৰাষ্ট্ৰপতি
ASSAM GK
3 নং প্ৰশ্ন➤
সংবিধানৰ কোনটো অংশই প্ৰস্তুতকৰ্তাসকলৰ মন আৰু আদৰ্শ প্ৰতিফলিত কৰে ?
=>
উত্তৰ:- প্ৰস্তাৱনা
ASSAM GK
4 নং প্ৰশ্ন➤
কোনখন ৰাজ্যত সংৰক্ষিত সংসদীয় আসনৰ সৰ্বাধিক শতাংশ আছে ?
=>
উত্তৰ:- উত্তৰ প্ৰদেশ
ASSAM GK
5 নং প্ৰশ্ন➤
কোন ব্যৱস্থা অনুসৰি ৰাজ্যসভাৰ সদস্যসকল নিৰ্বাচিত হয় ?
=>
উত্তৰ:- একক স্থানান্তৰযোগ্য ভোট প্ৰণালী (Single Transferable Vote System)
ASSAM GK
6 নং প্ৰশ্ন➤
ৰাজ্যিক বিধান সভাৰ সদস্যসকল কিমান সময়ৰ বাবে নিৰ্বাচিত হয় ?
=>
উত্তৰ:- 5 বছৰ
ASSAM GK
7 নং প্ৰশ্ন➤
কোন খন ৰাজ্যত কোনো পঞ্চায়তি ৰাজ প্ৰতিষ্ঠান নাই ?
=>
উত্তৰ:- নাগালেণ্ড
ASSAM GK
8 নং প্ৰশ্ন➤
পৌৰ নিগমৰ কাৰ্যবাহী মুৰব্বী কোন ?
=>
উত্তৰ:- আয়ুক্ত
ASSAM GK
9 নং প্ৰশ্ন➤
সংবিধান সভাই সংবিধানৰ বিভিন্ন ব্যৱস্থাৰ ওপৰত সিদ্ধান্ত লোৱাত কেনেকৈ উপনীত হৈছিল ?
=>
উত্তৰ:- সহমতৰ দ্বাৰা
ASSAM GK
10 নং প্ৰশ্ন➤
কোনটো সংস্থাই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰস্তাৱবোৰ চূড়ান্ত কৰে ?
=>
উত্তৰ:- ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ
ASSAM GK
11 নং প্ৰশ্ন➤
ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰোতে কোনটোৰ আটাইতকৈ গভীৰ প্ৰভাৱ আছে ?
=>
উত্তৰ:- ভাৰত চৰকাৰ আইন, 1935
ASSAM GK
12 নং প্ৰশ্ন➤
ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিতে কোন শ্ৰেণীৰ ভিতৰত ব্যাপক গ্ৰহণযোগ্যতা পাইছিল ?
=>
উত্তৰ:- শিক্ষিত মধ্যবিত্ত শ্ৰেণী
ASSAM GK
13 নং প্ৰশ্ন➤
ৰাষ্ট্ৰপতিৰ পাঁচ বছৰীয়া কাৰ্যকাল কোন দিনাৰ পৰা গণনা কৰা হয় ?
=>
উত্তৰ:- যিদিনা তেওঁ দায়িত্ব গ্ৰহণ কৰে
ASSAM GK
14 নং প্ৰশ্ন➤
ৰাজ্যসভাত বিৰোধী দলৰ প্ৰথম নেতা কোন আছিল ?
=>
উত্তৰ:- কামলাপতি ত্ৰিপাঠী
ASSAM GK
15 নং প্ৰশ্ন➤
পঞ্চায়তবোৰক অৰ্পণ কৰিব পৰা সামগ্ৰীবোৰৰ তালিকা কোনটো অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছে ?
=>
উত্তৰ:- একাদশ অনুসূচী
ASSAM GK
16 নং প্ৰশ্ন➤
কোন খন ৰাজ্যত পঞ্চায়তি ৰাজ প্ৰথমে প্ৰৱৰ্তন কৰা হৈছিল ?
=>
উত্তৰ:- ৰাজস্থান
ASSAM GK
17 নং প্ৰশ্ন➤
ইউ-পি-এছ-চি-ৰ গঠন কাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় ?
=>
উত্তৰ:- ৰাষ্ট্ৰপতিৰ দ্বাৰা
ASSAM GK
18 নং প্ৰশ্ন➤
কোন আইনে প্ৰথমবাৰৰ বাবে নিৰ্বাচনৰ নীতিসমূহ আনুষ্ঠানিকভাৱে প্ৰৱৰ্তন কৰিছিল ?
=>
উত্তৰ:- ভাৰতীয় পৰিষদ আইন, 1909 (Indian Councils Act, 1909)
ASSAM GK
19 নং প্ৰশ্ন➤
ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন সম্পৰ্কীয় বিবাদবোৰ ক'ত নিষ্পত্তি হয় ?
=>
উত্তৰ:- উচ্চতম ন্যায়ালয়ত
ASSAM GK
20 নং প্ৰশ্ন➤
ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ কেতিয়া স্থাপন কৰা হৈছিল ?
=>
উত্তৰ:- ১৯৫২ চনত
ASSAM GK
All GK Quiz PDF -- 🎯 Assam History in Assamese with Free PDF
- 🎯 Assam GK in Assamese with Free PDF
- 🎯 Assam GK in English with Free PDF
- 🎯 Assam Culture in Assamese with free PDF
- 🎯 Assamese Literature with Free PDF
- 🎯 Assam Culture in Assamese with free PDF
- 🎯 1000 GK Question in Assamese with Free PDF
- 🎯 Indian Polity with PDF in Assamese
- 🎯 Current Affairs in Assamese
- 🎯 Computer GK with Free PDF
- 🎯 English Grammar with Free PDF
- 🎯 Environmental Science PDF in Assamese
- 🎯 General Science with Free PDF
- 🎯 Social Science in Assamese PDF
=======================
=======================
ADRE, APDCL, Assam Police, Forest, DHS, SSC, Railway & All Other Exam GuideAll 35000 Unique Content in One eBookBuy Here 👇👇👇👇=====================
ADRE, APDCL, Assam Police,
Forest, DHS, SSC, Railway & All Other Exam Guide
All 35000 Unique Content in One eBook
Buy Here 👇👇👇👇
=====================