Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

ভাৰতীয় ৰাজনীতি Indian Polity For APDCL, Forest, Assam Police, DHS, APSC, TET, PNRD & Other Exam (Part-6)

ভাৰতীয় ৰাজনীতি 

Indian Polity For Assam Police, DHS, PNRD & Other Exam (Part-6)


  • 1500 Indian Polity MCQ-Ans eBook PDF - Click Here
  • 20 হাজাৰ অসমীয়াত (Assam GK) সাধাৰণ জ্ঞান - Buy Now

1 নং প্ৰশ্ন মৌলিক অধিকাৰৰ ওপৰত নিৰ্দেশনা নীতিক কোনটো সংশোধনীত প্ৰাধান্য দিয়া হৈছিল ?
=> উত্তৰ:- 42 তম সংশোধনী


ASSAM GK

2 নং প্ৰশ্ন সংবিধানৰ কোনটো অংশই কল্যাণীয় ৰাজ্য (Welfare State) ধাৰণাটো বৰ্ণনা কৰিছে ?
=> উত্তৰ:- নিৰ্দেশনামূলক নীতিসমূহ


ASSAM GK

3 নং প্ৰশ্ন কোন বছৰত আন্তৰ্জাতিক ন্যায়ালয় স্থাপন কৰা হৈছিল ?
=> উত্তৰ:- ১৯৪৬ চনত


ASSAM GK

4 নং প্ৰশ্ন কোনটোক ব্যক্তিগত স্বাধীনতাৰ প্ৰাচীৰ বুলি কোৱা হৈছে ?
=> উত্তৰ:- হাবিয়াছ কৰ্পাচ (Habeas Corpus)


ASSAM GK

5 নং প্ৰশ্ন ইউনিভাৰ্চেল ডাক ইউনিয়ন (ইউ-পি-ইউ-) (Universal Postal Union) কেতিয়া স্থাপন কৰা হৈছিল ?
=> উত্তৰ:- 1874


ASSAM GK

6 নং প্ৰশ্ন মৌলিক অধিকাৰ প্ৰয়োগ কৰিবলৈ কোনটো ৰিট জাৰী কৰিব পাৰি ?
=> উত্তৰ:- হাবিয়াছ কৰ্পচ


ASSAM GK

7 নং প্ৰশ্ন এজন ব্যক্তিক অবৈধভাৱে আটক কৰাৰ ক্ষেত্ৰত আদালতৰ দ্বাৰা কোনখন ৰিট জাৰী কৰা হয় ?
=> উত্তৰ:- হাবিয়াছ কৰ্পচ


ASSAM GK

8 নং প্ৰশ্ন ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ কোনবিভাগ বা মন্ত্ৰালয়ৰ এটা সংলগ্ন কাৰ্যালয় ?
=> উত্তৰ:- সাংস্কৃতিক মন্ত্ৰালয়


ASSAM GK

9 নং প্ৰশ্ন 1919 চনৰ ভাৰত চৰকাৰ আইনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো কি আছিল ?
=> উত্তৰ:- ডাইআৰ্কিৰ পৰিচয় (Introduction of Dyarchy)


ASSAM GK

10 নং প্ৰশ্ন কোন মন্ত্ৰালয়ত, লোকপিয়ল সংগঠনটোৱে ১৯৬১ চনৰ পৰা স্থায়ী ভাৱে কাম কৰি আহিছে ?
=> উত্তৰ:- গৃহ মন্ত্ৰালয়


ASSAM GK

11 নং প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰৰ কোনটো অনুচ্ছেদত আন্তৰ্জাতিক ট্ৰাষ্টিশ্বিপ প্ৰণালী স্থাপন কৰা হৈছিল ?
=> উত্তৰ:- অনুচ্ছেদ 75


ASSAM GK

12 নং প্ৰশ্ন সংবিধান সভাৰ সদস্যসকল কাৰ দ্বাৰা নিৰ্বাচিত হৈছিল ?
=> উত্তৰ:- প্ৰাদেশিক সভাৰ দ্বাৰা


ASSAM GK

13 নং প্ৰশ্ন বৰ্তমান ভাৰতৰ উচ্চ ন্যায়ালয়ৰ মুঠ সংখ্যা কিমান ?
=> উত্তৰ:- 25 জন


ASSAM GK

14 নং প্ৰশ্ন ভাৰতৰ সংবিধান সভাৰ উদ্বোধনী সভাত কোনে সভাপতিত্ব কৰিছিল ?
=> উত্তৰ:- সচিদানন্দ সিনহা


ASSAM GK

15 নং প্ৰশ্ন কোনটো অনুচ্ছেদৰ হিচাপত লোকসভাত এংলো-ইণ্ডিয়ান প্ৰতিনিধিসকলক মনোনীত কৰা হৈছে ?
=> উত্তৰ:- অনুচ্ছেদ-৩৩১


ASSAM GK

16 নং প্ৰশ্ন ইউ-পি-এছ-চি-ৰ গঠন কাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় ?
=> উত্তৰ:- ৰাষ্ট্ৰপতিৰ দ্বাৰা


ASSAM GK

17 নং প্ৰশ্ন কিমান বছৰৰ পিছত ৰাষ্ট্ৰপতিয়ে বিত্ত আয়োগ গঠন কৰে ?
=> উত্তৰ:- প্ৰতি পাঁচ বছৰত


ASSAM GK

18 নং প্ৰশ্ন দহ টকাৰ নোটত কিমানটা ভাষা ব্যৱহাৰ কৰা হয় ?
=> উত্তৰ:- ১৭ টা ভাষা


ASSAM GK

19 নং প্ৰশ্ন প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ সময়ত ৰাজ্যসভাৰ সদস্য কোন আছিল ?
=> উত্তৰ:- ইন্দিৰা গান্ধী


ASSAM GK

20 নং প্ৰশ্ন ৰাজনৈতিক অৰ্থনীতিৰ সমালোচকলৈ অৱদান (All Contributions to the Critic of Political Economy) ৰ লেখক কোন আছিল ?
=> উত্তৰ:- কাৰ্ল মাৰ্ক্স


ASSAM GK

All GK Quiz PDF -

=======================

ADRE, APDCL, Assam Police, 
Forest, DHS, SSC, Railway & All Other Exam Guide
All 35000 Unique Content in One eBook
Buy Here 👇👇👇👇
=====================


Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.