সমাজ বিজ্ঞান | Free Assamese Medium Class 6 Social Science Question & Answer PDF Assam | SEBA SCERT Class 6 Social Science | ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান সহায়িকা প্ৰশ্ন আৰু উত্তৰ
Assam Direct Recruitment Exam Free PDF
সৌৰজগতত আমাৰ পৃথিৱী
(-প্ৰশ্ন-) সূৰ্যৰ পৰা
দূৰত্ব অনুসৰি ১ নং গ্ৰহটো হৈছে ?
উত্তৰ:- বুধ
(-প্ৰশ্ন-) সূৰ্যৰ পৰা
দূৰত্ব অনুসৰি ২ নং গ্ৰহটো হৈছে ?
উত্তৰ:- শুক্ৰ
(-প্ৰশ্ন-) আমাৰ পৃথিৱীখন সূৰ্যৰ পৰা গ্ৰহ বিলাকৰ স্থানৰ ক্ষেত্ৰত কিমান নং স্থানত
আছে ?
উত্তৰ:- ৩ নং
(-প্ৰশ্ন-) সূৰ্যৰ পৰা
দূৰত্ব অনুসৰি ৪ নং গ্ৰহটো হৈছে ?
উত্তৰ:- মঙ্গল
(-প্ৰশ্ন-) সূৰ্যৰ পৰা
দূৰত্ব অনুসৰি ৫ নং গ্ৰহটো হৈছে ?
উত্তৰ:- বৃহস্পতি
(-প্ৰশ্ন-) সূৰ্যৰ পৰা
দূৰত্ব অনুসৰি ৬ নং গ্ৰহটো হৈছে ?
উত্তৰ:- শনি
(-প্ৰশ্ন-) সূৰ্যৰ পৰা
দূৰত্ব অনুসৰি ৭ নং গ্ৰহটো হৈছে ?
উত্তৰ:- ইউৰেনাচ
(-প্ৰশ্ন-) সূৰ্যৰ পৰা
দূৰত্ব অনুসৰি ৮ নং গ্ৰহটো হৈছে ?
উত্তৰ:- নেপচুন
(-প্ৰশ্ন-) সূৰ্য কি ?
উত্তৰ:- এটা
উত্তপ্ত নক্ষত্ৰ
(-প্ৰশ্ন-) সূৰ্যৰ
ওপৰিভাগৰ উত্তাপ প্ৰায় কিমান ডিগ্ৰী চেলচিয়াছ ?
উত্তৰ:- ৬০০০ ডিগ্ৰী
(-প্ৰশ্ন-) সূৰ্যৰ
আনুমানিক বয়স কিমান বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে ?
উত্তৰ:- ৬০০ কোটি
বছৰ
(-প্ৰশ্ন-) পৃথিৱীত
শক্তিৰ উৎস কি ?
উত্তৰ:- সূৰ্য
(-প্ৰশ্ন-) পৃথিৱীত
জীৱৰ অস্তিত্ব ৰক্ষা পৰিছে কিয় ?
উত্তৰ:- সূৰ্য
(-প্ৰশ্ন-) পৃথিৱীত
হোৱা দিন ৰাতি, ঋতু পৰিবৰ্তন, বতৰৰ
সাল সলনি এইবোৰৰ কাৰণ কি ?
উত্তৰ:- সূৰ্য
(-প্ৰশ্ন-) নিজৰ পোহৰ
থকা তৰাবোৰক কি কোৱা হয় ?
উত্তৰ:- নক্ষত্ৰ
(-প্ৰশ্ন-) পৃথিৱীৰ
পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটো কোনটো ?
উত্তৰ:- শুক্ৰ
(-প্ৰশ্ন-) আমি তাপ
আৰু পোহৰ কোনটো নক্ষত্ৰৰ পৰা পাওঁ ?
উত্তৰ:- সূৰ্য
(-প্ৰশ্ন-) ৰাতিৰ
আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হৈ যোৱা উজ্জ্বল পিণ্ডবোৰ কি ?
উত্তৰ:- উল্কাপিণ্ড
(-প্ৰশ্ন-) সৌৰজগতৰ
আটাইতকৈ দূৰত থকা গ্ৰহটো কি ?
উত্তৰ:- নেপচুন
(-প্ৰশ্ন-) ইউৰেনাচ গ্ৰহটো
কোন দুটা গ্ৰহৰ মাজত অৱস্থিত ?
উত্তৰ:- শনি আৰু
নেপচুন
(-প্ৰশ্ন-) আমাৰ পৃথিৱীখন
কোন দুটা গ্ৰহৰ মাজত অৱস্থিত ?
উত্তৰ:- শুক্ৰ আৰু মঙ্গল
(-প্ৰশ্ন-) সৌৰজগতৰ
আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে ?
উত্তৰ:- বৃহস্পতি
(-প্ৰশ্ন-) গ্ৰহাণুপুঞ্জবোৰ
কোন দুটা গ্ৰহৰ মাজত দেখা যায় ?
উত্তৰ:- মঙ্গল আৰু
বৃহস্পতি
(-প্ৰশ্ন-) পৃথিৱীৰ
যমজ বুলি কোনটো গ্ৰহক কোৱা হৈছে ?
উত্তৰ:- শুক্ৰ
(-প্ৰশ্ন-) সৌৰজগতত
অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ কি ?
উত্তৰ:- ধুমকেতু
অসম Direct Recruitment Common Exam প্ৰশ্ন-উত্তৰ অসমীয়াত (With free PDF) –
🎯 Assam History in Assamese For Assam Direct Recruitment Common Exam with Free PDF
🎯 Assam GK in Assamese For Assam Direct Recruitment Common Exam with Free PDF
🎯 Assam GK in English For Assam Direct Recruitment Common Exam with Free PDF
🎯 Assam Culture in Assamese For Assam Direct Recruitment Common Exam with free PDF
🎯 Assamese Literature For Assam Direct Recruitment Common Exam Assamese with Free PDF
🎯 Assam Culture in Assamese For Assam Direct Recruitment Common Exam with free PDF
🎯 Indian Polity For Assam Direct Recruitment Common Exam with PDF in Assamese
🎯 Current Affairs in Assamese For Assam Direct Recruitment Common Exam in Assamese
🎯 Computer GK For Assam Direct Recruitment Common Exam with Free PDF
🎯 English Grammar For Assam Direct Recruitment Common Exam with Free PDF
🎯 Environmental Science EVS For Assam Direct Recruitment Common Exam with Free PDF in Assamese
🎯 General Science For Assam Direct Recruitment Common Exam with Free PDF
🎯 Social Science for Assam Direct Recruitment Common Exam in Assamese PDF