Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

সমাজ বিজ্ঞান | Free Assamese Medium Class 6 Social Science Question & Answer PDF Assam | SEBA SCERT Class 6 Social Science | ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান সহায়িকা প্ৰশ্ন আৰু উত্তৰ

সমাজ বিজ্ঞান | Free Assamese Medium Class 6 Social Science Question & Answer PDF Assam | SEBA SCERT Class 6 Social Science |  ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান সহায়িকা প্ৰশ্ন আৰু উত্তৰ 

Assam Direct Recruitment Exam Free PDF

সৌৰজগতত আমাৰ পৃথিৱী


(-প্ৰশ্ন-) সূৰ্যৰ পৰা দূৰত্ব অনুসৰি ১ নং গ্ৰহটো হৈছে ?

উত্তৰ:- বুধ

 

(-প্ৰশ্ন-) সূৰ্যৰ পৰা দূৰত্ব অনুসৰি ২ নং গ্ৰহটো হৈছে ?

উত্তৰ:- শুক্ৰ

 

(-প্ৰশ্ন-) আমাৰ পৃথিৱীখন সূৰ্যৰ পৰা গ্ৰহ বিলাকৰ স্থানৰ ক্ষেত্ৰত কিমান নং স্থানত আছে ?

উত্তৰ:- ৩ নং

 

(-প্ৰশ্ন-) সূৰ্যৰ পৰা দূৰত্ব অনুসৰি ৪ নং গ্ৰহটো হৈছে ?

উত্তৰ:- মঙ্গল

 

(-প্ৰশ্ন-) সূৰ্যৰ পৰা দূৰত্ব অনুসৰি ৫ নং গ্ৰহটো হৈছে ?

উত্তৰ:- বৃহস্পতি

 

(-প্ৰশ্ন-) সূৰ্যৰ পৰা দূৰত্ব অনুসৰি ৬ নং গ্ৰহটো হৈছে ?

উত্তৰ:- শনি

 

(-প্ৰশ্ন-) সূৰ্যৰ পৰা দূৰত্ব অনুসৰি ৭ নং গ্ৰহটো হৈছে ?

উত্তৰ:- ইউৰেনাচ

 

(-প্ৰশ্ন-) সূৰ্যৰ পৰা দূৰত্ব অনুসৰি ৮ নং গ্ৰহটো হৈছে ?

উত্তৰ:- নেপচুন

 

(-প্ৰশ্ন-) সূৰ্য কি ?

উত্তৰ:- এটা উত্তপ্ত নক্ষত্ৰ

 

(-প্ৰশ্ন-) সূৰ্যৰ ওপৰিভাগৰ উত্তাপ প্ৰায় কিমান ডিগ্ৰী চেলচিয়াছ ?

উত্তৰ:- ৬০০০ ডিগ্ৰী

 

(-প্ৰশ্ন-) সূৰ্যৰ আনুমানিক বয়স কিমান বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে ?

উত্তৰ:- ৬০০ কোটি বছৰ

 

(-প্ৰশ্ন-) পৃথিৱীত শক্তিৰ উৎস কি ?

উত্তৰ:- সূৰ্য

 

(-প্ৰশ্ন-) পৃথিৱীত জীৱৰ অস্তিত্ব ৰক্ষা পৰিছে কিয় ?

উত্তৰ:- সূৰ্য

 

(-প্ৰশ্ন-) পৃথিৱীত হোৱা দিন ৰাতি, ঋতু পৰিবৰ্তন, বতৰৰ সাল সলনি এইবোৰৰ কাৰণ কি ?

উত্তৰ:- সূৰ্য

 

(-প্ৰশ্ন-) নিজৰ পোহৰ থকা তৰাবোৰক কি কোৱা হয় ?

উত্তৰ:- নক্ষত্ৰ


Assam Direct Recruitment Exam
ততীয় বৰ্গৰ (Graduate Level) পদৰ বাবে (অসমীয়াত) PDF কিতাপ
Buy Here 👇👇👇👇
==============================

(-প্ৰশ্ন-) পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটো কোনটো ?

উত্তৰ:- শুক্ৰ

 

(-প্ৰশ্ন-) আমি তাপ আৰু পোহৰ কোনটো নক্ষত্ৰৰ পৰা পাওঁ ?

উত্তৰ:- সূৰ্য

 

(-প্ৰশ্ন-) ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হৈ যোৱা উজ্জ্বল পিণ্ডবোৰ কি ?

উত্তৰ:- উল্কাপিণ্ড

 

(-প্ৰশ্ন-) সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটো কি ?

উত্তৰ:- নেপচুন

 

(-প্ৰশ্ন-) ইউৰেনাচ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত ?

উত্তৰ:- শনি আৰু নেপচুন

 

(-প্ৰশ্ন-) আমাৰ পৃথিৱীখন কোন দুটা গ্ৰহৰ মাজত অৱস্থিত ?

উত্তৰ:- শুক্ৰ আৰু মঙ্গল

 

(-প্ৰশ্ন-) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে ?

উত্তৰ:- বৃহস্পতি

 

(-প্ৰশ্ন-) গ্ৰহাণুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায় ?

উত্তৰ:- মঙ্গল আৰু বৃহস্পতি

 

(-প্ৰশ্ন-) পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হৈছে ?

উত্তৰ:- শুক্ৰ

 

(-প্ৰশ্ন-) সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ কি ?

উত্তৰ:- ধুমকেতু

=========================
Assam Direct Recruitment Exam
চতুৰ্থ বৰ্গৰ পদৰ বাবে (অসমীয়াত) PDF কিতাপ

Buy Here 👇👇👇👇
================================

🎯 চতুৰ্থ বৰ্গৰ পদৰ বাবে (অসমীয়াত) PDF কিতাপ 

🎯 ততীয় বৰ্গৰ (HS Level) পদৰ বাবে (অসমীয়াত) PDF কিতাপ

🎯 ততীয় বৰ্গৰ (Graduate Level) পদৰ বাবে (অসমীয়াত) PDF কিতাপ

🎯 ততীয় বৰ্গৰ (Graduate Level) পদৰ বাবে (ইংৰাজীত) PDF কিতাপ


অসম Direct Recruitment Common Exam প্ৰশ্ন-উত্তৰ অসমীয়াত (With free PDF) – 

🎯 Assam History in Assamese For Assam Direct Recruitment Common Exam with Free PDF

🎯 Assam GK in Assamese For Assam Direct Recruitment Common Exam with Free PDF

🎯 Assam GK in English For Assam Direct Recruitment Common Exam with Free PDF

🎯 Assam Culture in Assamese For Assam Direct Recruitment Common Exam with free PDF

🎯 Assamese Literature For Assam Direct Recruitment Common Exam Assamese with Free PDF

🎯 Assam Culture in Assamese For Assam Direct Recruitment Common Exam with free PDF

🎯 Indian Polity For Assam Direct Recruitment Common Exam with PDF in Assamese

🎯 Current Affairs in Assamese For Assam Direct Recruitment Common Exam in Assamese

🎯 Computer GK For Assam Direct Recruitment Common Exam with Free PDF

🎯 English Grammar For Assam Direct Recruitment Common Exam with Free PDF

🎯 Environmental Science EVS For Assam Direct Recruitment Common Exam with Free PDF in Assamese

🎯 General Science For Assam Direct Recruitment Common Exam with Free PDF

🎯 Social Science for Assam Direct Recruitment Common Exam in Assamese PDF

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.