Current Affairs April 2022
For APDCL, Assam Police, Forest, ADRE, Railway & SSC Exam
- 2,000 অসম বুৰঞ্জী তথা Assam GK (English) - Buy Now
- 35,000 অসমীয়াত (GK) সাধাৰণ জ্ঞান - Buy Now
- Complete Current Affairs 2020 to 2022 eBook - Click Here
1 নং প্ৰশ্ন➤
(-Q-) 'ইনভেষ্ট কৰ্ণাটক - গ্লোবেল ইনভেষ্টাৰ্ছ মিট' কোনে আৰম্ভ কৰিছে ?
=>
উত্তৰ:- বাসৱৰাজ বমমাই (Basavaraj Bommai)
ASSAM GK
2 নং প্ৰশ্ন➤
(-Q-) কোনখন দেশৰ ক্ৰিকেট ব’ৰ্ডৰ মুখ্য প্ৰশিক্ষক হৈ পৰিছে ‘গ্ৰেহাম থৰ্প’ ?
=>
উত্তৰ:- আফগানিস্তান
ASSAM GK
3 নং প্ৰশ্ন➤
(-Q-) CASHe য়ে ইয়াৰ পৰিচালনা সমিতিত কাক নিযুক্তি দিছে ?
=>
উত্তৰ:- নৰেশ কৰিয়া (Naresh Karia)
ASSAM GK
4 নং প্ৰশ্ন➤
(-Q-) ন্যায় বিভাগৰ নতুন ৱেবচাইট কোনে মুকলি কৰিছে ?
=>
উত্তৰ:- কিৰেন ৰিজিজু
ASSAM GK
5 নং প্ৰশ্ন➤
(-Q-) কোনখন ৰাজ্যত ‘গুড়ি পদ্ৱা উৎসৱ’ ('Gudi Padwa festival') পালন কৰা হৈছে ?
=>
উত্তৰ:- মহাৰাষ্ট্ৰ
ASSAM GK
6 নং প্ৰশ্ন➤
(-Q-) কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কেচ দ্য ৰেইন (Catch the Rain) অভিযান ২০২২ আৰম্ভ কৰিছে ?
=>
উত্তৰ:- মণিপুৰ
ASSAM GK
7 নং প্ৰশ্ন➤
(-Q-) দিল্লী মেট্ৰ’ ৰে’ল নিগমৰ নতুন এম ডি কোন হৈছে ?
=>
উত্তৰ:- বিকাশ কুমাৰ
ASSAM GK
8 নং প্ৰশ্ন➤
(-Q-) কোনখন ৰাজ্য চৰকাৰে বিনয় সমস্য পদক্ষেপ আৰম্ভ কৰিছে ?
=>
উত্তৰ:- কৰ্ণাটক
ASSAM GK
9 নং প্ৰশ্ন➤
(-Q-) ভাৰতৰ ভিতৰত কোনখন ৰাজ্য শাক-পাচলিৰ সৰ্বাধিক উৎপাদনকাৰীত পৰিণত হৈছে ?
=>
উত্তৰ:- উত্তৰ প্ৰদেশ
ASSAM GK
10 নং প্ৰশ্ন➤
(-Q-) মতুৱা ধৰ্ম মহামেলা ২০২২ ক'ত আয়োজন কৰা হৈছে ?
=>
উত্তৰ:- পশ্চিমবংগ
ASSAM GK
11 নং প্ৰশ্ন➤
(-Q-) NABH ৰ সভাপতি কোন হৈছে ?
=>
উত্তৰ:- মহেশ ভাৰ্মা
ASSAM GK
12 নং প্ৰশ্ন➤
(-Q-) কোনখন ৰাজ্য চৰকাৰে নন্দিনী ক্ষীৰা সমৃদ্ধি সহকাৰী বেংক স্থাপন কৰিছে ?
=>
উত্তৰ:- কৰ্ণাটক
ASSAM GK
13 নং প্ৰশ্ন➤
(-Q-) 'আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২২' ত কোনে জয়লাভ কৰিছে ?
=>
উত্তৰ:- অষ্ট্ৰেলিয়া
ASSAM GK
14 নং প্ৰশ্ন➤
(-Q-) ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ কোনখন দেশলৈ তিনিদিনীয়া ভ্ৰমণলৈ গৈছে ?
=>
উত্তৰ:- তুৰ্কমেনিস্তান
ASSAM GK
15 নং প্ৰশ্ন➤
(-Q-) কৃষকৰ বাবে কোনে 'গ্ৰামিন বেংক ল'য়ালিটি কাৰ্ড' ('Gramin Bank loyalty card') মুকলি কৰিছে ?
=>
উত্তৰ:- এৰগোছ
ASSAM GK
16 নং প্ৰশ্ন➤
(-Q-) দিল্লীৰ পৰা ক’লৈ ভাৰতৰ প্ৰথমটো ৰেপিড ৰে’ল উন্মোচন হ’ল ?
=>
উত্তৰ:- মীৰুট (Meerut)
ASSAM GK
17 নং প্ৰশ্ন➤
(-Q-) শেহতীয়াকৈ কোনে মানৱ সৰবৰাহ বিৰোধী কোষ (Anti-Human Trafficking Cell) আৰম্ভ কৰিছে ?
=>
উত্তৰ:- এন চি ডব্লিউ
ASSAM GK
18 নং প্ৰশ্ন➤
(-Q-) শেহতীয়াকৈ ভিক্টৰ অৰ্বানে কোনখন দেশৰ প্ৰধানমন্ত্ৰী নিৰ্বাচনত জয়ী হৈছে ?
=>
উত্তৰ:- হাংগেৰী
ASSAM GK
19 নং প্ৰশ্ন➤
(-Q-) ৮৩ সংখ্যক ৰাষ্ট্ৰীয় টেবুল টেনিছ চেম্পিয়নশ্বিপ ২০২২ কোনে আয়োজন কৰিব ?
=>
উত্তৰ:- মেঘালয়
ASSAM GK
20 নং প্ৰশ্ন➤
(-Q-) ভাৰত আৰু এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি কোন হৈ পৰিছে ?
=>
উত্তৰ:- গৌতম আদানী
ASSAM GK
21 নং প্ৰশ্ন➤
(-Q-) কোনখন ৰাজ্য চৰকাৰে প্ৰথম শ্বে অটো ষ্টেণ্ড (She Auto Stand) স্থাপন কৰিছে ?
=>
উত্তৰ:- অন্ধ্ৰ প্ৰদেশ
ASSAM GK
22 নং প্ৰশ্ন➤
(-Q-) ১৩ খন নতুন জিলাৰে কোনখন ৰাজ্যই নতুন মানচিত্ৰ লাভ কৰিছে ?
=>
উত্তৰ:- অন্ধ্ৰ প্ৰদেশ
ASSAM GK
23 নং প্ৰশ্ন➤
(-Q-) কোনখন ৰাজ্য চৰকাৰে ফেল’শ্বিপৰ (fellowship) বাবে এন এল এছ আই ইউ (NLSIU) ৰ সৈতে বান্ধ খাইছে ?
=>
উত্তৰ:- মেঘালয়
ASSAM GK
24 নং প্ৰশ্ন➤
(-Q-) শেহতীয়াকৈ ৰিচাৰ্ড হাৱাৰ্ডৰ মৃত্যু হৈছে, তেওঁ কোন আছিল ?
=>
উত্তৰ:- কবি
ASSAM GK
25 নং প্ৰশ্ন➤
(-Q-) সদ্য প্ৰকাশিত প্ৰতিবেদন অনুসৰি কোনখন দেশত অনলাইনত বন্যপ্ৰাণীৰ অবৈধ ক্ৰয় বৃদ্ধি পাইছে ?
=>
উত্তৰ:- ম্যানমাৰ
ASSAM GK
26 নং প্ৰশ্ন➤
(-Q-) অহাইঅ’ ষ্টেট চেনেটে (Ohio State Senate) সন্মানেৰে কাক সন্মান জনোৱা হৈছে ?
=>
উত্তৰ:- বিবেক অগ্নিহোত্ৰী
ASSAM GK
27 নং প্ৰশ্ন➤
(-Q-) শেহতীয়াকৈ কোনে টুইটাৰৰ পৰিচালনা সমিতিত যোগদান কৰিছে ?
=>
উত্তৰ:- ইলন মাস্ক
ASSAM GK
28 নং প্ৰশ্ন➤
(-Q-) বিশ্বৰ প্ৰথমজন মানৱ অধিকাৰ আৰু জলবায়ু পৰিৱৰ্তনৰ স্বতন্ত্ৰ সঞ্চালক হিচাপে ড০ ইয়ান ফ্ৰাইক কোনে নিযুক্তি দিছে ?
=>
উত্তৰ:- ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদ
ASSAM GK
29 নং প্ৰশ্ন➤
(-Q-) দ্বিতীয়বাৰৰ বাবে ‘আলেক্সাণ্ডাৰ ৱুচিচ’ কোনখন দেশৰ ৰাষ্ট্ৰপতি হৈছে ?
=>
উত্তৰ:- ছাৰ্বিয়া
ASSAM GK
30 নং প্ৰশ্ন➤
(-Q-) ফৰ্বছে প্ৰকাশ কৰা ২০২২ চনৰ বিলিয়নাৰ তালিকাত কোন শীৰ্ষত আছে ?
=>
উত্তৰ:- ইলন মাস্ক
ASSAM GK
31 নং প্ৰশ্ন➤
(-Q-) শেহতীয়াকৈ ইউ পি চৰকাৰে সম্ভাৰত আৰু কোনখন জিলাত এখন মেডিকেল কলেজ স্থাপনৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে ?
=>
উত্তৰ:- মহাৰাজগঞ্জ
ASSAM GK
32 নং প্ৰশ্ন➤
(-Q-) কোনখন দেশক মানৱ অধিকাৰ পৰিষদৰ পৰা স্থগিত ৰখাৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে অনুমোদন জনাইছে ?
=>
উত্তৰ:- ৰাছিয়া
ASSAM GK
33 নং প্ৰশ্ন➤
(-Q-) চেটেলাইট ইণ্টাৰনেট উৎক্ষেপণৰ বাবে কোনে তিনিটা ফাৰ্মৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে ?
=>
উত্তৰ:- আমাজন
ASSAM GK
34 নং প্ৰশ্ন➤
(-Q-) শেহতীয়াকৈ প্ৰকাশ পোৱা কিউ-এছ বিশ্ব বিশ্ববিদ্যালয় ৰেংকিঙত কোনে শীৰ্ষস্থান দখল কৰিছে?
=>
উত্তৰ:- এম আই টি
ASSAM GK
35 নং প্ৰশ্ন➤
(-Q-) শেহতীয়াকৈ কোনখন দেশত জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰা হৈছে ?
=>
উত্তৰ:- শ্ৰীলংকা
ASSAM GK
36 নং প্ৰশ্ন➤
(-Q-) কোনখন ৰাজ্যত ৱান হেল্থ ফ্ৰেমৱৰ্ক (One Health Framework) পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰা হৈছে ?
=>
উত্তৰ:- উত্তৰাখণ্ড
ASSAM GK
37 নং প্ৰশ্ন➤
(-Q-) ৱৰ্ল্ড প্ৰেছ ফটো অৱ দ্য ইয়েৰ ২০২২ ৰ খিতাপ কোনখন দেশৰ ফটোগ্ৰাফাৰে দখল কৰিছে ?
=>
উত্তৰ:- কানাডা
ASSAM GK
38 নং প্ৰশ্ন➤
(-Q-) কোনে 'সুযোগ' আঁচনি আৰম্ভ কৰিছে ?
=>
উত্তৰ:- AAI
ASSAM GK
39 নং প্ৰশ্ন➤
(-Q-) ‘বিশ্ব হোমিঅ’পেথী দিৱস’ কেতিয়া পালন কৰা হয় ?
=>
উত্তৰ:- ১০ এপ্ৰিল
ASSAM GK
40 নং প্ৰশ্ন➤
(-Q-) প্ৰথম বেচৰ ভাৰতীয় নৌসেনাৰ এয়াৰক্ৰুৱে (Indian Navy aircrew) ক’ত প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে ?
=>
উত্তৰ:- ইউ.এছ
ASSAM GK
41 নং প্ৰশ্ন➤
(-Q-) উদ্ভাৱনক প্ৰসাৰৰ বাবে কোনে আইডিয়াথন ‘মন্থন’ উন্মোচন কৰিছে ?
=>
উত্তৰ:- ছেবি (SEBI)
ASSAM GK
42 নং প্ৰশ্ন➤
(-Q-) ‘বিশ্ব পাৰ্কিনছন দিৱস’ কেতিয়া পালন কৰা হয় ?
=>
উত্তৰ:- ১১ এপ্ৰিল
ASSAM GK
43 নং প্ৰশ্ন➤
(-Q-) কোনখন দেশত সফলতাৰে শ্বাহীন ৩ মিছাইল পৰীক্ষা কৰা হৈছে ?
=>
উত্তৰ:- পাকিস্তান
ASSAM GK
44 নং প্ৰশ্ন➤
(-Q-) কাৰ সৈতে UIDAI য়ে কাৰিকৰী সহযোগিতাৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে ?
=>
উত্তৰ:- ইছৰো (ISRO)
ASSAM GK
45 নং প্ৰশ্ন➤
(-Q-) ‘মানৱ মহাকাশ উৰণৰ আন্তঃৰাষ্ট্ৰীয় দিৱস’ ('International Day of Human Space Flight') কেতিয়া পালন কৰা হয় ?
=>
উত্তৰ:- ১২ এপ্ৰিল
ASSAM GK
46 নং প্ৰশ্ন➤
(-Q-) কোনখন দেশৰ ২৩ সংখ্যক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ হৈছে ?
=>
উত্তৰ:- পাকিস্তান
ASSAM GK
47 নং প্ৰশ্ন➤
(-Q-) কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পেৰিয়াৰ স্মাৰক সমথুৱপুৰম উদ্বোধন কৰিছে ?
=>
উত্তৰ:- তামিলনাডু
ASSAM GK
48 নং প্ৰশ্ন➤
(-Q-) আই পি এলৰ ইতিহাসত ১০০ টা ছয় কৰা আটাইতকৈ দ্ৰুত ভাৰতীয় খেলুৱৈ কোন হৈ পৰিছে ?
=>
উত্তৰ:- হার্দিক পাণ্ড্য (Hardik Pandya)
ASSAM GK
49 নং প্ৰশ্ন➤
(-Q-) ভাৰতৰ জি-২০ ৰ মুখ্য সচিব কোন হৈছে ?
=>
উত্তৰ:- হৰ্ষ বৰ্ধন শ্ৰিংলা
ASSAM GK
50 নং প্ৰশ্ন➤
(-Q-) প্ৰথম খেলো ইণ্ডিয়া নেচনেল ৰেংকিং মহিলা আৰ্চাৰী প্ৰতিযোগিতা ক’ত অনুষ্ঠিত হৈছিল ?
=>
উত্তৰ:- ঝাৰখণ্ড
ASSAM GK
All GK Quiz PDF -- 🎯 Assam History in Assamese with Free PDF
- 🎯 Assam GK in Assamese with Free PDF
- 🎯 Assam GK in English with Free PDF
- 🎯 Assam Culture in Assamese with free PDF
- 🎯 Assamese Literature with Free PDF
- 🎯 Assam Culture in Assamese with free PDF
- 🎯 1000 GK Question in Assamese with Free PDF
- 🎯 Indian Polity with PDF in Assamese
- 🎯 Current Affairs in Assamese
- 🎯 Computer GK with Free PDF
- 🎯 English Grammar with Free PDF
- 🎯 Environmental Science PDF in Assamese
- 🎯 General Science with Free PDF
- 🎯 Social Science in Assamese PDF
Free GK PDF, Assam GK PDF, GK Quiz
এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -
Download Below
Download August Current Affairs PDF - Click Here