Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

অসমীয়া Current Affairs April 2022 for APDCL, Assam Police, Forest, ADRE, Railway & SSC Exam

Current Affairs April 2022

For APDCL, Assam Police, Forest, ADRE, Railway & SSC Exam


  • 2,000 অসম বুৰঞ্জী তথা Assam GK (English) - Buy Now 
  • 35,000 অসমীয়াত (GK) সাধাৰণ জ্ঞান - Buy Now
  • Complete Current Affairs 2020 to 2022 eBook - Click Here

1 নং প্ৰশ্ন (-Q-) 'ইনভেষ্ট কৰ্ণাটক - গ্লোবেল ইনভেষ্টাৰ্ছ মিট' কোনে আৰম্ভ কৰিছে ?
=> উত্তৰ:- বাসৱৰাজ বমমাই (Basavaraj Bommai)


ASSAM GK

2 নং প্ৰশ্ন (-Q-) কোনখন দেশৰ ক্ৰিকেট ব’ৰ্ডৰ মুখ্য প্ৰশিক্ষক হৈ পৰিছে ‘গ্ৰেহাম থৰ্প’ ?
=> উত্তৰ:- আফগানিস্তান


ASSAM GK

3 নং প্ৰশ্ন (-Q-) CASHe য়ে ইয়াৰ পৰিচালনা সমিতিত কাক নিযুক্তি দিছে ?
=> উত্তৰ:- নৰেশ কৰিয়া (Naresh Karia)


ASSAM GK

4 নং প্ৰশ্ন (-Q-) ন্যায় বিভাগৰ নতুন ৱেবচাইট কোনে মুকলি কৰিছে ?
=> উত্তৰ:- কিৰেন ৰিজিজু


ASSAM GK

5 নং প্ৰশ্ন (-Q-) কোনখন ৰাজ্যত ‘গুড়ি পদ্ৱা উৎসৱ’ ('Gudi Padwa festival') পালন কৰা হৈছে ?
=> উত্তৰ:- মহাৰাষ্ট্ৰ


ASSAM GK

6 নং প্ৰশ্ন (-Q-) কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কেচ দ্য ৰেইন (Catch the Rain) অভিযান ২০২২ আৰম্ভ কৰিছে ?
=> উত্তৰ:- মণিপুৰ


ASSAM GK

7 নং প্ৰশ্ন (-Q-) দিল্লী মেট্ৰ’ ৰে’ল নিগমৰ নতুন এম ডি কোন হৈছে ?
=> উত্তৰ:- বিকাশ কুমাৰ


ASSAM GK

8 নং প্ৰশ্ন (-Q-) কোনখন ৰাজ্য চৰকাৰে বিনয় সমস্য পদক্ষেপ আৰম্ভ কৰিছে ?
=> উত্তৰ:- কৰ্ণাটক


ASSAM GK

9 নং প্ৰশ্ন (-Q-) ভাৰতৰ ভিতৰত কোনখন ৰাজ্য শাক-পাচলিৰ সৰ্বাধিক উৎপাদনকাৰীত পৰিণত হৈছে ?
=> উত্তৰ:- উত্তৰ প্ৰদেশ


ASSAM GK

10 নং প্ৰশ্ন (-Q-) মতুৱা ধৰ্ম মহামেলা ২০২২ ক'ত আয়োজন কৰা হৈছে ?
=> উত্তৰ:- পশ্চিমবংগ


ASSAM GK

11 নং প্ৰশ্ন (-Q-) NABH ৰ সভাপতি কোন হৈছে ?
=> উত্তৰ:- মহেশ ভাৰ্মা


ASSAM GK

12 নং প্ৰশ্ন (-Q-) কোনখন ৰাজ্য চৰকাৰে নন্দিনী ক্ষীৰা সমৃদ্ধি সহকাৰী বেংক স্থাপন কৰিছে ?
=> উত্তৰ:- কৰ্ণাটক


ASSAM GK

13 নং প্ৰশ্ন (-Q-) 'আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২২' ত কোনে জয়লাভ কৰিছে ?
=> উত্তৰ:- অষ্ট্ৰেলিয়া


ASSAM GK

14 নং প্ৰশ্ন (-Q-) ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ কোনখন দেশলৈ তিনিদিনীয়া ভ্ৰমণলৈ গৈছে ?
=> উত্তৰ:- তুৰ্কমেনিস্তান


ASSAM GK

15 নং প্ৰশ্ন (-Q-) কৃষকৰ বাবে কোনে 'গ্ৰামিন বেংক ল'য়ালিটি কাৰ্ড' ('Gramin Bank loyalty card') মুকলি কৰিছে ?
=> উত্তৰ:- এৰগোছ


ASSAM GK

16 নং প্ৰশ্ন (-Q-) দিল্লীৰ পৰা ক’লৈ ভাৰতৰ প্ৰথমটো ৰেপিড ৰে’ল উন্মোচন হ’ল ?
=> উত্তৰ:- মীৰুট (Meerut)


ASSAM GK

17 নং প্ৰশ্ন (-Q-) শেহতীয়াকৈ কোনে মানৱ সৰবৰাহ বিৰোধী কোষ (Anti-Human Trafficking Cell) আৰম্ভ কৰিছে ?
=> উত্তৰ:- এন চি ডব্লিউ


ASSAM GK

18 নং প্ৰশ্ন (-Q-) শেহতীয়াকৈ ভিক্টৰ অৰ্বানে কোনখন দেশৰ প্ৰধানমন্ত্ৰী নিৰ্বাচনত জয়ী হৈছে ?
=> উত্তৰ:- হাংগেৰী


ASSAM GK

19 নং প্ৰশ্ন (-Q-) ৮৩ সংখ্যক ৰাষ্ট্ৰীয় টেবুল টেনিছ চেম্পিয়নশ্বিপ ২০২২ কোনে আয়োজন কৰিব ?
=> উত্তৰ:- মেঘালয়


ASSAM GK

20 নং প্ৰশ্ন (-Q-) ভাৰত আৰু এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি কোন হৈ পৰিছে ?
=> উত্তৰ:- গৌতম আদানী


ASSAM GK

21 নং প্ৰশ্ন (-Q-) কোনখন ৰাজ্য চৰকাৰে প্ৰথম শ্বে অটো ষ্টেণ্ড (She Auto Stand) স্থাপন কৰিছে ?
=> উত্তৰ:- অন্ধ্ৰ প্ৰদেশ


ASSAM GK

22 নং প্ৰশ্ন (-Q-) ১৩ খন নতুন জিলাৰে কোনখন ৰাজ্যই নতুন মানচিত্ৰ লাভ কৰিছে ?
=> উত্তৰ:- অন্ধ্ৰ প্ৰদেশ


ASSAM GK

23 নং প্ৰশ্ন (-Q-) কোনখন ৰাজ্য চৰকাৰে ফেল’শ্বিপৰ (fellowship) বাবে এন এল এছ আই ইউ (NLSIU) ৰ সৈতে বান্ধ খাইছে ?
=> উত্তৰ:- মেঘালয়


ASSAM GK

24 নং প্ৰশ্ন (-Q-) শেহতীয়াকৈ ৰিচাৰ্ড হাৱাৰ্ডৰ মৃত্যু হৈছে, তেওঁ কোন আছিল ?
=> উত্তৰ:- কবি


ASSAM GK

25 নং প্ৰশ্ন (-Q-) সদ্য প্ৰকাশিত প্ৰতিবেদন অনুসৰি কোনখন দেশত অনলাইনত বন্যপ্ৰাণীৰ অবৈধ ক্ৰয় বৃদ্ধি পাইছে ?
=> উত্তৰ:- ম্যানমাৰ


ASSAM GK

26 নং প্ৰশ্ন (-Q-) অহাইঅ’ ষ্টেট চেনেটে (Ohio State Senate) সন্মানেৰে কাক সন্মান জনোৱা হৈছে ?
=> উত্তৰ:- বিবেক অগ্নিহোত্ৰী


ASSAM GK

27 নং প্ৰশ্ন (-Q-) শেহতীয়াকৈ কোনে টুইটাৰৰ পৰিচালনা সমিতিত যোগদান কৰিছে ?
=> উত্তৰ:- ইলন মাস্ক


ASSAM GK

28 নং প্ৰশ্ন (-Q-) বিশ্বৰ প্ৰথমজন মানৱ অধিকাৰ আৰু জলবায়ু পৰিৱৰ্তনৰ স্বতন্ত্ৰ সঞ্চালক হিচাপে ড০ ইয়ান ফ্ৰাইক কোনে নিযুক্তি দিছে ?
=> উত্তৰ:- ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদ


ASSAM GK

29 নং প্ৰশ্ন (-Q-) দ্বিতীয়বাৰৰ বাবে ‘আলেক্সাণ্ডাৰ ৱুচিচ’ কোনখন দেশৰ ৰাষ্ট্ৰপতি হৈছে ?
=> উত্তৰ:- ছাৰ্বিয়া


ASSAM GK

30 নং প্ৰশ্ন (-Q-) ফৰ্বছে প্ৰকাশ কৰা ২০২২ চনৰ বিলিয়নাৰ তালিকাত কোন শীৰ্ষত আছে ?
=> উত্তৰ:- ইলন মাস্ক


ASSAM GK

31 নং প্ৰশ্ন (-Q-) শেহতীয়াকৈ ইউ পি চৰকাৰে সম্ভাৰত আৰু কোনখন জিলাত এখন মেডিকেল কলেজ স্থাপনৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে ?
=> উত্তৰ:- মহাৰাজগঞ্জ


ASSAM GK

32 নং প্ৰশ্ন (-Q-) কোনখন দেশক মানৱ অধিকাৰ পৰিষদৰ পৰা স্থগিত ৰখাৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে অনুমোদন জনাইছে ?
=> উত্তৰ:- ৰাছিয়া


ASSAM GK

33 নং প্ৰশ্ন (-Q-) চেটেলাইট ইণ্টাৰনেট উৎক্ষেপণৰ বাবে কোনে তিনিটা ফাৰ্মৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে ?
=> উত্তৰ:- আমাজন


ASSAM GK

34 নং প্ৰশ্ন (-Q-) শেহতীয়াকৈ প্ৰকাশ পোৱা কিউ-এছ বিশ্ব বিশ্ববিদ্যালয় ৰেংকিঙত কোনে শীৰ্ষস্থান দখল কৰিছে?
=> উত্তৰ:- এম আই টি


ASSAM GK

35 নং প্ৰশ্ন (-Q-) শেহতীয়াকৈ কোনখন দেশত জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰা হৈছে ?
=> উত্তৰ:- শ্ৰীলংকা


ASSAM GK

36 নং প্ৰশ্ন (-Q-) কোনখন ৰাজ্যত ৱান হেল্থ ফ্ৰেমৱৰ্ক (One Health Framework) পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰা হৈছে ?
=> উত্তৰ:- উত্তৰাখণ্ড


ASSAM GK

37 নং প্ৰশ্ন (-Q-) ৱৰ্ল্ড প্ৰেছ ফটো অৱ দ্য ইয়েৰ ২০২২ ৰ খিতাপ কোনখন দেশৰ ফটোগ্ৰাফাৰে দখল কৰিছে ?
=> উত্তৰ:- কানাডা


ASSAM GK

38 নং প্ৰশ্ন (-Q-) কোনে 'সুযোগ' আঁচনি আৰম্ভ কৰিছে ?
=> উত্তৰ:- AAI


ASSAM GK

39 নং প্ৰশ্ন (-Q-) ‘বিশ্ব হোমিঅ’পেথী দিৱস’ কেতিয়া পালন কৰা হয় ?
=> উত্তৰ:- ১০ এপ্ৰিল


ASSAM GK

40 নং প্ৰশ্ন (-Q-) প্ৰথম বেচৰ ভাৰতীয় নৌসেনাৰ এয়াৰক্ৰুৱে (Indian Navy aircrew) ক’ত প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে ?
=> উত্তৰ:- ইউ.এছ


ASSAM GK

41 নং প্ৰশ্ন (-Q-) উদ্ভাৱনক প্ৰসাৰৰ বাবে কোনে আইডিয়াথন ‘মন্থন’ উন্মোচন কৰিছে ?
=> উত্তৰ:- ছেবি (SEBI)


ASSAM GK

42 নং প্ৰশ্ন (-Q-) ‘বিশ্ব পাৰ্কিনছন দিৱস’ কেতিয়া পালন কৰা হয় ?
=> উত্তৰ:- ১১ এপ্ৰিল


ASSAM GK

43 নং প্ৰশ্ন (-Q-) কোনখন দেশত সফলতাৰে শ্বাহীন ৩ মিছাইল পৰীক্ষা কৰা হৈছে ?
=> উত্তৰ:- পাকিস্তান


ASSAM GK

44 নং প্ৰশ্ন (-Q-) কাৰ সৈতে UIDAI য়ে কাৰিকৰী সহযোগিতাৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে ?
=> উত্তৰ:- ইছৰো (ISRO)


ASSAM GK

45 নং প্ৰশ্ন (-Q-) ‘মানৱ মহাকাশ উৰণৰ আন্তঃৰাষ্ট্ৰীয় দিৱস’ ('International Day of Human Space Flight') কেতিয়া পালন কৰা হয় ?
=> উত্তৰ:- ১২ এপ্ৰিল


ASSAM GK

46 নং প্ৰশ্ন (-Q-) কোনখন দেশৰ ২৩ সংখ্যক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ হৈছে ?
=> উত্তৰ:- পাকিস্তান


ASSAM GK

47 নং প্ৰশ্ন (-Q-) কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পেৰিয়াৰ স্মাৰক সমথুৱপুৰম উদ্বোধন কৰিছে ?
=> উত্তৰ:- তামিলনাডু


ASSAM GK

48 নং প্ৰশ্ন (-Q-) আই পি এলৰ ইতিহাসত ১০০ টা ছয় কৰা আটাইতকৈ দ্ৰুত ভাৰতীয় খেলুৱৈ কোন হৈ পৰিছে ?
=> উত্তৰ:- হার্দিক পাণ্ড্য (Hardik Pandya)


ASSAM GK

49 নং প্ৰশ্ন (-Q-) ভাৰতৰ জি-২০ ৰ মুখ্য সচিব কোন হৈছে ?
=> উত্তৰ:- হৰ্ষ বৰ্ধন শ্ৰিংলা


ASSAM GK

50 নং প্ৰশ্ন (-Q-) প্ৰথম খেলো ইণ্ডিয়া নেচনেল ৰেংকিং মহিলা আৰ্চাৰী প্ৰতিযোগিতা ক’ত অনুষ্ঠিত হৈছিল ?
=> উত্তৰ:- ঝাৰখণ্ড


ASSAM GK




Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download August Current Affairs PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.