Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

অসমীয়া Current Affairs May 2022 for APDCL, Assam Police, Forest, ADRE, Railway & SSC Exam

Current Affairs May 2022

For APDCL, Assam Police, Forest, ADRE, Railway & SSC Exam


  • 2,000 অসম বুৰঞ্জী তথা Assam GK (English) - Buy Now 
  • 35,000 অসমীয়াত (GK) সাধাৰণ জ্ঞান - Buy Now
  • Complete Current Affairs 2020 to 2022 eBook - Click Here

1 নং প্ৰশ্ন (-Q-) ‘বিশ্ব পশু চিকিৎসা দিৱস’ কেতিয়া পালন কৰা হয় ?
=> উত্তৰ:- ৩০ এপ্ৰিল


ASSAM GK

2 নং প্ৰশ্ন (-Q-) সন্মানীয় ‘হুইটলী গোল্ড এৱাৰ্ড’ ('Whitley Gold Award') কোনে লাভ কৰিছে ?
=> উত্তৰ:- চাৰুদত্ত মিশ্ৰ (Charudutt Mishra)


ASSAM GK

3 নং প্ৰশ্ন (-Q-) পেৰু চৰকাৰে কাক সৰ্বোচ্চ কূটনৈতিক বঁটা প্ৰদান কৰিছে ?
=> উত্তৰ:- আৰ্দেশিৰ বি কে দুবাশ (Ardeshir B K Dubash)


ASSAM GK

4 নং প্ৰশ্ন (-Q-) এছিয়া বেডমিণ্টন চেম্পিয়নশ্বিপত পিভি সিন্ধুৱে কোনটো পদক লাভ কৰিছে ?
=> উত্তৰ:- ব্ৰঞ্জ


ASSAM GK

5 নং প্ৰশ্ন (-Q-) ইউৰোপৰ কোনখন দেশত ভাৰতে নতুন মিছন মুকলি কৰিছে ?
=> উত্তৰ:- লিথুৱেনিয়া (Lithuania)


ASSAM GK

6 নং প্ৰশ্ন (-Q-) ৮০০০ কোটি টকাৰ ১২ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প ক’ত উদ্বোধন কৰা হৈছে ?
=> উত্তৰ:- হায়দৰাবাদ


ASSAM GK

7 নং প্ৰশ্ন (-Q-) শেহতীয়াকৈ ‘তৰ্সমে সিং ছাইনী’ৰ দেহাৱসান হৈছে, তেওঁ কোন আছিল ?
=> উত্তৰ:- গায়ক


ASSAM GK

8 নং প্ৰশ্ন (-Q-) 'Future Generali India Life Insurance' ৰ নতুন MD & CEO কোন হৈছে ?
=> উত্তৰ:- ব্ৰুচ ডি ব্ৰইজ (Bruce de Broize)


ASSAM GK

9 নং প্ৰশ্ন (-Q-) দ্বিতীয় খেলো মাষ্টাৰছ গেমছ কোনে উদ্বোধন কৰিছে ?
=> উত্তৰ:- অনুৰাগ ঠাকুৰ


ASSAM GK

10 নং প্ৰশ্ন (-Q-) চি-আই-এ-ৰ প্ৰথম মুখ্য প্ৰযুক্তি বিষয়া হিচাপে কাক নিযুক্তি দিয়া হৈছে ?
=> উত্তৰ:- নন্দ মুলচন্দনী (Nand Mulchandani)


ASSAM GK

11 নং প্ৰশ্ন (-Q-) শেহতীয়াকৈ ছত্তীশগড় চৰকাৰে কৰ্মচাৰীৰ ডিয়াৰনেছ ভাট্টা কিমান শতাংশ বৃদ্ধি কৰিছে ?
=> উত্তৰ:- ০.৫%


ASSAM GK

12 নং প্ৰশ্ন (-Q-) ‘প্ৰেছ স্বাধীনতা দিৱস’ কেতিয়া পালন কৰা হয় ?
=> উত্তৰ:- ৩ মে


ASSAM GK

13 নং প্ৰশ্ন (-Q-) কোনখন দেশে ভাৰতৰ সৈতে ইন্ধনৰ বাবে ২০০ মিলিয়ন ডলাৰৰ ঋণৰ লাইন বৃদ্ধি কৰিছে ?
=> উত্তৰ:- শ্ৰীলংকা


ASSAM GK

14 নং প্ৰশ্ন (-Q-) খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ বিজয়ী কোন ?
=> উত্তৰ:- JAIN বিশ্ববিদ্যালয়


ASSAM GK

15 নং প্ৰশ্ন (-Q-) কৰ্বেট টাইগাৰ ৰিজাৰ্ভৰ নতুন পৰিচালক কোন হৈছে ?
=> উত্তৰ:- নৰেশ কুমাৰ


ASSAM GK

16 নং প্ৰশ্ন (-Q-) ‘আন্তঃৰাষ্ট্ৰীয় অগ্নিনিৰ্বাপক দিৱস’ কেতিয়া পালন কৰা হয় ?
=> উত্তৰ:- ৪ মে'


ASSAM GK

17 নং প্ৰশ্ন (-Q-) কোনখন দেশৰ ক্ৰিকেট দলৰ নতুন অধিনায়ক নিকোলাছ পুৰাণ হৈছে ?
=> উত্তৰ:- ৱেষ্ট ইণ্ডিজ


ASSAM GK

18 নং প্ৰশ্ন (-Q-) আনুষ্ঠানিকভাৱে কোন আমাজনৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া হ’ব ?
=> উত্তৰ:- এণ্ডি জেছি (Andy Jassy)


ASSAM GK

19 নং প্ৰশ্ন (-Q-) দ্বাদশ হকী ইণ্ডিয়া চাব জুনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ ক'ৰ পৰা আৰম্ভ হৈছে ?
=> উত্তৰ:- গোৱা


ASSAM GK

20 নং প্ৰশ্ন (-Q-) নিউয়ৰ্কৰ ফেডাৰেল ৰিজাৰ্ভ বেংকৰ পৰিচালনা সমিতিলৈ কোন নিৰ্বাচিত হৈছে ?
=> উত্তৰ:- অৰবিন্দ কৃষ্ণ


ASSAM GK

21 নং প্ৰশ্ন (-Q-) গুগলৰ নতুন ৰাজহুৱা নীতিৰ মুৰব্বী হিচাপে কাক নিযুক্তি দিয়া হৈছে ?
=> উত্তৰ:- অৰ্চনা গুলাতি (Archana Gulati)


ASSAM GK

22 নং প্ৰশ্ন (-Q-) ভাৰতীয় বতৰ বিজ্ঞানৰ লগত কোনখন আই আই টি - য়ে চুক্তি কৰিছে ?
=> উত্তৰ:- আই আই টি বম্বে


ASSAM GK

23 নং প্ৰশ্ন (-Q-) কোনখন ৰাজ্য চৰকাৰে Vehicle Movement Tracking System এপ মুকলি কৰিছে ?
=> উত্তৰ:- হাৰিয়ানা


ASSAM GK

24 নং প্ৰশ্ন (-Q-) নাথন্ন বিমা যোজনাৰ অধীনত কোনখন ৰাজ্য চৰকাৰে বীমা কভাৰেজ বৃদ্ধি কৰিছে ?
=> উত্তৰ:- তেলেংগানা


ASSAM GK

25 নং প্ৰশ্ন (-Q-) শেহতীয়াকৈ মোহন জুনেজাৰ (Mohan Juneja) মৃত্যু হৈছে, তেওঁ কোন আছিল ?
=> উত্তৰ:- অভিনেতা


ASSAM GK

26 নং প্ৰশ্ন (-Q-) কোনটো বেংকে ASAP ৰ সৈতে সম্পৰ্ক স্থাপন কৰি Skill Loan আৰম্ভ কৰিছে ?
=> উত্তৰ:- কানাৰা বেংক


ASSAM GK

27 নং প্ৰশ্ন (-Q-) 'গোপাল কৃষ্ণ গোখলেৰ জন্ম জয়ন্তী' কেতিয়া পালন কৰা হয় ?
=> উত্তৰ:- ৯ মে'


ASSAM GK

28 নং প্ৰশ্ন (-Q-) শেহতীয়াকৈ কোনখন দেশে বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ পুনৰুজ্জীৱন প্ৰকল্প আৰম্ভ কৰিছে ?
=> উত্তৰ:- ভাৰত


ASSAM GK

29 নং প্ৰশ্ন (-Q-) পুৰুষৰ একক মাদ্ৰিদ অ’পেনৰ খিতাপ কোনে লাভ কৰিছে ?
=> উত্তৰ:- কাৰ্লোছ আলকাৰাজ (Carlos Alcaraz)


ASSAM GK

30 নং প্ৰশ্ন (-Q-) শেহতীয়াকৈ ৰজত কুমাৰ কৰ দেহাৱসান ঘটে, তেওঁ কোন আছিল ?
=> উত্তৰ:- লিটাৰেটাৰ


ASSAM GK

31 নং প্ৰশ্ন (-Q-) শেহতীয়াকৈ কেতিয়া বি আৰ অ’ই ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে ?
=> উত্তৰ:- ৭ মে


ASSAM GK

32 নং প্ৰশ্ন (-Q-) শেহতীয়াকৈ UAE T20 লীগৰ ফ্ৰেঞ্চাইজি কোনে লাভ কৰিছে ?
=> উত্তৰ:- আদানি গ্ৰুপ


ASSAM GK

33 নং প্ৰশ্ন (-Q-) খেলো ইণ্ডিয়া যুৱ গেমছ ২০২১-২২ ক’ত আয়োজন কৰা হ’ব ?
=> উত্তৰ:- পঞ্চকুলা


ASSAM GK

34 নং প্ৰশ্ন (-Q-) ২০২২ চনৰ মিয়ামি গ্ৰেণ্ড প্ৰিক্সৰ খিতাপ কোনে লাভ কৰিছে ?
=> উত্তৰ:- মেক্স ভাৰষ্টাপেন (Max Verstappen)


ASSAM GK

35 নং প্ৰশ্ন (-Q-) শেহতীয়াকৈ কোনখন দেশৰ প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিছে ?
=> উত্তৰ:- শ্ৰীলংকা


ASSAM GK

36 নং প্ৰশ্ন (-Q-) শেহতীয়াকৈ ক’ত লতা মংগেশকাৰৰ নামেৰে এটা ক্ৰছিং নামাকৰণ কৰা হ’ব ?
=> উত্তৰ:- অযোধ্যা


ASSAM GK

37 নং প্ৰশ্ন (-Q-) ভাৰতত আৰক্ষী সংস্কাৰৰ বাবে সংগ্ৰাম শীৰ্ষক গ্ৰন্থখন কোনে লিখিছে ?
=> উত্তৰ:- প্ৰকাশ সিং


ASSAM GK

38 নং প্ৰশ্ন (-Q-) ‘আন্তঃৰাষ্ট্ৰীয় উদ্ভিদ স্বাস্থ্য দিৱস’ কেতিয়া পালন কৰা হয় ?
=> উত্তৰ:- ১২ মে'


ASSAM GK

39 নং প্ৰশ্ন (-Q-) শেহতীয়াকৈ কোনটো কোম্পানী বিশ্বৰ আটাইতকৈ মূল্যৱান কোম্পানীত পৰিণত হৈছে ?
=> উত্তৰ:- চৌদি আৰামকো (Saudi Aramco)


ASSAM GK

40 নং প্ৰশ্ন (-Q-) শেহতীয়াকৈ কোনে অসম আৰক্ষীক ৰাষ্ট্ৰপতিৰ ৰং উপহাৰ দিছে ?
=> উত্তৰ:- অমিত শ্বাহ


ASSAM GK

41 নং প্ৰশ্ন (-Q-) কোনটো বেংকে সীমা অতিক্ৰম কৰি বাণিজ্যিক বিত্তীয় সেৱা আৰম্ভ কৰিছে ?
=> উত্তৰ:- ইউনিয়ন বেংক অৱ ইণ্ডিয়া


ASSAM GK

42 নং প্ৰশ্ন (-Q-) শেহতীয়াকৈ কোনে CII ৰ সভাপতি পদৰ দায়িত্ব গ্ৰহণ কৰিছে?
=> উত্তৰ:- সঞ্জীৱ বাজাজ


ASSAM GK

43 নং প্ৰশ্ন (-Q-) এয়াৰ ইণ্ডিয়াৰ MD & CEO হিচাপে কাক নিযুক্তি দিয়া হৈছে ?
=> উত্তৰ:- কেম্পবেল উইলছন


ASSAM GK

44 নং প্ৰশ্ন (-Q-) শেহতীয়াকৈ কোনে দেশৰ প্ৰথমটো অমৃত সৰোৱৰ (Amrit Sarovar) উদ্বোধন কৰিছে ?
=> উত্তৰ:- মুখতাৰ আব্বাছ নাকৱী


ASSAM GK

45 নং প্ৰশ্ন (-Q-) শেহতীয়াকৈ কোনে ইটালিয়ান কাপ ২০২২ ৰ খিতাপ লাভ কৰিছে ?
=> উত্তৰ:- ইন্টাৰ মিলান (Inter Milan)


ASSAM GK

46 নং প্ৰশ্ন (-Q-) REC লিমিটেডৰ CMD হিচাপে কাক নিযুক্তি দিয়া হৈছে?
=> উত্তৰ:- ৰবিদাৰ সিং ধীল্লোন (Ravider Singh Dhillon)


ASSAM GK

47 নং প্ৰশ্ন (-Q-) ২০২৭ চনৰ SEA গেমছ কোনখন দেশত আয়োজন কৰা হ’ব ?
=> উত্তৰ:- মালয়েছিয়া


ASSAM GK

48 নং প্ৰশ্ন (-Q-) আন্তঃসৌৰ ইউৰোপ ২০২২ কাৰ্যসূচীত ভাৰতৰ ফালৰ পৰা কোনে অংশগ্ৰহণ কৰিব ?
=> উত্তৰ:- শ্ৰী ভগৱন্ত খুবা (Shri Bhagwant Khuba)


ASSAM GK

49 নং প্ৰশ্ন (-Q-) UAE ৰ নতুন ৰাষ্ট্ৰপতি হিচাপে কোন নিৰ্বাচিত হৈছে ?
=> উত্তৰ:- শ্বেখ মহম্মদ বিন জায়েদ (Sheikh Mohamed Bin Zayed)


ASSAM GK

50 নং প্ৰশ্ন (-Q-) কোনখন ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী মানিক সাহা ?
=> উত্তৰ:- ত্ৰিপুৰা


ASSAM GK




Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download August Current Affairs PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.