Current Affairs May 2022
For APDCL, Assam Police, Forest, ADRE, Railway & SSC Exam
- 2,000 অসম বুৰঞ্জী তথা Assam GK (English) - Buy Now
- 35,000 অসমীয়াত (GK) সাধাৰণ জ্ঞান - Buy Now
- Complete Current Affairs 2020 to 2022 eBook - Click Here
1 নং প্ৰশ্ন➤
(-Q-) ‘বিশ্ব পশু চিকিৎসা দিৱস’ কেতিয়া পালন কৰা হয় ?
=>
উত্তৰ:- ৩০ এপ্ৰিল
ASSAM GK
2 নং প্ৰশ্ন➤
(-Q-) সন্মানীয় ‘হুইটলী গোল্ড এৱাৰ্ড’ ('Whitley Gold Award') কোনে লাভ কৰিছে ?
=>
উত্তৰ:- চাৰুদত্ত মিশ্ৰ (Charudutt Mishra)
ASSAM GK
3 নং প্ৰশ্ন➤
(-Q-) পেৰু চৰকাৰে কাক সৰ্বোচ্চ কূটনৈতিক বঁটা প্ৰদান কৰিছে ?
=>
উত্তৰ:- আৰ্দেশিৰ বি কে দুবাশ (Ardeshir B K Dubash)
ASSAM GK
4 নং প্ৰশ্ন➤
(-Q-) এছিয়া বেডমিণ্টন চেম্পিয়নশ্বিপত পিভি সিন্ধুৱে কোনটো পদক লাভ কৰিছে ?
=>
উত্তৰ:- ব্ৰঞ্জ
ASSAM GK
5 নং প্ৰশ্ন➤
(-Q-) ইউৰোপৰ কোনখন দেশত ভাৰতে নতুন মিছন মুকলি কৰিছে ?
=>
উত্তৰ:- লিথুৱেনিয়া (Lithuania)
ASSAM GK
6 নং প্ৰশ্ন➤
(-Q-) ৮০০০ কোটি টকাৰ ১২ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প ক’ত উদ্বোধন কৰা হৈছে ?
=>
উত্তৰ:- হায়দৰাবাদ
ASSAM GK
7 নং প্ৰশ্ন➤
(-Q-) শেহতীয়াকৈ ‘তৰ্সমে সিং ছাইনী’ৰ দেহাৱসান হৈছে, তেওঁ কোন আছিল ?
=>
উত্তৰ:- গায়ক
ASSAM GK
8 নং প্ৰশ্ন➤
(-Q-) 'Future Generali India Life Insurance' ৰ নতুন MD & CEO কোন হৈছে ?
=>
উত্তৰ:- ব্ৰুচ ডি ব্ৰইজ (Bruce de Broize)
ASSAM GK
9 নং প্ৰশ্ন➤
(-Q-) দ্বিতীয় খেলো মাষ্টাৰছ গেমছ কোনে উদ্বোধন কৰিছে ?
=>
উত্তৰ:- অনুৰাগ ঠাকুৰ
ASSAM GK
10 নং প্ৰশ্ন➤
(-Q-) চি-আই-এ-ৰ প্ৰথম মুখ্য প্ৰযুক্তি বিষয়া হিচাপে কাক নিযুক্তি দিয়া হৈছে ?
=>
উত্তৰ:- নন্দ মুলচন্দনী (Nand Mulchandani)
ASSAM GK
11 নং প্ৰশ্ন➤
(-Q-) শেহতীয়াকৈ ছত্তীশগড় চৰকাৰে কৰ্মচাৰীৰ ডিয়াৰনেছ ভাট্টা কিমান শতাংশ বৃদ্ধি কৰিছে ?
=>
উত্তৰ:- ০.৫%
ASSAM GK
12 নং প্ৰশ্ন➤
(-Q-) ‘প্ৰেছ স্বাধীনতা দিৱস’ কেতিয়া পালন কৰা হয় ?
=>
উত্তৰ:- ৩ মে
ASSAM GK
13 নং প্ৰশ্ন➤
(-Q-) কোনখন দেশে ভাৰতৰ সৈতে ইন্ধনৰ বাবে ২০০ মিলিয়ন ডলাৰৰ ঋণৰ লাইন বৃদ্ধি কৰিছে ?
=>
উত্তৰ:- শ্ৰীলংকা
ASSAM GK
14 নং প্ৰশ্ন➤
(-Q-) খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ বিজয়ী কোন ?
=>
উত্তৰ:- JAIN বিশ্ববিদ্যালয়
ASSAM GK
15 নং প্ৰশ্ন➤
(-Q-) কৰ্বেট টাইগাৰ ৰিজাৰ্ভৰ নতুন পৰিচালক কোন হৈছে ?
=>
উত্তৰ:- নৰেশ কুমাৰ
ASSAM GK
16 নং প্ৰশ্ন➤
(-Q-) ‘আন্তঃৰাষ্ট্ৰীয় অগ্নিনিৰ্বাপক দিৱস’ কেতিয়া পালন কৰা হয় ?
=>
উত্তৰ:- ৪ মে'
ASSAM GK
17 নং প্ৰশ্ন➤
(-Q-) কোনখন দেশৰ ক্ৰিকেট দলৰ নতুন অধিনায়ক নিকোলাছ পুৰাণ হৈছে ?
=>
উত্তৰ:- ৱেষ্ট ইণ্ডিজ
ASSAM GK
18 নং প্ৰশ্ন➤
(-Q-) আনুষ্ঠানিকভাৱে কোন আমাজনৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া হ’ব ?
=>
উত্তৰ:- এণ্ডি জেছি (Andy Jassy)
ASSAM GK
19 নং প্ৰশ্ন➤
(-Q-) দ্বাদশ হকী ইণ্ডিয়া চাব জুনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ ক'ৰ পৰা আৰম্ভ হৈছে ?
=>
উত্তৰ:- গোৱা
ASSAM GK
20 নং প্ৰশ্ন➤
(-Q-) নিউয়ৰ্কৰ ফেডাৰেল ৰিজাৰ্ভ বেংকৰ পৰিচালনা সমিতিলৈ কোন নিৰ্বাচিত হৈছে ?
=>
উত্তৰ:- অৰবিন্দ কৃষ্ণ
ASSAM GK
21 নং প্ৰশ্ন➤
(-Q-) গুগলৰ নতুন ৰাজহুৱা নীতিৰ মুৰব্বী হিচাপে কাক নিযুক্তি দিয়া হৈছে ?
=>
উত্তৰ:- অৰ্চনা গুলাতি (Archana Gulati)
ASSAM GK
22 নং প্ৰশ্ন➤
(-Q-) ভাৰতীয় বতৰ বিজ্ঞানৰ লগত কোনখন আই আই টি - য়ে চুক্তি কৰিছে ?
=>
উত্তৰ:- আই আই টি বম্বে
ASSAM GK
23 নং প্ৰশ্ন➤
(-Q-) কোনখন ৰাজ্য চৰকাৰে Vehicle Movement Tracking System এপ মুকলি কৰিছে ?
=>
উত্তৰ:- হাৰিয়ানা
ASSAM GK
24 নং প্ৰশ্ন➤
(-Q-) নাথন্ন বিমা যোজনাৰ অধীনত কোনখন ৰাজ্য চৰকাৰে বীমা কভাৰেজ বৃদ্ধি কৰিছে ?
=>
উত্তৰ:- তেলেংগানা
ASSAM GK
25 নং প্ৰশ্ন➤
(-Q-) শেহতীয়াকৈ মোহন জুনেজাৰ (Mohan Juneja) মৃত্যু হৈছে, তেওঁ কোন আছিল ?
=>
উত্তৰ:- অভিনেতা
ASSAM GK
26 নং প্ৰশ্ন➤
(-Q-) কোনটো বেংকে ASAP ৰ সৈতে সম্পৰ্ক স্থাপন কৰি Skill Loan আৰম্ভ কৰিছে ?
=>
উত্তৰ:- কানাৰা বেংক
ASSAM GK
27 নং প্ৰশ্ন➤
(-Q-) 'গোপাল কৃষ্ণ গোখলেৰ জন্ম জয়ন্তী' কেতিয়া পালন কৰা হয় ?
=>
উত্তৰ:- ৯ মে'
ASSAM GK
28 নং প্ৰশ্ন➤
(-Q-) শেহতীয়াকৈ কোনখন দেশে বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ পুনৰুজ্জীৱন প্ৰকল্প আৰম্ভ কৰিছে ?
=>
উত্তৰ:- ভাৰত
ASSAM GK
29 নং প্ৰশ্ন➤
(-Q-) পুৰুষৰ একক মাদ্ৰিদ অ’পেনৰ খিতাপ কোনে লাভ কৰিছে ?
=>
উত্তৰ:- কাৰ্লোছ আলকাৰাজ (Carlos Alcaraz)
ASSAM GK
30 নং প্ৰশ্ন➤
(-Q-) শেহতীয়াকৈ ৰজত কুমাৰ কৰ দেহাৱসান ঘটে, তেওঁ কোন আছিল ?
=>
উত্তৰ:- লিটাৰেটাৰ
ASSAM GK
31 নং প্ৰশ্ন➤
(-Q-) শেহতীয়াকৈ কেতিয়া বি আৰ অ’ই ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে ?
=>
উত্তৰ:- ৭ মে
ASSAM GK
32 নং প্ৰশ্ন➤
(-Q-) শেহতীয়াকৈ UAE T20 লীগৰ ফ্ৰেঞ্চাইজি কোনে লাভ কৰিছে ?
=>
উত্তৰ:- আদানি গ্ৰুপ
ASSAM GK
33 নং প্ৰশ্ন➤
(-Q-) খেলো ইণ্ডিয়া যুৱ গেমছ ২০২১-২২ ক’ত আয়োজন কৰা হ’ব ?
=>
উত্তৰ:- পঞ্চকুলা
ASSAM GK
34 নং প্ৰশ্ন➤
(-Q-) ২০২২ চনৰ মিয়ামি গ্ৰেণ্ড প্ৰিক্সৰ খিতাপ কোনে লাভ কৰিছে ?
=>
উত্তৰ:- মেক্স ভাৰষ্টাপেন (Max Verstappen)
ASSAM GK
35 নং প্ৰশ্ন➤
(-Q-) শেহতীয়াকৈ কোনখন দেশৰ প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিছে ?
=>
উত্তৰ:- শ্ৰীলংকা
ASSAM GK
36 নং প্ৰশ্ন➤
(-Q-) শেহতীয়াকৈ ক’ত লতা মংগেশকাৰৰ নামেৰে এটা ক্ৰছিং নামাকৰণ কৰা হ’ব ?
=>
উত্তৰ:- অযোধ্যা
ASSAM GK
37 নং প্ৰশ্ন➤
(-Q-) ভাৰতত আৰক্ষী সংস্কাৰৰ বাবে সংগ্ৰাম শীৰ্ষক গ্ৰন্থখন কোনে লিখিছে ?
=>
উত্তৰ:- প্ৰকাশ সিং
ASSAM GK
38 নং প্ৰশ্ন➤
(-Q-) ‘আন্তঃৰাষ্ট্ৰীয় উদ্ভিদ স্বাস্থ্য দিৱস’ কেতিয়া পালন কৰা হয় ?
=>
উত্তৰ:- ১২ মে'
ASSAM GK
39 নং প্ৰশ্ন➤
(-Q-) শেহতীয়াকৈ কোনটো কোম্পানী বিশ্বৰ আটাইতকৈ মূল্যৱান কোম্পানীত পৰিণত হৈছে ?
=>
উত্তৰ:- চৌদি আৰামকো (Saudi Aramco)
ASSAM GK
40 নং প্ৰশ্ন➤
(-Q-) শেহতীয়াকৈ কোনে অসম আৰক্ষীক ৰাষ্ট্ৰপতিৰ ৰং উপহাৰ দিছে ?
=>
উত্তৰ:- অমিত শ্বাহ
ASSAM GK
41 নং প্ৰশ্ন➤
(-Q-) কোনটো বেংকে সীমা অতিক্ৰম কৰি বাণিজ্যিক বিত্তীয় সেৱা আৰম্ভ কৰিছে ?
=>
উত্তৰ:- ইউনিয়ন বেংক অৱ ইণ্ডিয়া
ASSAM GK
42 নং প্ৰশ্ন➤
(-Q-) শেহতীয়াকৈ কোনে CII ৰ সভাপতি পদৰ দায়িত্ব গ্ৰহণ কৰিছে?
=>
উত্তৰ:- সঞ্জীৱ বাজাজ
ASSAM GK
43 নং প্ৰশ্ন➤
(-Q-) এয়াৰ ইণ্ডিয়াৰ MD & CEO হিচাপে কাক নিযুক্তি দিয়া হৈছে ?
=>
উত্তৰ:- কেম্পবেল উইলছন
ASSAM GK
44 নং প্ৰশ্ন➤
(-Q-) শেহতীয়াকৈ কোনে দেশৰ প্ৰথমটো অমৃত সৰোৱৰ (Amrit Sarovar) উদ্বোধন কৰিছে ?
=>
উত্তৰ:- মুখতাৰ আব্বাছ নাকৱী
ASSAM GK
45 নং প্ৰশ্ন➤
(-Q-) শেহতীয়াকৈ কোনে ইটালিয়ান কাপ ২০২২ ৰ খিতাপ লাভ কৰিছে ?
=>
উত্তৰ:- ইন্টাৰ মিলান (Inter Milan)
ASSAM GK
46 নং প্ৰশ্ন➤
(-Q-) REC লিমিটেডৰ CMD হিচাপে কাক নিযুক্তি দিয়া হৈছে?
=>
উত্তৰ:- ৰবিদাৰ সিং ধীল্লোন (Ravider Singh Dhillon)
ASSAM GK
47 নং প্ৰশ্ন➤
(-Q-) ২০২৭ চনৰ SEA গেমছ কোনখন দেশত আয়োজন কৰা হ’ব ?
=>
উত্তৰ:- মালয়েছিয়া
ASSAM GK
48 নং প্ৰশ্ন➤
(-Q-) আন্তঃসৌৰ ইউৰোপ ২০২২ কাৰ্যসূচীত ভাৰতৰ ফালৰ পৰা কোনে অংশগ্ৰহণ কৰিব ?
=>
উত্তৰ:- শ্ৰী ভগৱন্ত খুবা (Shri Bhagwant Khuba)
ASSAM GK
49 নং প্ৰশ্ন➤
(-Q-) UAE ৰ নতুন ৰাষ্ট্ৰপতি হিচাপে কোন নিৰ্বাচিত হৈছে ?
=>
উত্তৰ:- শ্বেখ মহম্মদ বিন জায়েদ (Sheikh Mohamed Bin Zayed)
ASSAM GK
50 নং প্ৰশ্ন➤
(-Q-) কোনখন ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী মানিক সাহা ?
=>
উত্তৰ:- ত্ৰিপুৰা
ASSAM GK
All GK Quiz PDF -- 🎯 Assam History in Assamese with Free PDF
- 🎯 Assam GK in Assamese with Free PDF
- 🎯 Assam GK in English with Free PDF
- 🎯 Assam Culture in Assamese with free PDF
- 🎯 Assamese Literature with Free PDF
- 🎯 Assam Culture in Assamese with free PDF
- 🎯 1000 GK Question in Assamese with Free PDF
- 🎯 Indian Polity with PDF in Assamese
- 🎯 Current Affairs in Assamese
- 🎯 Computer GK with Free PDF
- 🎯 English Grammar with Free PDF
- 🎯 Environmental Science PDF in Assamese
- 🎯 General Science with Free PDF
- 🎯 Social Science in Assamese PDF
Free GK PDF, Assam GK PDF, GK Quiz
এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -
Download Below
Download August Current Affairs PDF - Click Here