Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

অসমীয়া Current Affairs February 2022 for APDCL, Assam Police, Forest, ADRE, Railway & SSC Exam

Current Affairs February 2022

For APDCL, Assam Police, Forest, ADRE, Railway & SSC Exam


  • 2,000 অসম বুৰঞ্জী তথা Assam GK (English) - Buy Now 
  • 35,000 অসমীয়াত (GK) সাধাৰণ জ্ঞান - Buy Now
  • Complete Current Affairs 2020 to 2022 eBook - Click Here

1 নং প্ৰশ্ন (-Q-) 21 তম গ্ৰেণ্ড শ্লেম খিতাপ (Grand Slam title) কোনে জিকিছে ?
=> উত্তৰ:- ৰাফেল নাদাল


ASSAM GK

2 নং প্ৰশ্ন (-Q-) শেহতীয়াকৈ 'বাবা ইকবাল সিং'ৰ মৃত্যু হৈছে, তেওঁ কোন আছিল ?
=> উত্তৰ:- শিক্ষাবিদ


ASSAM GK

3 নং প্ৰশ্ন (-Q-) মহিলা এছিয়া কাপ 2022 ৰ খিতাপ কোনে জিকিছে ?
=> উত্তৰ:- জাপান


ASSAM GK

4 নং প্ৰশ্ন (-Q-) Games24x7-ৰ ব্ৰেণ্ড এম্বেচেডৰ কোন হৈছে ?
=> উত্তৰ:- হৃত্বিক ৰোশন


ASSAM GK

5 নং প্ৰশ্ন (-Q-) বিশ্ব গেমছ এথলীট অফ দা ইয়েৰ বঁটা 2021 কোনে জিকিছে ?
=> উত্তৰ:- পি-আৰ শ্ৰীজেশ (PR Sreejesh)


ASSAM GK

6 নং প্ৰশ্ন (-Q-) কোনখন দেশে 2023 চনত ব্যৱসায়িক লাভৰ ওপৰত ফেডাৰেল কৰ্পোৰেট কৰ প্ৰৱৰ্তন কৰিব ?
=> উত্তৰ:- ইউ.এ.ই. (UAE)


ASSAM GK

7 নং প্ৰশ্ন (-Q-) 'বিশ্ব আৰ্দ্ৰভূমি দিৱস' কেতিয়া উদযাপন কৰা হয় ?
=> উত্তৰ:- ২ ফেব্ৰুৱাৰী


ASSAM GK

8 নং প্ৰশ্ন (-Q-) শেহতীয়াকৈ ভাৰতৰ প্ৰথম ভূতাত্ত্বিক উদ্যান ক'ত নিৰ্মাণ কৰা হ'ব ?
=> উত্তৰ:- জবলপুৰ


ASSAM GK

9 নং প্ৰশ্ন (-Q-) কোনখন ৰাজ্যই শাসন উন্নত কৰাৰ বাবে প্ৰকল্প সদ্ভাৱনা (Project Sadbhavana) আৰম্ভ কৰিছে ?
=> উত্তৰ:- অসম


ASSAM GK

10 নং প্ৰশ্ন (-Q-) NIELIT-ৰ সঞ্চালক প্ৰধান কোন হৈছে ?
=> উত্তৰ:- ডঃ মদন মোহন ত্ৰিপাঠী


ASSAM GK

11 নং প্ৰশ্ন (-Q-) ONORC কাৰ্যকৰী কৰা 35 তম ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো হৈছে ?
=> উত্তৰ:- ছত্তীশগড়


ASSAM GK

12 নং প্ৰশ্ন (-Q-) গণতন্ত্ৰ দিৱস পেৰেড 2022-ত কাক শ্ৰেষ্ঠ ৰাজ্যিক ট্যাবলৌ (tableau) হিচাপে নিৰ্বাচিত কৰা হৈছে ?
=> উত্তৰ:- উত্তৰ প্ৰদেশ


ASSAM GK

13 নং প্ৰশ্ন (-Q-) কোন খন ৰাজ্যত 'ৰাজীৱ গান্ধী গ্ৰামীণ কৃষি মজদুৰ ন্যায় যোজনা' আৰম্ভ কৰা হৈছে ?
=> উত্তৰ:- ছত্তীশগড়


ASSAM GK

14 নং প্ৰশ্ন (-Q-) চুজুকি উদ্ভাৱন কেন্দ্ৰ (Suzuki Innovation Center) ক'ত স্থাপন কৰা হ'ব ?
=> উত্তৰ:- IIT হায়দৰাবাদ


ASSAM GK

15 নং প্ৰশ্ন (-Q-) 'পণ্ডিত ভীমসেন যোশী'ৰ 100 তম জন্ম জয়ন্তী কেতিয়া উদযাপন কৰা হয় ?
=> উত্তৰ:- ৫ ফেব্ৰুৱাৰী


ASSAM GK

16 নং প্ৰশ্ন (-Q-) কোনটো বেঙ্কক ভাৰতীয় উদ্যোগ পৰিষদ বঁটা প্ৰদান কৰা হৈছে ?
=> উত্তৰ:- কৰ্ণাটক বেংক


ASSAM GK

17 নং প্ৰশ্ন (-Q-) বাটা ইণ্ডিয়াৰ দ্বাৰা কাক ইয়াৰ ব্ৰেণ্ড এম্বেচেডৰ কৰা হৈছে ?
=> উত্তৰ:- দিশা পাটানি


ASSAM GK

18 নং প্ৰশ্ন (-Q-) কিংবদন্তী গায়িকা লতা মংগেশকাৰৰ কিমান বয়সত মৃত্যু হৈছে ?
=> উত্তৰ:- ৯২ বছৰ


ASSAM GK

19 নং প্ৰশ্ন (-Q-) U19 ক্ৰিকেট বিশ্বকাপ 2022 খিতাপ কোনে জিকিছে ?
=> উত্তৰ:- ভাৰত


ASSAM GK

20 নং প্ৰশ্ন (-Q-) কোনখন দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ক্ৰিষ্টোছ চাৰ্টজেটাকিছৰ মৃত্যু হৈছে ?
=> উত্তৰ:- গ্ৰীচ


ASSAM GK

21 নং প্ৰশ্ন (-Q-) JNU ৰ প্ৰথম মহিলা উপাচাৰ্য হিচাপে কাক নিযুক্তি দিয়া হৈছে ?
=> উত্তৰ:- শান্তিশ্ৰী ধুলিপুড়ি পণ্ডিত (Santishree Dhulipudi Pandit)


ASSAM GK

22 নং প্ৰশ্ন (-Q-) ICICI Lombard এ কাৰ সৈতে চাইবাৰ বীমা আগবঢ়াব ?
=> উত্তৰ:- এয়াৰটেল পেমেণ্ট বেঙ্ক


ASSAM GK

23 নং প্ৰশ্ন (-Q-) কোনটো বেঙ্কক CII এ DX 2021 বঁটা প্ৰদান কৰিছে ?
=> উত্তৰ:- কৰ্ণাটক বেংক


ASSAM GK

24 নং প্ৰশ্ন (-Q-) 'বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰ'ৰ নতুন সঞ্চালক কোন হৈছে ?
=> উত্তৰ:- ডাঃ উন্নিকৃষ্ণন নায়াৰ (Dr Unnikrishnan Nair)


ASSAM GK

25 নং প্ৰশ্ন (-Q-) কোন দেশৰ দ্ৰুত বলাৰ সুৰঙ্গা লাকমলে অৱসৰ ঘোষণা কৰিছে ?
=> উত্তৰ:- শ্ৰীলংকা


ASSAM GK

26 নং প্ৰশ্ন (-Q-) আৰ ৰাজামোহনৰ শেহতীয়াকৈ মৃত্যু হৈছে, তেওঁ কোন আছিল ?
=> উত্তৰ:- জ্যোতিৰ্বিজ্ঞানী


ASSAM GK

27 নং প্ৰশ্ন (-Q-) মানৱ সৰবৰাহ নিয়ন্ত্ৰণ ৰখাৰ বাবে দেশজুৰি ''AAHT Operation'' কোনে আৰম্ভ কৰিছে ?
=> উত্তৰ:- আৰ-পি-এফ


ASSAM GK

28 নং প্ৰশ্ন (-Q-) কেবিনেটৰ নিযুক্তি সমিতিয়ে কাক কৃষি সচিব হিচাপে নিযুক্তি দিছে ?
=> উত্তৰ:- মনোজ আহুজা


ASSAM GK

29 নং প্ৰশ্ন (-Q-) বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযান ইন্দ্ৰধনুষ 4.0 কোনে আৰম্ভ কৰিছে ?
=> উত্তৰ:- মনসুখ মাণ্ডৱিয়া


ASSAM GK

30 নং প্ৰশ্ন (-Q-) পৰিষ্কাৰ শক্তি প্ৰযুক্তি বিকাশৰ বাবে সামাজিক আলফাৰ সৈতে কোন চুক্তি বদ্ধ হৈছে ?
=> উত্তৰ:- কেৰালা


ASSAM GK

31 নং প্ৰশ্ন (-Q-) আফ্ৰিকান ইউনিয়ন সন্মিলন 2022-ৰ আয়োজক দেশ কোন হৈছে ?
=> উত্তৰ:- ইথিওপিয়া


ASSAM GK

32 নং প্ৰশ্ন (-Q-) পাৱাৰথন-2022 কোনে আৰম্ভ কৰিছিল ?
=> উত্তৰ:- আৰ কে সিং


ASSAM GK

33 নং প্ৰশ্ন (-Q-) ড. এম. গংগাধৰণৰ শেহতীয়াকৈ মৃত্যু হৈছে, তেওঁ কোন আছিল ?
=> উত্তৰ:- ইতিহাসবিদ


ASSAM GK

34 নং প্ৰশ্ন (-Q-) 'বিশ্ব পালচ দিৱস' (‘World Pulse Day’) কেতিয়া উদযাপন কৰা হয় ?
=> উত্তৰ:- ১০ ফেব্ৰুৱাৰী


ASSAM GK

35 নং প্ৰশ্ন (-Q-) বিদেশী ড্ৰোন আমদানি কোনে নিষিদ্ধ কৰিছে ?
=> উত্তৰ:- ভাৰত


ASSAM GK

36 নং প্ৰশ্ন (-Q-) কোনখন ৰাজ্য চৰকাৰে নতুন IT/ITeS নীতি উন্মোচন কৰিছে ?
=> উত্তৰ:- গুজৰাট


ASSAM GK

37 নং প্ৰশ্ন (-Q-) 'মাদ্ৰাজ উচ্চ ন্যায়ালয়'ৰ নতুন মুখ্য ন্যায়াধীশ কোন হৈছে ?
=> উত্তৰ:- মুনীশ্বৰ নাথ ভাণ্ডাৰী


ASSAM GK

38 নং প্ৰশ্ন (-Q-) 45 তম 'আন্তৰ্জাতিক কলকাতা গ্ৰন্থমেলা' কেতিয়া আৰম্ভ হ'ব ?
=> উত্তৰ:- ২৮ ফেব্ৰুৱাৰী


ASSAM GK

39 নং প্ৰশ্ন (-Q-) 'অটল বিহাৰী বাজপেয়ী' কিতাপখন কোনে লিখিছে ?
=> উত্তৰ:- সাগৰিকা ঘোষ


ASSAM GK

40 নং প্ৰশ্ন (-Q-) PHS Damiba ক ক'ৰ ৰাষ্ট্ৰপতি হিচাপে ঘোষণা কৰা হৈছে ?
=> উত্তৰ:- বুৰ্কিনা ফাছো (Burkina Faso)


ASSAM GK

41 নং প্ৰশ্ন (-Q-) পৃথিৱীৰ আটাইতকৈ ডাঙৰ ইগলু কেফে (igloo cafe) ক'ত খোলা হৈছে ?
=> উত্তৰ:- জম্মু আৰু কাশ্মীৰ


ASSAM GK

42 নং প্ৰশ্ন (-Q-) পল কলিংউড কোনখন দেশৰ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হৈছে ?
=> উত্তৰ:- ইংলেণ্ড


ASSAM GK

43 নং প্ৰশ্ন (-Q-) ভাৰতে কোনখন দেশক আধাৰৰ নিজা সংস্কৰণ মুকলি কৰাত সহায় কৰিব ?
=> উত্তৰ:- শ্ৰীলংকা


ASSAM GK

44 নং প্ৰশ্ন (-Q-) ভাৰতত ৰিইমাজিনিং হেল্থকেয়াৰ প্ৰতিবেদন কোনে প্ৰকাশ কৰিছে ?
=> উত্তৰ:- নীতি আয়োগ


ASSAM GK

45 নং প্ৰশ্ন (-Q-) কৃষি প্ৰযুক্তি ষ্টাৰ্টআপ কোম্পানী 'কৃষি নেটৱৰ্ক'ৰ ব্ৰেণ্ড এম্বেচেডৰ কোন হৈছে ?
=> উত্তৰ:- পংকজ ত্ৰিপাঠী


ASSAM GK

46 নং প্ৰশ্ন (-Q-) NCRB ৰ মতে, ডাইনী চিকাৰৰ অধীনত কোনখন ৰাজ্যত সৰ্বাধিক হত্যা কৰা হৈছে ?
=> উত্তৰ:- ঝাৰখণ্ড


ASSAM GK

47 নং প্ৰশ্ন (-Q-) 'আন্তৰ্জাতিক মৃগীৰোগ দিৱস' কেতিয়া উদযাপন কৰা হয় ?
=> উত্তৰ:- ১৪ ফেব্ৰুৱাৰী


ASSAM GK

48 নং প্ৰশ্ন (-Q-) বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কোনখন দেশলৈ তিনিদিনীয়া ভ্ৰমণলৈ গৈছে ?
=> উত্তৰ:- ফিলিপাইনচ


ASSAM GK

49 নং প্ৰশ্ন (-Q-) চাৰিদিনীয়া 'মৰু উৎসৱ' ('Maru Utsav') ক'ত আৰম্ভ হৈছে ?
=> উত্তৰ:- ৰাজস্থান


ASSAM GK

50 নং প্ৰশ্ন (-Q-) ভাৰত চৰকাৰে চীনা মূলৰ কিমানটা কোম্পানী নিষিদ্ধ কৰিছে ?
=> উত্তৰ:- 54 টা


ASSAM GK




Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download February Current Affairs PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.