Assam GK in Assamese
For Assam Agriculture, PNRD, Assam Police, Forest, DECT & DHS Exam (Part-1)
✒ Guide Book (প্ৰয়োজনীয় কিতাপ) =
✒ Guide Book (প্ৰয়োজনীয় কিতাপ) =
5000 বিভিন্ন সাধাৰণ জ্ঞান (Part-1)অসমীয়া মাধ্যমত - Buy Now
2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
[-প্ৰশ্ন-]. অসমৰ ৰাজ্যিক গীতটো কি ?
Answer:- (১) অ’ মোৰ অপুনাৰ দেশ
Education For Assam YouTube
[-প্ৰশ্ন-]. কোনে অসমৰ ৰাজ্যিক গীতটি ৰচনা কৰিছিল ?
Answer:- (১) ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
Education For Assam YouTube
[-প্ৰশ্ন-]. অসমৰ ৰাজ্যিক নৃত্য কি ?
Answer:- (৩) সত্ৰীয়া (ধ্ৰুপদী)
Education For Assam YouTube
[-প্ৰশ্ন-]. অসমৰ ৰাজ্যিক ফুলবিধ কি ?
Answer:- AnsOptionAddHere
Education For Assam YouTube
[-প্ৰশ্ন-]. কোপৌ ফুলৰ বৈজ্ঞানিক নাম কি ?
Answer:- (১) ফক্সটেইল অৰ্কিড
Education For Assam YouTube
[-প্ৰশ্ন-]. অসমৰ ৰাজ্যিক গছ কি ?
Answer:- (১) হলং গছ
Education For Assam YouTube
[-প্ৰশ্ন-]. অসমৰ ৰাজ্যিক প্ৰাণী কি ?
Answer:- (১) এটা শিঙৰ গঁড়
Education For Assam YouTube
[-প্ৰশ্ন-]. অসমৰ ৰাজ্যিক চৰাই কি ?
Answer:- (৩) দেও হাঁহ বা বন হাঁহ
Education For Assam YouTube
[-প্ৰশ্ন-]. ভাৰতৰ সকলো ৰাজ্যৰ জি-এছ-ডি-পি-ৰ ক্ষেত্ৰত অসমৰ স্থান কি ?
Answer:- (১) ১৭ তম
Education For Assam YouTube
[-প্ৰশ্ন-]. লোকসভাত অসমৰ মুঠ আসনৰ সংখ্যা কিমান ?
Answer:- (২) ১৪ খন
Education For Assam YouTube
Free GK PDF, Assam GK PDF, GK Quiz
এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -
Download Below
Download MCQ PDF - Click Here