Assam GK in Assamese
For Assam APDCL, Agriculture, PNRD, Assam Police, Forest, DECT & DHS Exam (Part-2)
✒ Guide Book (প্ৰয়োজনীয় কিতাপ) =
✒ Guide Book (প্ৰয়োজনীয় কিতাপ) =
5000 বিভিন্ন সাধাৰণ জ্ঞান (Part-1)অসমীয়া মাধ্যমত - Buy Now
2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
[-প্ৰশ্ন-]. ৰাজ্যসভাত অসমৰ মুঠ আসনৰ সংখ্যা কিমান ?
Answer:- (১) ৭ খন
Assam GK PDF by Education For Assam YouTube
[-প্ৰশ্ন-]. কেতিয়া অসমৰ উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা হৈছিল ?
Answer:- (৩) ৫ এপ্ৰিল, ১৯৪৮
Assam GK PDF by Education For Assam YouTube
বৰ্তমান, গৌহাটি উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ আৰু 5 জন অতিৰিক্ত ন্যায়াধীশকে ধৰি কিমান জন ন্যায়াধীশ আছে ?
Answer:- (২) ২৪ জন
Assam GK PDF by Education For Assam YouTube
[-প্ৰশ্ন-]. অতিৰিক্ত ন্যায়াধীশসকলক কিমান বছৰৰ বাবে নিযুক্তি দিয়া হয় ?
Answer:- (১) দুবছৰতকৈ কম সময়ৰ বাবে
Assam GK PDF by Education For Assam YouTube
[-প্ৰশ্ন-]. ২০২০ (ডিচেম্বৰ) গৌহাটি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন ?
Answer:- (৩) মাননীয় শ্ৰীযুত ন্যায়াধীশ অজয় লাম্বা
Assam GK PDF by Education For Assam YouTube
[-প্ৰশ্ন-]. কোন বছৰত গৌহাটি উচ্চ ন্যায়ালয়ৰ কোহিমা বিচাৰপীঠ উদ্বোধন কৰা হৈছিল ?
Answer:- (২) ১০ ফেব্ৰুৱাৰী, ১৯৯০
Assam GK PDF by Education For Assam YouTube
[-প্ৰশ্ন-]. গৌহাটি উচ্চ ন্যায়ালয়ৰ কোহিমা বিচাৰপীঠখন কোনে উদ্বোধন কৰিছিল ?
Answer:- মাননীয় শ্ৰীযুত ন্যায়াধীশ সুবিয়াসাচী মুখাৰ্জী, ভাৰতৰ তদানীন্তন মুখ্য ন্যায়াধীশ
Assam GK PDF by Education For Assam YouTube
[-প্ৰশ্ন-]. গৌহাটি উচ্চ ন্যায়ালয়ৰ আইজল বিচাৰপীঠ (Aizawl Bench) কোন বছৰত গৌহাটি উচ্চ ন্যায়ালয়ৰ স্থায়ী বিচাৰপীঠ হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল ?
Answer:- (৩) ৫ জুলাই, ১৯৯০
Assam GK PDF by Education For Assam YouTube
[-প্ৰশ্ন-]. গৌহাটি উচ্চ ন্যায়ালয়ৰ ইটানগৰত স্থায়ী বিচাৰপীঠ কেতিয়া কাৰ্যকৰী হৈছিল ?
Answer:- (১) ১২ আগষ্ট, ২০০০ ত
Assam GK PDF by Education For Assam YouTube
[-প্ৰশ্ন-]. কোন বছৰত ইম্ফল বিচাৰপীঠ (১৯৭২ চনৰ ২১ জানুৱাৰীত স্থাপিত) উচ্চ ন্যায়ালয়লৈ ৰূপান্তৰিত হৈছিল ?
Answer:- (৩) মাৰ্চ ২০১৩
Assam GK PDF by Education For Assam YouTube
Free GK PDF, Assam GK PDF, GK Quiz
এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -
Download Below
Download MCQ PDF - Click Here