Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

Assam GK in Assamese For Assam Agriculture, PNRD, Assam Police & DC Office Exam (Part-6)

Assam GK in Assamese

অসম সাধাৰণ জ্ঞান

For Assam Agriculture, PNRD, Assam Police, Forest, DECT & DHS Exam (Part-6)

 Guide Book (প্ৰয়োজনীয় কিতাপ) =

5000 বিভিন্ন সাধাৰণ জ্ঞান (Part-1)অসমীয়া মাধ্যমত - Buy Now

5250 বিভিন্ন সাধাৰণ জ্ঞান (Part-2) অসমীয়া মাধ্যমত - Buy Now

2,000 অসম বুৰঞ্জী তথা Assam GK (English) - Buy Now 

2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now

Java Programming Language Output this code Quizzes 1

[-প্ৰশ্ন-]. অসম ৰাজ্যৰ বনাঞ্চল কিমান বৰ্গ কিলোমিটাৰ ?







Answer:- (১) ২৮,৩২৬.৫১ বৰ্গ কিমি

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)



[-প্ৰশ্ন-]. অসম ৰাজ্যৰ বনাঞ্চলে কিমান ভৌগোলিক এলেকা সামৰি লৈছে ?







Answer:- (১) ৩৬.১১%

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)



[-প্ৰশ্ন-]. উত্তৰ-পূব অঞ্চলৰ মুঠ বনাঞ্চলে কিমান বৰ্গ কিলোমিটাৰ আগুৰি আছে ?









Answer:- (৪) ১,৭০,৫৪১ বৰ্গ কিমি

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)



[-প্ৰশ্ন-]. উত্তৰ-পূব অঞ্চলৰ মুঠ বনাঞ্চল ইয়াৰ ভৌগোলিক এলেকাৰ কিমান শতাংশ ?









Answer:- (৩) ৬৫.০৫%

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)



[-প্ৰশ্ন-]. উদ্ভিদৰ প্ৰকাৰ আৰু ইয়াত পোৱা গছ-গছনিৰ প্ৰকৃতি অনুসৰি, অসমৰ অৰণ্যবোৰক বহলভাৱে কেই বিভক্ত কৰিব পাৰি ?









Answer:- (৩) চাৰি প্ৰকাৰ

চাৰি প্ৰকাৰ (চিৰসেউজ অৰণ্য, মিশ্ৰিত পৰ্ণপাতী অৰণ্য, ৰিভেৰিন অৰণ্য আৰু চাভানা)



[-প্ৰশ্ন-]. পঞ্চদশ শতিকাৰ ধৰ্মীয়-সাংস্কৃতিক আন্দোলন বৈষ্ণৱ আন্দোলন, অসমত কোনে আৰম্ভ কৰিছিল ?









Answer:- (১) শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)



[-প্ৰশ্ন-]. মানস নদীৰ নামটো কোনগৰাকী দেৱীৰ নামৰ পৰা আহৰণ কৰা হৈছে ?









Answer:- (২) সৰ্প দেৱী মনসা

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)



[-প্ৰশ্ন-]. কোনখন নদী টৰ-পুটিটোৰাৰ (Tor Putitora) বাবে বিখ্যাত - যিটো পাকিস্তানৰ ৰাষ্ট্ৰীয় মাছ ?









Answer:- (২) জিয়া ভৰালী

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)



[-প্ৰশ্ন-]. ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া Biospehe rereserve পুনৰ হিচাপে মনোনীত কৰা হৈছিল ?









Answer:- (২) ১৯৯৭ চনত

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)



[-প্ৰশ্ন-]. কটন মহাবিদ্যালয়ৰ প্ৰথম অধ্যক্ষ কোন আছিল ?







Answer:- (২) ফ্ৰেড্ৰিক উইলিয়াম চুডমাৰ্চন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)






Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.