Assam GK in Assamese
অসম সাধাৰণ জ্ঞান
For Assam Agriculture, PNRD, Assam Police, Forest, DECT & DHS Exam (Part-6)
✒ Guide Book (প্ৰয়োজনীয় কিতাপ) =
✒ Guide Book (প্ৰয়োজনীয় কিতাপ) =
5000 বিভিন্ন সাধাৰণ জ্ঞান (Part-1)অসমীয়া মাধ্যমত - Buy Now
5250 বিভিন্ন সাধাৰণ জ্ঞান (Part-2) অসমীয়া মাধ্যমত - Buy Now
2,000 অসম বুৰঞ্জী তথা Assam GK (English) - Buy Now
2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
[-প্ৰশ্ন-]. অসম ৰাজ্যৰ বনাঞ্চল কিমান বৰ্গ কিলোমিটাৰ ?
Answer:- (১) ২৮,৩২৬.৫১ বৰ্গ কিমি
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. অসম ৰাজ্যৰ বনাঞ্চলে কিমান ভৌগোলিক এলেকা সামৰি লৈছে ?
Answer:- (১) ৩৬.১১%
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. উত্তৰ-পূব অঞ্চলৰ মুঠ বনাঞ্চলে কিমান বৰ্গ কিলোমিটাৰ আগুৰি আছে ?
Answer:- (৪) ১,৭০,৫৪১ বৰ্গ কিমি
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. উত্তৰ-পূব অঞ্চলৰ মুঠ বনাঞ্চল ইয়াৰ ভৌগোলিক এলেকাৰ কিমান শতাংশ ?
Answer:- (৩) ৬৫.০৫%
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. উদ্ভিদৰ প্ৰকাৰ আৰু ইয়াত পোৱা গছ-গছনিৰ প্ৰকৃতি অনুসৰি, অসমৰ অৰণ্যবোৰক বহলভাৱে কেই বিভক্ত কৰিব পাৰি ?
Answer:- (৩) চাৰি প্ৰকাৰ
চাৰি প্ৰকাৰ (চিৰসেউজ অৰণ্য, মিশ্ৰিত পৰ্ণপাতী অৰণ্য, ৰিভেৰিন অৰণ্য আৰু চাভানা)
[-প্ৰশ্ন-]. পঞ্চদশ শতিকাৰ ধৰ্মীয়-সাংস্কৃতিক আন্দোলন বৈষ্ণৱ আন্দোলন, অসমত কোনে আৰম্ভ কৰিছিল ?
Answer:- (১) শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. মানস নদীৰ নামটো কোনগৰাকী দেৱীৰ নামৰ পৰা আহৰণ কৰা হৈছে ?
Answer:- (২) সৰ্প দেৱী মনসা
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. কোনখন নদী টৰ-পুটিটোৰাৰ (Tor Putitora) বাবে বিখ্যাত - যিটো পাকিস্তানৰ ৰাষ্ট্ৰীয় মাছ ?
Answer:- (২) জিয়া ভৰালী
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া Biospehe rereserve পুনৰ হিচাপে মনোনীত কৰা হৈছিল ?
Answer:- (২) ১৯৯৭ চনত
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. কটন মহাবিদ্যালয়ৰ প্ৰথম অধ্যক্ষ কোন আছিল ?
Answer:- (২) ফ্ৰেড্ৰিক উইলিয়াম চুডমাৰ্চন
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)