Assam GK in Assamese
For Assam APDCL, ADRE, PNRD, Assam Police, Forest, DECT & DHS Exam (Part-5)
✒ Guide Book (প্ৰয়োজনীয় কিতাপ) =
✒ Guide Book (প্ৰয়োজনীয় কিতাপ) =
5000 বিভিন্ন সাধাৰণ জ্ঞান (Part-1)অসমীয়া মাধ্যমত - Buy Now
2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
[-প্ৰশ্ন-]. কোন বছৰত বৰপেটা জিলা কামৰূপৰ পৰা বিভক্ত হৈ গঠন হৈছিল ?
Answer:- (৩) ১৯৮৩ চনত
Education For Assam YouTube
[-প্ৰশ্ন-]. শোনিতপুৰ জিলা ১৯৮৩ চনত কোন খন জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল ?
Answer:- (১) দৰং জিলাৰ পৰা
Education For Assam YouTube
[-প্ৰশ্ন-]. ১৯৮৩ চনত যোৰহাট জিলা কোন জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল ?
Answer:- (৩) শিৱসাগৰ জিলা
Education For Assam YouTube
[-প্ৰশ্ন-]. ধুবুৰী জিলা আৰু কোকৰাঝাৰ জিলা ১৯৮৩ চনত কোন খন জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল ?
Answer:- (২) গোৱালপাৰা জিলাৰ পৰা
Education For Assam YouTube
[-প্ৰশ্ন-]. কৰিমগঞ্জ জিলা ১৯৮৩ চনত কোন খন জিলাৰ বিভক্ত হৈ গঠন হৈছিল ?
Answer:- (২) কাছাৰ জিলাৰ পৰা
Education For Assam YouTube
[-প্ৰশ্ন-]. কোন বছৰত নলবাৰী জিলা গঠন কৰা হয় ?
Answer:- (২) ১৪ আগষ্ট ১৯৮৫
Education For Assam YouTube
[-প্ৰশ্ন-]. নলবাৰী জিলা কোনখন জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল ?
Answer:- (১) কামৰূপ জিলাৰ পৰা
Education For Assam YouTube
[-প্ৰশ্ন-]. কোন বছৰত গোলাঘাট জিলা গঠন কৰা হৈছিল ?
Answer:- (২) ১৫ আগষ্ট ১৯৮৭
Education For Assam YouTube
[-প্ৰশ্ন-]. গোলাঘাট জিলা কোনখন জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল ?
Answer:- (২) শিৱসাগৰ জিলাৰ পৰা
Education For Assam YouTube
[-প্ৰশ্ন-]. অসম আটাইতকৈ ডাঙৰ সমভূমি জিলাখন কোনখন ?
Answer:- (৩) শোণিতপুৰ জিলা
Education For Assam YouTube
Free GK PDF, Assam GK PDF, GK Quiz
এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -
Download Below
Download MCQ PDF - Click Here