Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

Assam GK in Assamese For Assam Agriculture, PNRD, Assam Police & DC Office Exam (Part-5)

Assam GK in Assamese

For Assam APDCL, ADRE, PNRD, Assam Police, Forest, DECT & DHS Exam (Part-5)

 Guide Book (প্ৰয়োজনীয় কিতাপ) =

5000 বিভিন্ন সাধাৰণ জ্ঞান (Part-1)অসমীয়া মাধ্যমত - Buy Now

2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now

এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক


Java Programming Language Output this code Quizzes 1

[-প্ৰশ্ন-]. কোন বছৰত বৰপেটা জিলা কামৰূপৰ পৰা বিভক্ত হৈ গঠন হৈছিল ?







Answer:- (৩) ১৯৮৩ চনত

Education For Assam YouTube



[-প্ৰশ্ন-]. শোনিতপুৰ জিলা ১৯৮৩ চনত কোন খন জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল ?







Answer:- (১) দৰং জিলাৰ পৰা

Education For Assam YouTube



[-প্ৰশ্ন-]. ১৯৮৩ চনত যোৰহাট জিলা কোন জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল ?









Answer:- (৩) শিৱসাগৰ জিলা

Education For Assam YouTube



[-প্ৰশ্ন-]. ধুবুৰী জিলা আৰু কোকৰাঝাৰ জিলা ১৯৮৩ চনত কোন খন জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল ?









Answer:- (২) গোৱালপাৰা জিলাৰ পৰা

Education For Assam YouTube



[-প্ৰশ্ন-]. কৰিমগঞ্জ জিলা ১৯৮৩ চনত কোন খন জিলাৰ বিভক্ত হৈ গঠন হৈছিল ?









Answer:- (২) কাছাৰ জিলাৰ পৰা

Education For Assam YouTube



[-প্ৰশ্ন-]. কোন বছৰত নলবাৰী জিলা গঠন কৰা হয় ?









Answer:- (২) ১৪ আগষ্ট ১৯৮৫

Education For Assam YouTube



[-প্ৰশ্ন-]. নলবাৰী জিলা কোনখন জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল ?









Answer:- (১) কামৰূপ জিলাৰ পৰা

Education For Assam YouTube



[-প্ৰশ্ন-]. কোন বছৰত গোলাঘাট জিলা গঠন কৰা হৈছিল ?









Answer:- (২) ১৫ আগষ্ট ১৯৮৭

Education For Assam YouTube



[-প্ৰশ্ন-]. গোলাঘাট জিলা কোনখন জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল ?









Answer:- (২) শিৱসাগৰ জিলাৰ পৰা

Education For Assam YouTube



[-প্ৰশ্ন-]. অসম আটাইতকৈ ডাঙৰ সমভূমি জিলাখন কোনখন ?







Answer:- (৩) শোণিতপুৰ জিলা

Education For Assam YouTube







Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.