Assam GK in Assamese
For Assam Agriculture, PNRD, Assam Police, Forest, DECT & DHS Exam (Part-4)
✒ Guide Book (প্ৰয়োজনীয় কিতাপ) =
✒ Guide Book (প্ৰয়োজনীয় কিতাপ) =
5000 বিভিন্ন সাধাৰণ জ্ঞান (Part-1)অসমীয়া মাধ্যমত - Buy Now
2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
[-প্ৰশ্ন-]. কেতিয়া তেলৰ আমদানি ব্যৱস্থাপনা কৰিবলৈ অসম তেল কোম্পানী গঠন কৰা হৈছিল ?
Answer:- (২) ১৮৯৯ চনত
Education For Assam YouTube
[-প্ৰশ্ন-]. অসমত কোন ঠাইত নিমখ তৈয়াৰ কৰা হৈছিল ?
Answer:- (১ )অবিভক্ত লখিমপুৰ জিলাৰ সদিয়া আৰু বৰহাটত
Education For Assam YouTube
[-প্ৰশ্ন-]. অসম চাহ বিশেষভাৱে কোনটো উদ্ভিদৰ পৰা নিৰ্মাণ কৰা হয় ?
Answer:- কেমেলিয়া চাইনেন্সিছ তথা অসমিকা (মাষ্টাৰ্চ) (Camellia sinensis var. assamica (Masters)
Education For Assam YouTube
[-প্ৰশ্ন-]. অসমৰ কোনখন চহৰক উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলিও কোৱা হয় ?
Answer:- (২) গুৱাহাটী
Education For Assam YouTube
[-প্ৰশ্ন-]. অসমত কিমানখন ইউনেস্কো বিশ্ব ঐতিহ্যক্ষেত্ৰ আছে ?
Answer:- (১) দুখন
কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্য আৰু মানস বন্যপ্ৰাণী অভয়াৰণ্য
Education For Assam YouTube
[-প্ৰশ্ন-]. স্বাধীনতাৰ সময়ত অসমত কিমানখন জিলা আছিল ?
Answer:- (২) ১৩ খন
Education For Assam YouTube
[-প্ৰশ্ন-]. গোলাঘাট, নগাঁও, কাছাৰ জিলা ১৭ নৱেম্বৰ ১৯৫১ তাৰিখে কোন দুখন জিলাৰ পৰা বিভক্ত কৰি গঠন আছে ?
Answer:- ইউনাইটেড মিকিৰ আৰু নৰ্থ কাচাৰ হিলচ ডিষ্ট্ৰিক্ট
Education For Assam YouTube
[-প্ৰশ্ন-]. ডিব্ৰুগড় জিলা কোন জিলাৰ পৰা বিভক্ত কৰি গঠন কৰা হৈছে ?
Answer:- (১) লখিমপুৰ
Education For Assam YouTube
[-প্ৰশ্ন-]. ডিব্ৰুগড় জিলা কোন চনত গঠন কৰা হৈছে ?
Answer:- (২) ১৯৭৬ চনত
Education For Assam YouTube
[-প্ৰশ্ন-]. ১৯৭৬ চনৰ আগতে কাৰ্বি আংলং জিলাৰ পূৰ্বৰ নাম কি আছিল ?
Answer:- (৩) মিকিৰ পাহাৰ জিলা
Education For Assam YouTube
Free GK PDF, Assam GK PDF, GK Quiz
এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -
Download Below
Download MCQ PDF - Click Here