Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

Assam GK in Assamese For Assam Agriculture, PNRD, Assam Police & DC Office Exam (Part-4)

Assam GK in Assamese

For Assam Agriculture, PNRD, Assam Police, Forest, DECT & DHS Exam (Part-4)

 Guide Book (প্ৰয়োজনীয় কিতাপ) =

5000 বিভিন্ন সাধাৰণ জ্ঞান (Part-1)অসমীয়া মাধ্যমত - Buy Now

2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now

এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক


Java Programming Language Output this code Quizzes 1

[-প্ৰশ্ন-]. কেতিয়া তেলৰ আমদানি ব্যৱস্থাপনা কৰিবলৈ অসম তেল কোম্পানী গঠন কৰা হৈছিল ?







Answer:- (২) ১৮৯৯ চনত

Education For Assam YouTube



[-প্ৰশ্ন-]. অসমত কোন ঠাইত নিমখ তৈয়াৰ কৰা হৈছিল ?







Answer:- (১ )অবিভক্ত লখিমপুৰ জিলাৰ সদিয়া আৰু বৰহাটত

Education For Assam YouTube



[-প্ৰশ্ন-]. অসম চাহ বিশেষভাৱে কোনটো উদ্ভিদৰ পৰা নিৰ্মাণ কৰা হয় ?









Answer:- কেমেলিয়া চাইনেন্সিছ তথা অসমিকা (মাষ্টাৰ্চ) (Camellia sinensis var. assamica (Masters)

Education For Assam YouTube



[-প্ৰশ্ন-]. অসমৰ কোনখন চহৰক উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলিও কোৱা হয় ?









Answer:- (২) গুৱাহাটী

Education For Assam YouTube



[-প্ৰশ্ন-]. অসমত কিমানখন ইউনেস্কো বিশ্ব ঐতিহ্যক্ষেত্ৰ আছে ?









Answer:- (১) দুখন
কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্য আৰু মানস বন্যপ্ৰাণী অভয়াৰণ্য

Education For Assam YouTube



[-প্ৰশ্ন-]. স্বাধীনতাৰ সময়ত অসমত কিমানখন জিলা আছিল ?









Answer:- (২) ১৩ খন

Education For Assam YouTube



[-প্ৰশ্ন-]. গোলাঘাট, নগাঁও, কাছাৰ জিলা ১৭ নৱেম্বৰ ১৯৫১ তাৰিখে কোন দুখন জিলাৰ পৰা বিভক্ত কৰি গঠন আছে ?









Answer:- ইউনাইটেড মিকিৰ আৰু নৰ্থ কাচাৰ হিলচ ডিষ্ট্ৰিক্ট

Education For Assam YouTube



[-প্ৰশ্ন-]. ডিব্ৰুগড় জিলা কোন জিলাৰ পৰা বিভক্ত কৰি গঠন কৰা হৈছে ?









Answer:- (১) লখিমপুৰ

Education For Assam YouTube



[-প্ৰশ্ন-]. ডিব্ৰুগড় জিলা কোন চনত গঠন কৰা হৈছে ?









Answer:- (২) ১৯৭৬ চনত

Education For Assam YouTube



[-প্ৰশ্ন-]. ১৯৭৬ চনৰ আগতে কাৰ্বি আংলং জিলাৰ পূৰ্বৰ নাম কি আছিল ?







Answer:- (৩) মিকিৰ পাহাৰ জিলা

Education For Assam YouTube







Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.