Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

Assam GK in Assamese For Assam Agriculture, PNRD, Assam Police & DC Office Exam (Part-8)

Assam GK in Assamese

অসম সাধাৰণ জ্ঞান

For Assam Agriculture, PNRD, Assam Police, Forest, DECT & DHS Exam (Part-8)

 Guide Book (প্ৰয়োজনীয় কিতাপ) =

5000 বিভিন্ন সাধাৰণ জ্ঞান (Part-1)অসমীয়া মাধ্যমত - Buy Now

5250 বিভিন্ন সাধাৰণ জ্ঞান (Part-2) অসমীয়া মাধ্যমত - Buy Now

2,000 অসম বুৰঞ্জী তথা Assam GK (English) - Buy Now 

2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now


Java Programming Language Output this code Quizzes 1

[-প্ৰশ্ন-]. কছাৰী ৰজাসকলৰ অন্তিম ৰাজধানী কোন ঠাইত আছিল ?







Answer:- (২) খাচপুৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)



[-প্ৰশ্ন-]. কি নামেৰে আহোম ৰাজপৰিয়ালৰ সমাধি স্তূপবোৰ জনা যায় ?







Answer:- (২) মৈদাম

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)



[-প্ৰশ্ন-]. এজন আহোম ৰজাক সম্বোধন কৰিবলৈ ব্যৱহৃত উপাধিটো কি আছিল ?









Answer:- (২) স্বৰ্গদেও

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)



[-প্ৰশ্ন-]. অসমত কিমানটা চাব-ডিভিচন বা উপ-বিভাগ আৰু তহচিল আছে ?









Answer:- (২) ৮০ টা উপ-বিভাগ, ১৫৫ টা তহচিল

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)



[-প্ৰশ্ন-]. দক্ষিণ-শালমাৰা মানকাচাৰ জিলাৰ মুখ্য়ালয় ক'ত আছে ?









Answer:- (১) হাটচিঙিমাৰী

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)



[-প্ৰশ্ন-]. অসমত চাহ খেতি কোনে আৰম্ভ কৰিছিল ?









Answer:- (২) ৰবাৰ্ট ব্ৰুছ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)



[-প্ৰশ্ন-]. নগাঁওত মৰাপাট কাৰখানা, বঙাইগাঁও পেট্ৰো কেমিকেলছ আৰু জোগিঘোপাত পেপাৰমিলৰ ভেটি স্থাপন কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল ?









Answer:- মহেন্দ্ৰ মোহন চৌধুৰী

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)



[-প্ৰশ্ন-]. প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল ?









Answer:- (২) ১৯৭৯ চনত

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)



[-প্ৰশ্ন-]. মণিপুৰ কেতিয়া ভাৰতৰ দ্বাদশ ৰাজ্য হৈছিল ?









Answer:- (২) ২১ জানুৱাৰী, ১৯৭২

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)



[-প্ৰশ্ন-]. উত্তৰ-পূব ভাৰতৰ একমাত্ৰ ফছফেট সাৰ প্ৰকল্পটো কোন ঠাইত অৱস্থিত ?







Answer:- (১) নামৰূপ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)






Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.