Assam GK in Assamese
অসম সাধাৰণ জ্ঞান
For Assam Agriculture, PNRD, Assam Police, Forest, DECT & DHS Exam (Part-8)
✒ Guide Book (প্ৰয়োজনীয় কিতাপ) =
✒ Guide Book (প্ৰয়োজনীয় কিতাপ) =
5000 বিভিন্ন সাধাৰণ জ্ঞান (Part-1)অসমীয়া মাধ্যমত - Buy Now
5250 বিভিন্ন সাধাৰণ জ্ঞান (Part-2) অসমীয়া মাধ্যমত - Buy Now
2,000 অসম বুৰঞ্জী তথা Assam GK (English) - Buy Now
2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
[-প্ৰশ্ন-]. কছাৰী ৰজাসকলৰ অন্তিম ৰাজধানী কোন ঠাইত আছিল ?
Answer:- (২) খাচপুৰ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. কি নামেৰে আহোম ৰাজপৰিয়ালৰ সমাধি স্তূপবোৰ জনা যায় ?
Answer:- (২) মৈদাম
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. এজন আহোম ৰজাক সম্বোধন কৰিবলৈ ব্যৱহৃত উপাধিটো কি আছিল ?
Answer:- (২) স্বৰ্গদেও
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. অসমত কিমানটা চাব-ডিভিচন বা উপ-বিভাগ আৰু তহচিল আছে ?
Answer:- (২) ৮০ টা উপ-বিভাগ, ১৫৫ টা তহচিল
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. দক্ষিণ-শালমাৰা মানকাচাৰ জিলাৰ মুখ্য়ালয় ক'ত আছে ?
Answer:- (১) হাটচিঙিমাৰী
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. অসমত চাহ খেতি কোনে আৰম্ভ কৰিছিল ?
Answer:- (২) ৰবাৰ্ট ব্ৰুছ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. নগাঁওত মৰাপাট কাৰখানা, বঙাইগাঁও পেট্ৰো কেমিকেলছ আৰু জোগিঘোপাত পেপাৰমিলৰ ভেটি স্থাপন কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল ?
Answer:- মহেন্দ্ৰ মোহন চৌধুৰী
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল ?
Answer:- (২) ১৯৭৯ চনত
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. মণিপুৰ কেতিয়া ভাৰতৰ দ্বাদশ ৰাজ্য হৈছিল ?
Answer:- (২) ২১ জানুৱাৰী, ১৯৭২
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. উত্তৰ-পূব ভাৰতৰ একমাত্ৰ ফছফেট সাৰ প্ৰকল্পটো কোন ঠাইত অৱস্থিত ?
Answer:- (১) নামৰূপ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)