Assam GK in Assamese
অসম সাধাৰণ জ্ঞান
For Assam Agriculture, PNRD, Assam Police, Forest, DECT & DHS Exam (Part-6)
✒ Guide Book (প্ৰয়োজনীয় কিতাপ) =
✒ Guide Book (প্ৰয়োজনীয় কিতাপ) =
5000 বিভিন্ন সাধাৰণ জ্ঞান (Part-1)অসমীয়া মাধ্যমত - Buy Now
5250 বিভিন্ন সাধাৰণ জ্ঞান (Part-2) অসমীয়া মাধ্যমত - Buy Now
2,000 অসম বুৰঞ্জী তথা Assam GK (English) - Buy Now
2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
[-প্ৰশ্ন-]. কোনখন ৰাজ্যক জুৱেল অফ ইণ্ডিয়া (Jewel of India) বুলি জনা যায় ?
Answer:- (৩) মণিপুৰ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত কোন অসমৰ মুখ্যমন্ত্ৰী হৈছিল ?
Answer:- (২) বিষ্ণুৰাম মেধি
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. অসমৰ বৰদৈচিলা বুলি কাক জনা যায় ?
Answer:- (২) প্ৰাক-মৌচুমী ঋতু
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. শংকৰদেৱে এটা ৰাতিত লিখা কিতাপখন হৈছে ?
Answer:- (৩) গুণমালা
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. নৰ্থ কাচাৰ হিল কিহৰ বাবে জনাজাত ?
Answer:- (২) চূণশিল
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. অসমৰ ৰাজধানী চহৰ খন কোন বছৰত দিচপুৰ (গুৱাহাটী)ত স্থাপন কৰা হৈছিল ?
Answer:- (২) ১৯৭৩ চনত
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. কোনঠাইক উত্তৰ-পূব ব্যৱসায়িক কাৰ্যকলাপৰ নাভি কেন্দ্ৰ বুলি কোৱা হয় ?
Answer:- (৩) গুৱাহাটী
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. কোনটো সংগঠনৰ নেতৃত্বত বিখ্যাত অসম আন্দোলনৰ শিপা আৰম্ভ হৈছিল ?
Answer:- (১) অল আছাম ষ্টুডেণ্টছ ইউনিয়ন
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. কোনটো পাৱাৰ ষ্টেচন এ-পি-জিচি-এল-ৰ দ্বাৰা পৰিচালিত হয় ?
Answer:- (৪) ওপৰৰ (১) আৰু (২) দুয়োটা
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
[-প্ৰশ্ন-]. কচাৰী মুদ্ৰাৰ সচৰাচৰ আকৃতি কেনেকুৱা আছিল ?
Answer:- (২) গোলাকাৰ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)