1000 General knowledge Assamese
For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-6)
✒ Guide Book (প্ৰয়োজনীয় কিতাপ) =
- 2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
- 5000 General Science PDF eBook অসমীয়া মাধ্যমত - Click here to Buy
এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক
(Q-1)
(Q) ভাৰতীয় মৰুভূমিৰ নাম কি ?
থৰ
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-2)
(Q) কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত ?
অসম

(Q-3)
(Q) পৃথিৱীয়ে ইয়াৰ অক্ষত কোন দিশত ঘূৰে ?
পশ্চিমৰ পৰা পূবলৈ

(Q-4)
(Q) উজ্জয়িনী কোন নদীৰ পাৰত অৱস্থিত ?
শিপ্ৰা

(Q-5)
(Q) নিম্নলিখিত কোনটো ধাতু বিদ্যুতৰ আটাইতকৈ পৰিবাহী ?
ৰূপ

(Q-6)
(Q) মুখ্যতঃ 'গোবৰ গেছ'ত কি পোৱা যায় ?
মিথেন

(Q-7)
(Q) কোনে কৈছিল, "স্বাধীনতা মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক গ্ৰহণ কৰিমেই" ?
লোকমান্য তিলক

(Q-8)
(Q) ৰাজ্যসভাৰ সদস্য সকল কিমান সময়ৰ বাবে নিৰ্বাচিত হয় ?
ছয় বছৰ

(Q-9)
(Q) হিন্দী ভাষাৰ স্ক্ৰিপ্ট (লিপি) কি ?
দেৱনাগৰী

(Q-10)
(Q) আমাৰ তাৰকাৰাজ্য খনৰ নাম কি ?
গাখীৰ পথ বা মিল্কি ৱে

(Q-11)
(Q) হিন্দী ভাষাৰ প্ৰথম বাতৰি কাকত কোনখন আছিল ?
উদন্ত মাৰ্টণ্ড

(Q-12)
(Q) তুলসীদাস কৃত ৰামচৰিত-মানস হিন্দী ভাষাৰ কোনটো উপভাষাত লিখা হৈছে ?
অৱধি

(Q-13)
(Q) আধুনিক অলিম্পিক গেমছ কেতিয়া আৰু ক'ত আৰম্ভ হৈছিল ?
১৮৯৬ চনত এথেন্স (গ্ৰীচ)ত

(Q-14)
(Q) কোনখন খেলত ভাৰতে অলিম্পিক গেমছত 8 বাৰ সোণৰ পদক জিকিছে ?
হকী

(Q-15)
(Q) ভাৰতে শেষবাৰৰ বাবে হকীত ক'ত আৰু কেতিয়া সোণৰ পদক জিকিছিল ?
১৯৮০ মস্কোত

(Q-16)
(Q) আন্তৰ্জাতিক অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ?
লুচান (চুইজাৰলেণ্ড)

(Q-17)
(Q) 2012 চনত অলিম্পিক গেমছ ক'ত অনুষ্ঠিত হৈছিল ?
লণ্ডন

(Q-18)
(Q) অলিম্পিকৰ পতাকাত কিমানটা গোলক আছে ?
5 টা

(Q-19)
(Q) অলিম্পিকত সৰ্বাধিক স্বৰ্ণ পদক বিজয়ী কোন ?
মাইকেল ফেল্পছ

(Q-20)
(Q) 2020 চনত অলিম্পিক গেমছ ক'ত অনুষ্ঠিত হোৱাৰ কথা আছিল ?
টকিঅ( জাপান)

Quiz PDF Link -- 1000 General Knowledge (অসমীয়া) - Click Here
- Current Affairs - Click here
- Assam GK MCQ - Click Here
- 500 General Science PDF - Click Here
- English Grammar - Click Here
- All Quiz GK PDF Link

- 1000 General Knowledge (অসমীয়া) - Click Here
- Current Affairs - Click here
- Assam GK MCQ - Click Here
- 500 General Science PDF - Click Here
- English Grammar - Click Here
- All Quiz GK PDF Link
Free GK PDF, Assam GK PDF, GK Quiz
এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -
Download Below
Download MCQ PDF - Click Here