Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

1000 General knowledge Assamese For Agriculture, PNRD, Assam Police & Other Exam (Part-6)

1000 General knowledge Assamese

For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-6)

 Guide Book (প্ৰয়োজনীয় কিতাপ) =

  • 2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
  • 5000 General Science PDF eBook অসমীয়া মাধ্যমত Click here to Buy

এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক

(Q-1)
(Q) ভাৰতীয় মৰুভূমিৰ নাম কি ?

থৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-2)
(Q) কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত ?

অসম

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-3)
(Q) পৃথিৱীয়ে ইয়াৰ অক্ষত কোন দিশত ঘূৰে ?

পশ্চিমৰ পৰা পূবলৈ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-4)
(Q) উজ্জয়িনী কোন নদীৰ পাৰত অৱস্থিত ?

শিপ্ৰা

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-5)
(Q) নিম্নলিখিত কোনটো ধাতু বিদ্যুতৰ আটাইতকৈ পৰিবাহী ?

ৰূপ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-6)
(Q) মুখ্যতঃ 'গোবৰ গেছ'ত কি পোৱা যায় ?

মিথেন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-7)
(Q) কোনে কৈছিল, "স্বাধীনতা মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক গ্ৰহণ কৰিমেই" ?

লোকমান্য তিলক

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-8)
(Q) ৰাজ্যসভাৰ সদস্য সকল কিমান সময়ৰ বাবে নিৰ্বাচিত হয় ?

ছয় বছৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-9)
(Q) হিন্দী ভাষাৰ স্ক্ৰিপ্ট (লিপি) কি ?

দেৱনাগৰী

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-10)
(Q) আমাৰ তাৰকাৰাজ্য খনৰ নাম কি ?

গাখীৰ পথ বা মিল্কি ৱে

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-11)
(Q) হিন্দী ভাষাৰ প্ৰথম বাতৰি কাকত কোনখন আছিল ?

উদন্ত মাৰ্টণ্ড

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-12)
(Q) তুলসীদাস কৃত ৰামচৰিত-মানস হিন্দী ভাষাৰ কোনটো উপভাষাত লিখা হৈছে ?

অৱধি

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-13)
(Q) আধুনিক অলিম্পিক গেমছ কেতিয়া আৰু ক'ত আৰম্ভ হৈছিল ?

১৮৯৬ চনত এথেন্স (গ্ৰীচ)ত

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-14)
(Q) কোনখন খেলত ভাৰতে অলিম্পিক গেমছত 8 বাৰ সোণৰ পদক জিকিছে ?

হকী

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-15)
(Q) ভাৰতে শেষবাৰৰ বাবে হকীত ক'ত আৰু কেতিয়া সোণৰ পদক জিকিছিল ?

১৯৮০ মস্কোত

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-16)
(Q) আন্তৰ্জাতিক অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ?

লুচান (চুইজাৰলেণ্ড)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-17)
(Q) 2012 চনত অলিম্পিক গেমছ ক'ত অনুষ্ঠিত হৈছিল ?

লণ্ডন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-18)
(Q) অলিম্পিকৰ পতাকাত কিমানটা গোলক আছে ?

5 টা

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-19)
(Q) অলিম্পিকত সৰ্বাধিক স্বৰ্ণ পদক বিজয়ী কোন ?

মাইকেল ফেল্পছ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-20)
(Q) 2020 চনত অলিম্পিক গেমছ ক'ত অনুষ্ঠিত হোৱাৰ কথা আছিল ?

টকিঅ( জাপান)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)


Quiz PDF Link -


Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.