1000 General knowledge Assamese
For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-7)
✒ Guide Book (প্ৰয়োজনীয় কিতাপ) =
- 2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
- 5000 General Science PDF eBook অসমীয়া মাধ্যমত - Click here to Buy
এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক
(Q-1)
(Q) 2012 অলিম্পিক গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰা চাইনা নেহৱাল কোনটো খেলৰ সৈতে সম্পৰ্কিত ?
বেডমিণ্টন
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-2)
(Q) কোন বছৰত ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত অংশ গ্ৰহণ কৰিছিল ?
1900 চনত

(Q-3)
(Q) অলিম্পিক গেমছত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা খেলুৱৈ কোন ?
কৰ্ণম মাল্লেশ্বৰী

(Q-4)
(Q) বেদলৈ ঘূৰি যোৱা - শ্লোগানটো কোনে দিছিল ?
দয়ানন্দ সৰস্বতী

(Q-5)
(Q) কোনে "ফ্লেগ হাই ষ্টে আৱাৰচ" নামৰ বিখ্যাত পতাকা গীতটো ৰচনা কৰিছিল ?
শ্যামলাল গুপ্তা কাউন্সিলাৰ

(Q-6)
(Q) জীৱ-জন্তুৰ গাখীৰ জ্বৰ ৰোগ কিহৰ অভাৱৰ ফলত হয় ?
কেলচিয়াম

(Q-7)
(Q) মানৱ শৰীৰৰ কোন অংশৰ দ্বাৰা ইউৰিয়া তেজৰ পৰা ফিল্টাৰ কৰা হয় ?
বৃক্ক

(Q-8)
(Q) কোন ভাৰতীয়ই অৰ্থনীতিৰ নবেল বঁটা লাভ কৰিছে ?
প্ৰফেচাৰ অমৰ্ত্য সেন

(Q-9)
(Q) ভাৰত ৰত্ন উস্তাদ বিছমিল্লা খান কোনটো বাদ্যযন্ত্ৰ বজোৱাৰ বাবে বিখ্যাত ?
চেহনাই

(Q-10)
(Q) ভাৰতৰ অন্তিম গভৰ্ণৰ জেনেৰেল কোন আছিল ?
চি. ৰাজাগোপালাচাৰী

(Q-11)
(Q) কোনখন দেশৰ সহযোগত ভিলাই ষ্টীল প্ৰকল্প নিৰ্মাণ কৰা হৈছিল ?
ৰুছ

(Q-12)
(Q) উত্তৰ মেৰুত ভাৰতৰ গৱেষণা কেন্দ্ৰটোৰ নাম কি ?
হিমাদ্ৰি

(Q-13)
(Q) মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা পৃথিৱীৰ প্ৰথম গৰাকী মহিলা কোন আছিল ?
জাপানৰ জুনকো তাবেই

(Q-14)
(Q) জণ্ডিচ কোনটো অঙ্গৰ ৰোগ ?
যকৃত

(Q-15)
(Q) "লিকুইডে সকলো দিশত একে চাপ প্ৰদান কৰে" এই বিবৃতিটো কোনটো নিয়মৰ সৈতে সম্পৰ্কিত ?
পাস্কেলৰ সূত্ৰ

(Q-16)
(Q) ক্লোৰোফিলৰ খনিজ উপাদান কি ?
মেগনেছিয়াম

(Q-17)
(Q) এল-পি-জি গেছত কি থাকে ?
বুটেন

(Q-18)
(Q) কোনে প্ৰথমে অশোকৰ ৰেকৰ্ড পঢ়িছিল ?
জেমছ প্ৰিনছেপ

(Q-19)
(Q) কোনজন বৌদ্ধ সন্ন্যাসীৰ প্ৰভাৱত অশোকে বৌদ্ধ ধৰ্ম লৈছিল ?
উপগুপ্ত

(Q-20)
(Q) কোন মোগল সম্ৰাট নিৰক্ষৰ (অশিক্ষিত) আছিল ?
আকবৰ

Quiz PDF Link -- 1000 General Knowledge (অসমীয়া) - Click Here
- Current Affairs - Click here
- Assam GK MCQ - Click Here
- 500 General Science PDF - Click Here
- English Grammar - Click Here
- All Quiz GK PDF Link
- 1000 General Knowledge (অসমীয়া) - Click Here
- Current Affairs - Click here
- Assam GK MCQ - Click Here
- 500 General Science PDF - Click Here
- English Grammar - Click Here
- All Quiz GK PDF Link