1000 General knowledge Assamese
For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-21)
✒ Guide Book (প্ৰয়োজনীয় কিতাপ) =
- 2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
- 5000 General Science PDF eBook অসমীয়া মাধ্যমত - Click here to Buy

এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক
(Q-1)
(Q) বাহনৰ হেডলাইটত কোনখন আইনা ব্যৱহাৰ কৰা হয় ?
অৱতল
Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)
(Q-2)
(Q) আকাশত তৰাবোৰ কিয় জিলিকি থকা দেখা যায় ?
পোহৰৰ প্ৰতিসৰণৰ বাবে

(Q-3)
(Q) প্ৰাথমিক ৰং কোনকেইটা ?
ৰঙা, সেউজীয়া, নীলা

(Q-4)
(Q) বিমানৰ টায়াৰত কোনটো গেছ ভৰ্তি কৰা হয় ?
হিলিয়াম

(Q-5)
(Q) ডাঠ ধাতু বা চ'ল্ডাৰত কি কি ধাতু মিহলি থাকে ?
টিন আৰু লীড

(Q-6)
(Q) গ্লুকোমা ৰোগ শৰীৰৰ কোনটো অংশৰ সৈতে সম্পৰ্কিত ?
চকু

(Q-7)
(Q) পৃথিৱীৰ প্ৰথম মহিলা মহাকাশচাৰীৰ নাম কি ?
ভেলেণ্টাইন টেৰেছকোভা

(Q-8)
(Q) 'প্ৰাকৃতিক বাছনিৰ দ্বাৰা প্ৰজাতিৰ উৎপত্তি' কিতাপখনৰ লেখক কোন আছিল ?
চাৰ্লছ ডাৰউইন

(Q-9)
(Q) চিনেবাৰ কোন ধাতুৰ আকৰিক ?
পাৰা বা মাৰ্কাৰি

(Q-10)
(Q) গাখীৰত পানীৰ পৰিমাণ জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় ?
লেক্টোমিটাৰ

(Q-11)
(Q) "হাইড্ৰজেন বোমা" কোনটো নীতিৰ ওপৰত আধাৰিত ?
নিউক্লিয়াৰ ফিউজন

(Q-12)
(Q) পেলাগ্ৰা ৰোগ কোনটো ভিটামিনৰ অভাৱৰ ফলত হয় ?
ভিটামিন বি-৩

(Q-13)
(Q) মাছৰ যকৃতৰ তেলত কোন ভিটামিন প্ৰচুৰ পৰিমাণে থাকে ?
ভিটামিন ডি

(Q-14)
(Q) পৃথিৱীৰ পৰা ভূ-স্থিৰ উপগ্ৰহৰ উচ্চতা কিমান ?
৩৬,০০০ কিমি

(Q-15)
(Q) মানৱ শৰীৰৰ সন্তুলিত তাপমাত্ৰা কিমান ?
37° চেলচিয়াচ

(Q-16)
(Q) লেন্সৰ ক্ষমতাৰ একক কি ?
ডায়প্টাৰ

(Q-17)
(Q) কম্পিউটাৰ এটাৰ আই-চি- চিপ কোনটো পদাৰ্থৰে তৈয়াৰ কৰা হয় ?
চিলিকন

(Q-18)
(Q) পাৰ্ছেক হৈছে কিহৰ একক ?
জ্যোতিৰ্বৈজ্ঞানিক দূৰত্ব

(Q-19)
(Q) পানীৰ সৰ্বাধিক ঘনত্ব কিমান তাপমাত্ৰাত পোৱা যায় ?
4° চেণ্টিগ্ৰেডত

(Q-20)
(Q) অতিস্বনক বা অতিশব্দ তৰংগৰ সঘনতা কিমান ?
20,000 তকৈ অধিক হাৰ্জ

Quiz PDF Link -- 1000 General Knowledge (অসমীয়া) - Click Here
- Current Affairs - Click here
- Assam GK MCQ - Click Here
- 500 General Science PDF - Click Here
- English Grammar - Click Here
- All Quiz GK PDF Link
Free GK PDF, Assam GK PDF, GK Quiz
এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -
Download Below
Download MCQ PDF - Click Here

- 1000 General Knowledge (অসমীয়া) - Click Here