Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

1000 General knowledge Assamese For Agriculture, PNRD, Assam Police & Other Exam (Part-21)

1000 General knowledge Assamese

For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-21)

 Guide Book (প্ৰয়োজনীয় কিতাপ) =

  • 2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
  • 5000 General Science PDF eBook অসমীয়া মাধ্যমত Click here to Buy

এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক

(Q-1)
(Q) বাহনৰ হেডলাইটত কোনখন আইনা ব্যৱহাৰ কৰা হয় ?

অৱতল

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-2)
(Q) আকাশত তৰাবোৰ কিয় জিলিকি থকা দেখা যায় ?

পোহৰৰ প্ৰতিসৰণৰ বাবে

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-3)
(Q) প্ৰাথমিক ৰং কোনকেইটা ?

ৰঙা, সেউজীয়া, নীলা

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-4)
(Q) বিমানৰ টায়াৰত কোনটো গেছ ভৰ্তি কৰা হয় ?

হিলিয়াম

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-5)
(Q) ডাঠ ধাতু বা চ'ল্ডাৰত কি কি ধাতু মিহলি থাকে ?

টিন আৰু লীড

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-6)
(Q) গ্লুকোমা ৰোগ শৰীৰৰ কোনটো অংশৰ সৈতে সম্পৰ্কিত ?

চকু

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-7)
(Q) পৃথিৱীৰ প্ৰথম মহিলা মহাকাশচাৰীৰ নাম কি ?

ভেলেণ্টাইন টেৰেছকোভা

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-8)
(Q) 'প্ৰাকৃতিক বাছনিৰ দ্বাৰা প্ৰজাতিৰ উৎপত্তি' কিতাপখনৰ লেখক কোন আছিল ?

চাৰ্লছ ডাৰউইন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-9)
(Q) চিনেবাৰ কোন ধাতুৰ আকৰিক ?

পাৰা বা মাৰ্কাৰি

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-10)
(Q) গাখীৰত পানীৰ পৰিমাণ জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় ?

লেক্টোমিটাৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-11)
(Q) "হাইড্ৰজেন বোমা" কোনটো নীতিৰ ওপৰত আধাৰিত ?

নিউক্লিয়াৰ ফিউজন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-12)
(Q) পেলাগ্ৰা ৰোগ কোনটো ভিটামিনৰ অভাৱৰ ফলত হয় ?

ভিটামিন বি-৩

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-13)
(Q) মাছৰ যকৃতৰ তেলত কোন ভিটামিন প্ৰচুৰ পৰিমাণে থাকে ?

ভিটামিন ডি

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-14)
(Q) পৃথিৱীৰ পৰা ভূ-স্থিৰ উপগ্ৰহৰ উচ্চতা কিমান ?

৩৬,০০০ কিমি

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-15)
(Q) মানৱ শৰীৰৰ সন্তুলিত তাপমাত্ৰা কিমান ?

37° চেলচিয়াচ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-16)
(Q) লেন্সৰ ক্ষমতাৰ একক কি ?

ডায়প্টাৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-17)
(Q) কম্পিউটাৰ এটাৰ আই-চি- চিপ কোনটো পদাৰ্থৰে তৈয়াৰ কৰা হয় ?

চিলিকন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-18)
(Q) পাৰ্ছেক হৈছে কিহৰ একক ?

জ্যোতিৰ্বৈজ্ঞানিক দূৰত্ব

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-19)
(Q) পানীৰ সৰ্বাধিক ঘনত্ব কিমান তাপমাত্ৰাত পোৱা যায় ?

4° চেণ্টিগ্ৰেডত

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-20)
(Q) অতিস্বনক বা অতিশব্দ তৰংগৰ সঘনতা কিমান ?

20,000 তকৈ অধিক হাৰ্জ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

Quiz PDF Link -

Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.