Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

1000 General knowledge Assamese For Agriculture, PNRD, Assam Police & Other Exam (Part-22)

1000 General knowledge Assamese

For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-22)

 Guide Book (প্ৰয়োজনীয় কিতাপ) =

  • 2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
  • 5000 General Science PDF eBook অসমীয়া মাধ্যমত Click here to Buy

এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক

(Q-1)
(Q) মানুহৰ বৈজ্ঞানিক নাম কি ?

হোমো চেপিয়েন্স

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-2)
(Q) ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয় কোন আছিল ?

দাদা ভাই নৌৰজী

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-3)
(Q) ভাৰতৰ কোনখন ৰাজ্যত চাউলৰ উৎপাদন সৰ্বাধিক ?

পশ্চিম বংগ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-4)
(Q) ভাৰতৰ ব্ৰহ্মাজীৰ একমাত্ৰ মন্দিৰটো ক'ত আছে ?

পুষ্কৰ (ৰাজস্থান)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-5)
(Q) পগলা কুকুৰে কামোৰাৰ ফলত কি ৰোগ হয় ?

জলাতঙ্ক বা হাইড্ৰফোবিয়া

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-6)
(Q) ৰাজ্যসভাৰ পদস্থ অধ্যক্ষ কোন ?

উপ-ৰাষ্ট্ৰপতি

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-7)
(Q) দুবাৰকৈ নবেল বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন ?

মেডাম মেৰী কুৰী

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-8)
(Q) প্ৰথম পৰম বীৰ চক্ৰ বিজয়ী কোন আছিল ?

মেজৰ সোমনাথ শৰ্মা

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-9)
(Q) ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভাপতি কোন আছিল ?

সৰোজিনী নাইডু

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-10)
(Q) ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক কোন আছিল ?

কপিলদেৱ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-11)
(Q) ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমান জন সদস্যমনোনীত কৰিব পাৰে ?

12 জন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-12)
(Q) কোন বছৰত নবেল বঁটা আৰম্ভ হৈছিল ?

1901 চনত

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-13)
(Q) বাংলাদেশৰ মুদ্ৰা কোনটো ?

টাকা

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-14)
(Q) ৰামায়ণ কোনে লিখিছিল ?

মহৰ্ষি বাল্মিকি

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-15)
(Q) ভাৰতত কোনখন ৰাজ্যত কুঁহিয়াৰৰ উৎপাদন সৰ্বাধিক ?

উত্তৰ প্ৰদেশ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-16)
(Q) পাইৰিয়া ৰোগে শৰীৰৰ কোনটো অংশ প্ৰভাৱিত কৰে ?

দাঁত আৰু মাড়ি

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-17)
(Q) নাছিক চহৰ কোন নদীৰ পাৰত অৱস্থিত ?

গোদাৱৰী

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-18)
(Q) ৰাষ্ট্ৰপতিক কোনে শপত গ্ৰহণ দিয়ে ?

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-19)
(Q) জাপানৰ মুদ্ৰা কি ?

য়েন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-20)
(Q) ভাৰতীয় সামৰিক একাডেমী ক'ত অৱস্থিত ?

ডেহৰাডুন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

Quiz PDF Link -


Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.