Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

1000 General knowledge Assamese For Agriculture, PNRD, Assam Police & Other Exam (Part-10)

1000 General knowledge Assamese

For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-10)

 Guide Book (প্ৰয়োজনীয় কিতাপ) =

  • 2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
  • 5000 General Science PDF eBook অসমীয়া মাধ্যমত Click here to Buy

এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক

(Q-1)
(Q) গান্ধীজীক মহাত্মা উপাধি কোনে দিছিল ?

ৰবীন্দ্ৰনাথ ঠাকুৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-2)
(Q) 'মাই এক্সপিৰিয়েঞ্চ উইথ ট্ৰুথ' নামৰ কিতাপখনৰ লেখক কোন আছিল ?

মহাত্মা গান্ধী

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-3)
(Q) ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান কোনটো ?

ভাৰত ৰত্ন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-4)
(Q) চলচ্চিত্ৰৰ ক্ষেত্ৰত প্ৰদান কৰা সৰ্বোচ্চ ভাৰতীয় বঁটা কোনটো ?

দাদাচাহেব ফালকে বঁটা

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-5)
(Q) ভাৰতৰ সৰ্বোচ্চ বীৰত্ব পদক কি ?

পৰমবীৰচক্ৰ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-6)
(Q) কাক শ্বেইকছপীয়েৰ অৱ ইণ্ডিয়া বুলি কোৱা হয় ?

কালিদাস

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-7)
(Q) কাক কম্পিউটাৰৰ পিতৃ বুলি কোৱা হয় ?

চাৰ্লচ বেবেজ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-8)
(Q) মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি কোন আছিল ?

য়ুৰি গাগাৰিন (ৰাছিয়া) .

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-9)
(Q) চন্দ্ৰত ভৰি দিয়া প্ৰথম ব্যক্তি কোন ?

নীল আৰ্মষ্ট্ৰং

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-10)
(Q) মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় কোন ?

ৰাকেশ শৰ্মা

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-11)
(Q) প্ৰথম ভাৰতীয় উপগ্ৰহৰ নাম কি আৰু ইয়াক কেতিয়া উৎক্ষেপণ কৰা হৈছিল ?

আৰ্যভট্ট ১৯৭৫

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-12)
(Q) কোন তাৰিখত আন্তৰ্জাতিক মহিলা দিৱস উদযাপন কৰা হয় ?

মাৰ্চ ৮

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-13)
(Q) ঘেংঘা ৰোগ কিহৰ অভাৱৰ ফলত হয় ?

আয়ডিন

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-14)
(Q) কোন গ্ৰন্থিয়ে ইনচুলিন নিশসৰণ কৰে ?

অগ্ন্যাশয়

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-15)
(Q) ডুৰাণ্ড কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত ?

ফুটবল

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-16)
(Q) ভাৰতৰ আটাইতকৈ ডাঙৰ বান্ধ কোনটো ?

হীৰাকুণ্ড বান্ধ

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-17)
(Q) সংবিধানৰ অষ্টম অনুসূচীত কিমানটা ভাৰতীয় ভাষাক স্বীকৃতি দিয়া হৈছে ?

22 টা

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-18)
(Q) চীনৰ মুদ্ৰা কোনটো ?

ইউয়ান (ৰেনমিনবি)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-19)
(Q) ৰেড ক্ৰছৰ প্ৰতিষ্ঠাপক কোন ?

হেনৰী ডুৰান্ট

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-20)
(Q) হিমোগ্লোবিনৰ অভাৱৰ ফলত কোনটো ৰোগ হয় ?

ৰক্তহীনতা

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

Quiz PDF Link -


Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.