Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

1000 General knowledge Assamese For Agriculture, PNRD, Assam Police & Other Exam (Part-11)

1000 General knowledge Assamese

For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-11)

 Guide Book (প্ৰয়োজনীয় কিতাপ) =

  • 2,000 অসমীয়াত (Assam GK) অসম সাধাৰণ জ্ঞান - Buy Now
  • 5000 General Science PDF eBook অসমীয়া মাধ্যমত Click here to Buy


এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক

(Q-1)
(Q) কাক ভাৰত কোকিলা বুলি কোৱা হয় ?

সৰোজিনী নাইডু

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-2)
(Q) দিল্লীত কোনে কুতুব মিনাৰ নিৰ্মাণ কৰা আৰম্ভ কৰিছিল ?

কুতুবুদ্দিন আইবাক

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-3)
(Q) বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিল ?

মদন মোহন মালৱ্য

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-4)
(Q) বিবেকানন্দ স্মাৰক ক'ত অৱস্থিত ?

কন্যাকুমাৰী

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-5)
(Q) চাৰ্ক (SAARC) ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ?

কাঠমাণ্ডু (নেপাল)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-6)
(Q) চাৰ্ক (SAARC) ৰ কিমানখন সদস্য দেশ আছে ?

৮ খন
(ভাৰত, নেপাল, বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ, ভূটান, পাকিস্তান, আফগানিস্তান)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-7)
(Q) ভাৰতৰ উপকূলীয় অঞ্চলৰ দৈৰ্ঘ্য কিমান ?

7516 কিমি

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-8)
(Q) কোনখন দেশে বিশ্বৰ সৰ্বাধিক মাইকা (mica) উৎপাদন কৰে ?

ভাৰত

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-9)
(Q) গ্ৰাণ্ট-ট্ৰাংক ৰোড কোনে নিৰ্মাণ কৰিছিল ?

শ্বেৰ শ্বাহ চুৰি

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-10)
(Q) ভিটামিন বি-ৰ অভাৱৰ ফলত কোনটো ৰোগ হয় ?

বেৰী বেৰী

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-11)
(Q) ভিটামিন চি-ৰ অভাৱৰ ফলত কোনটো ৰোগ হয় ?

স্কার্ভি

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-12)
(Q) কোনটো ভিটামিন গাখীৰত পোৱা নাযায় ?

ভিটামিন 'চি'

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-13)
(Q) ভিটামিন ডি-ৰ অভাৱৰ ফলত কোনটো ৰোগ হয় ?

ৰিকেটচ বা পয়ালগা

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-14)
(Q) কোনটো ভিটামিনৰ অভাৱৰ ফলত তেজ গোট মৰা নহয় ?

ভিটামিন 'কে'

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-15)
(Q) ভিটামিন ই-ৰ অভাৱৰ ফলত কোনটো ৰোগ হয় ?

বন্ধ্যাত্ব

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-16)
(Q) ভিটামিন 'চি'ৰ ৰাসায়নিক নাম কি ?

এস্কৰ্বিক এচিড

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-17)
(Q) চৰ্বি-দ্ৰৱণীয় ভিটামিন কি ?

ভিটামিন 'এ' আৰু 'ই'

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-18)
(Q) সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি ?

চডিয়াম ক্লৰাইড (NaCl)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-19)
(Q) লাফিং গেছৰ ৰাসায়নিক নাম কি ?

নাইট্ৰাছ অক্সাইড (N2O)

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

(Q-20)
(Q) ধোৱা চডাৰ ৰাসায়নিক নাম কি ?

ছডিয়াম কাৰ্বনেট

Assam GK PDF by Education For Assam YouTube (BIJAY KOCH)

Quiz PDF Link -


Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.