Assamese Literature & Language for Assam TET, CTET & Other Exam (Part-1)
Assam TET Exam
অসমীয়া ভাষা আৰু সাহিত্য
- Assam TET অসমীয়া ভাষা আৰু সাহিত্য eBook - Click to Buy
- Assam TET EVS Guide Book - Click to Buy
- Assam TET Pedagogy Guide Book - Click to Buy
- Assam TET LP/UP Exam Guide Book (Assamese) - Click here to Buy
- Assam TET LP/UP Exam Guide Book (English) - Click here to Buy
1➤
(-প্রশ্ন-) দেহবিচাৰ গীতৰ লগত বঙ্গদেশৰ কোনবিধ গীতৰ সাদৃশ্য দেখা যায় ?
2➤ (-প্ৰশ্ন-) কেতিয়া শ্ৰীমন্ত শংকৰদেৱে গুণমালা লিখিছিল ?
3➤ (-প্ৰশ্ন-) গুণমালা খন প্ৰথমবাৰৰ বাবে ইংৰাজী ভাষালৈ কোনে অনুবাদ কৰিছিল ?
4➤ (-প্ৰশ্ন-) কেতিয়া গুণমালা প্ৰথমবাৰৰ বাবে ইংৰাজী ভাষালৈ অনুবাদ কৰা হৈছিল ?
5➤ (-প্ৰশ্ন-) বেনুধৰ ৰাজখোৱাৰ দ্বাৰা অনুবাদ কৰা গুণমালাৰ ইংৰাজী অনুবাদৰ নাম কি ?
6➤ (-প্ৰশ্ন-) কোন ৰজাৰ পৃষ্ঠপোষকতাত শ্ৰীমন্ত শংকৰদেৱে গুণমালা লিখিছিল ?
7➤ (-প্ৰশ্ন-) মামনি ৰইচম গোস্বামীৰ উপন্যাসৰ ওপৰত আধাৰিত কোনখন চলচ্চিত্ৰই আন্তৰ্জাতিক বঁটা লাভ কৰিছিল ?
8➤ (-প্ৰশ্ন-) কেতিয়া মামনি ৰইচম গোস্বামীয়ে ভাৰত নিৰ্মাণ বঁটা লাভ কৰে ?
9➤ (-প্ৰশ্ন-) কোনটো কামৰ বাবে নলিনী বালা দেৱীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ?
10➤ (-প্ৰশ্ন-) কোন বছৰত নলিনী বালা দেৱীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ?
11➤ (-প্ৰশ্ন-) তেওঁৰ কবিতা গ্ৰন্থ বকুল বনৰ কবিতাৰ (১৯৭৬) বাবে আনন্দ চন্দ্ৰ বৰুৱাই কোন বছৰত সাহিত্য একাডেমী বঁটা অৰ্জন কৰিছিল ?
12➤ (-প্রশ্ন-) ড° সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে ৰঘুনাথ মহন্তৰ কথা ৰামায়ণৰ ৰচনা কাল কেতিয়া ?
13➤ (-প্রশ্ন-) ৰঘুনাথ মহন্তই কথা ৰামায়ণ’ ৰচনা কৰোতে তলৰ কোন কোন পূর্ব কবিৰ নিদর্শন লৈছিল ?
14➤ (-প্রশ্ন-) ড° হেমন্ত কুমাৰ শৰ্মাদেৱৰ মতে ৰঘুনাথ মহন্তৰ গদ্যৰীতিয়ে কাৰ গদ্যৰীতি অনুসৰণ কৰিছিল ?
15➤ (-প্রশ্ন-) বাইবেলৰ অনুবাদ কোনে কৰিছিল ?
16➤ (-প্রশ্ন-) নামনি অসমৰ লোকগীত কি কি ভাগত ভাগ কৰিব পাৰি ?
17➤ (-প্রশ্ন-) ‘গুৰু মোকে দয়া নাচাৰিবা’ শীর্ষক গীতটিৰ মূল কথা কি ?
18➤ (-প্রশ্ন-) ‘গুৰু মোকে দয়া নাচাৰিবা’ শীর্ষক গীতটি কি গীত ?
19➤ (-প্রশ্ন-) গোৱালপৰীয়া লোকগীতৰ বৈশিষ্ট্য কি কি ?
20➤ (-প্রশ্ন-) কালপুৰুষ’ আৰু ব্যংগ চাহেবা’ উপন্যাস দুখনৰ লেখক কোন কোন ?
All GK Quiz PDF -- 🎯 Assam History in Assamese with Free PDF
- 🎯 Assam GK in Assamese with Free PDF
- 🎯 Assam GK in English with Free PDF
- 🎯 Assam Culture in Assamese with free PDF
- 🎯 Assamese Literature with Free PDF
- 🎯 Assam Culture in Assamese with free PDF
- 🎯 1000 GK Question in Assamese with Free PDF
- 🎯 Indian Polity with PDF in Assamese
- 🎯 Current Affairs in Assamese
- 🎯 Computer GK with Free PDF
- 🎯 English Grammar with Free PDF
- 🎯 Environmental Science PDF in Assamese
- 🎯 General Science with Free PDF
- 🎯 Social Science in Assamese PDF
Free GK PDF, Assam GK PDF, GK Quiz
এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -
Download Below
Download MCQ PDF - Click Here