Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

Assamese Literature & Language for Assam TET, CTET & Other Exam (Part-2)

Assamese Literature & Language for Assam TET, CTET & Other Exam (Part-2)

Assam TET Exam

অসমীয়া ভাষা আৰু সাহিত্য


  • Assam TET অসমীয়া ভাষা আৰু সাহিত্য eBook - Click to Buy

1➤ (-প্রশ্ন-) অসমীয়া উপন্যাস সাহিত্যত জীৱনী ভিত্তিক উপন্যাসৰ ধাৰা কেতিয়া আৰম্ভ হয় ?


2➤ (-প্রশ্ন-) প্রথম জীৱনী ভিত্তিক উপন্যাস খনৰ নাম কি ?


3➤ (-প্রশ্ন-) ‘তোৰে মোৰে আলোকৰে যাত্রা’ উপন্যাস খনৰ ৰচক কোন ?


4➤ (-প্ৰশ্ন-) প্ৰথম অসমীয়া ভাষাৰ আলোচনী অৰুনোদই ক'ৰ পৰা প্ৰকাশ হৈছিল ?


5➤ (-প্ৰশ্ন-) প্ৰথম খন অসমীয়া শিশু উপন্যাস কি ?


6➤ (-প্ৰশ্ন-) অসমৰ প্ৰথম শিশু উপন্যাসখনৰ ৰ লিখক জন কোন ?


7➤ (-প্ৰশ্ন-) প্ৰথম অসমায়ী শিশু বোলছবিখন কি ?


8➤ (-প্রশ্ন-) ড° বাণীকান্ত কাকতিদেৱৰ উল্লেখযোগ্য গৱেষণামূলক গ্ৰন্থখনৰ নাম কি ?


9➤ (-প্রশ্ন-) বিদ্যাপতি কোন আছিল ?


10➤ (-প্রশ্ন-) প্রাকশংকৰী যুগৰ এজন কবিৰ নাম লিখা ।


11➤ (-প্রশ্ন-) অসমীয়া কথা-সাহিত্যৰ ৰচক কোন ?


12➤ (-প্রশ্ন-) মাধৱ কন্দলিক পূর্ব কবি অপ্রমাদী আখ্যা কোনে দিছিল ?


13➤ (-প্রশ্ন-) কবিৰত্ন সৰস্বতীৰ পিতৃৰ নাম কি আছিল ?


14➤ (-প্রশ্ন-) প্রাক শংকৰী যুগৰ কোন কবিক ‘অপ্রমাদী কবি’ বুলি কোৱা হৈছিল ?


15➤ (-প্রশ্ন-) প্রাক শংকৰী যুগৰ কোনগৰাকী কবিক কবিৰত্ন বুলি কাক কোৱা হৈছিল ?


16➤ (-প্ৰশ্ন-) বড়ো সাহিত্য সভাৰ লোগোত (Logo) কোনটো চৰাই অঁকা হয় ?


17➤ (-প্ৰশ্ন-) হাজাৰী ঘোচা বুলি কোনখন পুথিক কোৱা হয় ?


18➤ (-প্ৰশ্ন-) 'কাৰেঙগৰ লিগিৰি' নাটকখন কোনে লিখিছিল ?


19➤ (-প্ৰশ্ন-) নিমাতী কন্য়া, সুন্দৰকোৱৰ, লভিতা কোনে লিখা নাটক ?


20➤ (-প্ৰশ্ন-) ভক্তি ৰত্নাৱলী কোনে লিখিছিল ?




Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.