Assamese Literature & Language for Assam TET, CTET & Other Exam (Part-2)
Assam TET Exam
অসমীয়া ভাষা আৰু সাহিত্য
- Assam TET অসমীয়া ভাষা আৰু সাহিত্য eBook - Click to Buy
- Assam TET EVS Guide Book - Click to Buy
- Assam TET Pedagogy Guide Book - Click to Buy
- Assam TET LP/UP Exam Guide Book (Assamese) - Click here to Buy
- Assam TET LP/UP Exam Guide Book (English) - Click here to Buy
1➤
(-প্রশ্ন-) অসমীয়া উপন্যাস সাহিত্যত জীৱনী ভিত্তিক উপন্যাসৰ ধাৰা কেতিয়া আৰম্ভ হয় ?
2➤ (-প্রশ্ন-) প্রথম জীৱনী ভিত্তিক উপন্যাস খনৰ নাম কি ?
3➤ (-প্রশ্ন-) ‘তোৰে মোৰে আলোকৰে যাত্রা’ উপন্যাস খনৰ ৰচক কোন ?
4➤ (-প্ৰশ্ন-) প্ৰথম অসমীয়া ভাষাৰ আলোচনী অৰুনোদই ক'ৰ পৰা প্ৰকাশ হৈছিল ?
5➤ (-প্ৰশ্ন-) প্ৰথম খন অসমীয়া শিশু উপন্যাস কি ?
6➤ (-প্ৰশ্ন-) অসমৰ প্ৰথম শিশু উপন্যাসখনৰ ৰ লিখক জন কোন ?
7➤ (-প্ৰশ্ন-) প্ৰথম অসমায়ী শিশু বোলছবিখন কি ?
8➤ (-প্রশ্ন-) ড° বাণীকান্ত কাকতিদেৱৰ উল্লেখযোগ্য গৱেষণামূলক গ্ৰন্থখনৰ নাম কি ?
9➤ (-প্রশ্ন-) বিদ্যাপতি কোন আছিল ?
10➤ (-প্রশ্ন-) প্রাকশংকৰী যুগৰ এজন কবিৰ নাম লিখা ।
11➤ (-প্রশ্ন-) অসমীয়া কথা-সাহিত্যৰ ৰচক কোন ?
12➤ (-প্রশ্ন-) মাধৱ কন্দলিক পূর্ব কবি অপ্রমাদী আখ্যা কোনে দিছিল ?
13➤ (-প্রশ্ন-) কবিৰত্ন সৰস্বতীৰ পিতৃৰ নাম কি আছিল ?
14➤ (-প্রশ্ন-) প্রাক শংকৰী যুগৰ কোন কবিক ‘অপ্রমাদী কবি’ বুলি কোৱা হৈছিল ?
15➤ (-প্রশ্ন-) প্রাক শংকৰী যুগৰ কোনগৰাকী কবিক কবিৰত্ন বুলি কাক কোৱা হৈছিল ?
16➤ (-প্ৰশ্ন-) বড়ো সাহিত্য সভাৰ লোগোত (Logo) কোনটো চৰাই অঁকা হয় ?
17➤ (-প্ৰশ্ন-) হাজাৰী ঘোচা বুলি কোনখন পুথিক কোৱা হয় ?
18➤ (-প্ৰশ্ন-) 'কাৰেঙগৰ লিগিৰি' নাটকখন কোনে লিখিছিল ?
19➤ (-প্ৰশ্ন-) নিমাতী কন্য়া, সুন্দৰকোৱৰ, লভিতা কোনে লিখা নাটক ?
20➤ (-প্ৰশ্ন-) ভক্তি ৰত্নাৱলী কোনে লিখিছিল ?
All GK Quiz PDF -- 🎯 Assam History in Assamese with Free PDF
- 🎯 Assam GK in Assamese with Free PDF
- 🎯 Assam GK in English with Free PDF
- 🎯 Assam Culture in Assamese with free PDF
- 🎯 Assamese Literature with Free PDF
- 🎯 Assam Culture in Assamese with free PDF
- 🎯 1000 GK Question in Assamese with Free PDF
- 🎯 Indian Polity with PDF in Assamese
- 🎯 Current Affairs in Assamese
- 🎯 Computer GK with Free PDF
- 🎯 English Grammar with Free PDF
- 🎯 Environmental Science PDF in Assamese
- 🎯 General Science with Free PDF
- 🎯 Social Science in Assamese PDF
Free GK PDF, Assam GK PDF, GK Quiz
এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -
Download Below
Download MCQ PDF - Click Here