Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

Assamese Literature & Language for Assam TET, CTET & Other Exam (Part-6)

Assamese Literature & Language for Assam TET, CTET & Other Exam (Part-6)

Assam TET Exam

অসমীয়া ভাষা আৰু সাহিত্য


  • Assam TET অসমীয়া ভাষা আৰু সাহিত্য eBook - Click to Buy

1➤ (-প্রশ্ন-) অসমীয়া ভাষাৰ উপভাষাৰ গৱেষণাৰ বাবে ডক্টৰেটউপাধি পোৱা ব্যক্তিগৰাকী কোন ?


2➤ (-প্রশ্ন-) উইলিয়াম ৰবিনচনে A Grammar of Assamese Language পুথিখন কি উদ্দেশ্যৰে প্রণয়ন কৰিছিল ?


3➤ (-প্রশ্ন-) মান্য অসমীয়া ভাষাত শ্বাসঘাত কত পৰে ?


4➤ (-প্রশ্ন-) অসমীয়া ভাষাত ধ্বনি দৈর্ঘ্যৰ এটা বিশিষ্ট প্রয়োগ নোহোৱাৰ কাৰণ কি ?


5➤ (-প্রশ্ন-) ড° উপেন্দ্রনাথ গোস্বামী ৰচিত গ্রন্থ দুখনৰ নাম লিখা ।


6➤ (-প্ৰশ্ন-) কোনগৰাকী অসমীয়া লেখকক 'বকুলবনৰ কবি' বুলিও জনা যায় ?


7➤ (-প্রশ্ন-) ১৮৩৯ চনত প্ৰকাশিত ‘অসমীয়া বঙলা অভিধান - নামৰ শব্দকোষ খনৰ ৰচক কোন ?


8➤ (-প্রশ্ন-) ‘অচমিয়া ইংৰাজী অভিধান- ৰ প্রণেতা কোন ?


9➤ (-প্রশ্ন-) ‘অসমীয়া ভাষাৰ ব্যাকৰণ’ কোন চনত প্রকাশ পায় ?


10➤ (-প্রশ্ন-) অসমীয়া সাহিত্যক, পদ্যৰ পৰা গদ্যৰ পৰিধিলৈ কোনে নিছিল ?


11➤ (-প্রশ্ন-) কাব্যৰ মাধুর্য গুণ মানে কি ?


12➤ (-প্রশ্ন-) সমাসবহুল তেজঃপূর্ণ বাক্য মানে কি ?


13➤ (-প্রশ্ন-) পদগত দোষ কি ?


14➤ (-প্রশ্ন-) বাক্যগত দোষ কি ?


15➤ (-প্রশ্ন-) অর্থগত দোষ কি ?


16➤ (-প্ৰশ্ন-) আধুনিক অসম সাহিত্যৰ ডয়েন (যাজক) কোন আছিল ?


17➤ (-প্ৰশ্ন-) কেতিয়া অসম সাহিত্য সমাজ প্ৰতিষ্ঠা হৈছিল ?


18➤ (-প্ৰশ্ন-) অসমৰ প্ৰথম বাতৰি কাকতখন কি আছিল ?


19➤ (-প্ৰশ্ন-) অসমত প্ৰতিষ্ঠা কৰা প্ৰথম অসমীয়া সাহিত্য সমাজখন কি ?


20➤ (-প্রশ্ন-) তলৰ কোনখন ড° ভবেন্দ্রনাথ শইকীয়াদেৱৰ শিশু উপন্যাস ?



Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.