Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

Assamese Literature & Language for Assam TET, CTET & Other Exam (Part-7)

Assamese Literature & Language for Assam TET, CTET & Other Exam (Part-7)

Assam TET Exam

অসমীয়া ভাষা আৰু সাহিত্য


  • Assam TET অসমীয়া ভাষা আৰু সাহিত্য eBook - Click to Buy

1➤ (-প্রশ্ন-) ভাউৰা, বহুৱা, ওজাপালি, ঢুলীয়া আদি কি মালিতাৰ শ্ৰেণীত পৰে ?


2➤ (-প্রশ্ন-) বাছিক কলাৰ আন এটা নাম কি ?


3➤ (-প্রশ্ন-) বিষয়বস্তু অনুসৰি বাচিক কলা কেইবিধৰ নাম লিখা ।


4➤ (-প্রশ্ন-) জন্ম সম্পৰ্কীয় গীত-পদবোৰ কি মালিতাত পৰে ?


5➤ (-প্রশ্ন-) জনশ্রুতিমূলক মালিতাৰ এটি উদাহৰণ দিয়া ।


6➤ (-প্রশ্ন-) মালিতাৰ এটি বৈশিষ্ট্য হৈছে ।


7➤ (-প্রশ্ন-) জনশ্ৰতিমূলক মালিতাৰউদাহৰণ এটা দিয়া ।


8➤ (-প্ৰশ্ন-) চেণ্টিনেলৰ প্ৰথম প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল ?


9➤ (-প্ৰশ্ন-) কোনখন প্ৰথম অসমীয়া উপন্যাস ?


10➤ (-প্ৰশ্ন-) প্ৰথম খন অসমীয়া উপন্যাস কোনে ৰচনা কৰিছিল ?


11➤ (-প্রশ্ন-) কাণখোৱা’ পুথিখনৰ ৰচক কোন আছিল ?


12➤ (-প্রশ্ন-) তলৰ কোনজন পাঁচালী সাহিত্যৰ লগত জড়িত নহয় ?


13➤ (-প্রশ্ন-) তলৰ কোনকেইজন পাঁচালী সাহিত্যৰ লগত জড়িত ?


14➤ (-প্রশ্ন-) মাধৱ কন্দলিৰ পৃষ্ঠপোষক ৰজাজন কোন আছিল ?


15➤ (-প্রশ্ন-) ড° ভবেন্দ্রনাথ শইকীয়াদেৱৰ কোনটো গল্পত জানেকী নামৰ এটা চৰিত্র আছে ?


16➤ (-প্রশ্ন-) ড° ভবেন্দ্রনাথ শইকীয়াৰ বাদুলি গল্পটোত তলৰ কোনবিধ উল্লেখ আছে ?


17➤ (-প্রশ্ন-) ড° ভবেন্দ্রনাথ শইকীয়াৰ পিতৃৰ নাম কি আছিল ?


18➤ (-প্রশ্ন-) ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ মাতৃৰ নাম কি আছিল ?


19➤ (-প্রশ্ন-) ধ্বনিৰ প্ৰয়োগিক বিশ্লেষণক কি বোলা হয় ?


20➤ (-প্রশ্ন-) ভাষা বিশ্লেষণ প্রক্রিয়াৰ প্রথম স্তৰ কি ?




Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.