Type Here to Get Search Results !

6 Links

GK in Assamese GK in English GK in Hindi
Assam History Computer GK Assam TET PDF

Assamese Literature & Language for Assam TET, CTET & Other Exam (Part-8)

Assamese Literature & Language for Assam TET, CTET & Other Exam (Part-8)

Assam TET Exam

অসমীয়া ভাষা আৰু সাহিত্য


  • Assam TET অসমীয়া ভাষা আৰু সাহিত্য eBook - Click to Buy

1➤ (-প্রশ্ন-) ধ্বনি-বিজ্ঞান আৰু বৰ্ণ-বিজ্ঞানক একেলগে কি বিজ্ঞান বুলি কোৱা হয় ?


2➤ (-প্রশ্ন-) ভাষাৰ সর্ববৃহৎ এককটো কি ?


3➤ (-প্রশ্ন-) ড° ভবেন্দ্রনাথ শইকীয়াৰ অনির্বাণ’ ছবিখন কোনে প্রযোজনা কৰিছিল ?


4➤ (-প্রশ্ন-) ড° ভবেন্দ্রনাথ শইকীয়াৰ আত্মজীৱনী খনৰ নাম কি ?


5➤ (-প্রশ্ন-) ড° ভবেন্দ্রনাথ শইকীয়াৰ কোনখন ছবিত মলয়া গোস্বামীয়ে প্রথম অভিনয় কৰিছিল ?


6➤ (-প্রশ্ন-) ড° ভবেন্দ্রনাথ শইকীয়াদেৱৰ ভ্রাম্যমাণ থিয়েটাৰৰ নাটক কেইখনমান হল ?


7➤ (-প্রশ্ন-) ড° ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ অনাতাঁৰ নাট কেইখনমান হৈছে ?


8➤ (-প্রশ্ন-) মূল ভাষাতত্ত্ব শব্দটো কৰ পৰা আহিছে ?


9➤ (-প্রশ্ন-) Course de Linguistique General গ্ৰন্থখনৰ লিখক কোন ?


10➤ (-প্রশ্ন-) syntactic Structures ৰ গৰাকী কোন ?


11➤ (-প্রশ্ন-) ফার্ডিনাণ্ড দ্যা ছ্যচুৰৰ গ্ৰন্থ এখনৰ নাম লিখা ?


12➤ (-প্রশ্ন-). 'ধ্ৰুৱ চৰিত্ৰ' আৰু 'ভাগৱত ৰত্ন' কোনে ৰচনা কৰিছিল ?


13➤ (-প্রশ্ন-). কোনজন কবিয়ে নিজকে 'কবিৰত্নসুত' বুলি পৰিচয় দিছে ?


14➤ (-প্রশ্ন-). ৰামচৰণ ঠাকুৰৰ পিতৃ কোন আছিল ?


15➤ (-প্রশ্ন-) ড° ভবেন্দ্রনাথ শইকীয়াদেৱে ডক্টৰেট ডিগ্রী কৰ পৰা লাভ কৰিছিল ?


16➤ (-প্রশ্ন-) কোন সময়ত ড° ভবেন্দ্রনাথ শইকীয়াদেৱ সংগীত-নাটক একাডেমীৰ সদস্য আছিল ?


17➤ (-প্রশ্ন-) কেতিয়া ড° ভবেন্দ্রনাথ শইকীয়াদেৱ ৰে'লৱে ছাভিচ কমিছনৰ অধ্যক্ষ আছিল ?


18➤ (-প্রশ্ন-) ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ কোনখন বোলছবিয়ে শ্রেষ্ঠ চিত্রনাট্য বঁটা লাভ কৰিছিল ?


19➤ (-প্রশ্ন-) কোন গৰাকী মহাপুৰুষে চালিনাচৰ প্রথম প্রচলন কৰে ?


20➤ (-প্রশ্ন-) মিচিং সকলে বাহীক কি বোলে ?


All GK Quiz PDF -


Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.