Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

অসমীয়া Current Affairs July 2022 for APDCL, Assam Police, Forest, ADRE, Railway & SSC Exam

Current Affairs July 2022

For APDCL, Assam Police, Forest, ADRE, Railway & SSC Exam


  • 2,000 অসম বুৰঞ্জী তথা Assam GK (English) - Buy Now 
  • 35,000 অসমীয়াত (GK) সাধাৰণ জ্ঞান - Buy Now
  • অসমীয়া Current Affairs 2020 to 2022 PDF - Click Here

1 নং প্ৰশ্ন শেহতীয়াকৈ বাতৰিৰ শিৰোনামত দেখা Hermit তলৰ কোনটোৰ এটা প্ৰকাৰ ?
=> উত্তৰ:- স্পাইৱেৰ (Spyware)


ASSAM GK

2 নং প্ৰশ্ন ভাৰতত প্ৰতি বছৰে কোনটো দিনত ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস পালন কৰা হয় ?
=> উত্তৰ:- ২৯ জুন


ASSAM GK

3 নং প্ৰশ্ন প্ৰতি বছৰে কোনটো দিনত ৰাষ্ট্ৰীয় বীমা সজাগতা দিৱস পালন কৰা হয় ?
=> উত্তৰ:- ২৮ জুন


ASSAM GK

4 নং প্ৰশ্ন প্ৰতি বছৰে কোনটো দিনত আন্তঃৰাষ্ট্ৰীয় গ্ৰহাণু দিৱস পালন কৰা হয় ?
=> উত্তৰ:- ৩০ জুন


ASSAM GK

5 নং প্ৰশ্ন চাৰিওখন গ্ৰেণ্ড শ্লেমতে ৮০ খনকৈ মেচত জয়ী হোৱা ইতিহাসৰ প্ৰথমজন খেলুৱৈ কোন ?
=> উত্তৰ:- নোভাক জ’কভিচ (Novak Djokovic)


ASSAM GK

6 নং প্ৰশ্ন প্ৰতি বছৰে ১ জুলাইত SBI প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । কোন চনত SBI প্ৰতিষ্ঠা হৈছিল ?
=> উত্তৰ:- ১৯৫৫ চন


ASSAM GK

7 নং প্ৰশ্ন শেহতীয়াকৈ কোনে ফিলিপাইনছৰ ১৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছে ?
=> উত্তৰ:- ফাৰ্ডিনাণ্ড মাৰ্কছ জুনিয়ৰ (Ferdinand Marcos Jr)


ASSAM GK

8 নং প্ৰশ্ন ভাৰতত প্ৰতি বছৰে কোনটো দিনত চাৰ্টাৰ্ড একাউণ্টেণ্টছ দিৱস পালন কৰা হয় ?
=> উত্তৰ:- ১ জুলাই


ASSAM GK

9 নং প্ৰশ্ন সদ্যগঠিত “বিত্তীয় সেৱা প্ৰতিষ্ঠান ব্যুৰো (FSIB)” ৰ অধ্যক্ষ কোন হৈছে ?
=> উত্তৰ:- ভানু প্ৰতাপ শৰ্মা


ASSAM GK

10 নং প্ৰশ্ন শেহতীয়াকৈ ২০২২ চনৰ নাটো (NATO) শীৰ্ষ সন্মিলন কোনখন দেশত অনুষ্ঠিত হৈছে ?
=> উত্তৰ:- স্পেইন


ASSAM GK

11 নং প্ৰশ্ন ২০২২ চনৰ আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱস কোনটো দিনত পালন কৰা হৈছিল ?
=> উত্তৰ:- ২ জুলাই


ASSAM GK

12 নং প্ৰশ্ন শেহতীয়াকৈ কোন ইজৰাইলৰ ১৪ সংখ্যক প্ৰধানমন্ত্ৰী হৈছে ?
=> উত্তৰ:- য়াইৰ লেপিড (Yair Lapid)


ASSAM GK

13 নং প্ৰশ্ন শেহতীয়াকৈ কোনখন দেশত ৰাষ্ট্ৰসংঘৰ মহাসাগৰীয় সন্মিলন ২০২২ অনুষ্ঠিত হৈছে ?
=> উত্তৰ:- পৰ্তুগাল


ASSAM GK

14 নং প্ৰশ্ন শেহতীয়াকৈ কোন ব্ৰিটেইনৰ সংসদে আয়ুৰ্বেদ ৰত্ন বঁটা প্ৰদান কৰিছে ?
=> উত্তৰ:- ড° তনুজা মনোজ নেছাৰী (Dr Tanuja Manoj Nesari)


ASSAM GK

15 নং প্ৰশ্ন ‘জৰ্জ ফাৰ্নাণ্ডেছৰ জীৱন আৰু সময়’ গ্ৰন্থখনৰ লেখক কোন ?
=> উত্তৰ:- ৰাহুল ৰামগুণ্ডম (Rahul Ramagundam)


ASSAM GK

16 নং প্ৰশ্ন শেহতীয়াকৈ কোনে ONDC-NABARD Grand Hackathon উদ্বোধন কৰে ?
=> উত্তৰ:- পীয়ুষ গোৱেল (Piyush Goyal)


ASSAM GK

17 নং প্ৰশ্ন শেহতীয়াকৈ কোনখন ৰাজ্যই ‘নাৰী কো নমন’ আঁচনি আৰম্ভ কৰিছে ?
=> উত্তৰ:- হিমাচল প্ৰদেশ


ASSAM GK

18 নং প্ৰশ্ন শেহতীয়াকৈ কোনে ফেমিনা মিছ ইণ্ডিয়া ২০২২ ৰ খিতাপ লাভ কৰিছে ?
=> উত্তৰ:- চিনি শ্বেট্টী (Sini Shetty)


ASSAM GK

19 নং প্ৰশ্ন ‘গংগা: পুনৰ কল্পনা, সজীৱ, পুনৰ সংযোগ’ নামৰ নতুন গ্ৰন্থখনৰ লেখক কোন ?
=> উত্তৰ:- ৰাজীৱ ৰঞ্জন মিশ্ৰ আৰু পুস্কল উপাধ্যায়


ASSAM GK

20 নং প্ৰশ্ন শেহতীয়াকৈ কাক কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত দায়িত্ব নিযুক্তি দিয়া হৈছে ?
=> উত্তৰ:- স্মৃতি ইৰাণী


ASSAM GK

21 নং প্ৰশ্ন শেহতীয়াকৈ কোনখন চহৰত প্ৰথম ভাৰত পশু স্বাস্থ্য সন্মিলন ২০২২ অনুষ্ঠিত হয় ?
=> উত্তৰ:- নতুন দিল্লী


ASSAM GK

22 নং প্ৰশ্ন শেহতীয়াকৈ কোনটো সংস্থাই ' The Global Findex Report 2021’ প্ৰকাশ কৰিছে ?
=> উত্তৰ:- বিশ্ব বেংক


ASSAM GK

23 নং প্ৰশ্ন কোনখন ৰাজ্যত খাৰচী পূজা পালন কৰা হয় ?
=> উত্তৰ:- ত্ৰিপুৰা


ASSAM GK

24 নং প্ৰশ্ন “Mind Master: Winning Lessons from a Champion’s Life” কিতাপখন কাৰ বিষয়ে ?
=> উত্তৰ:- বিশ্বনাথন আনন্দ


ASSAM GK

25 নং প্ৰশ্ন শেহতীয়াকৈ কোনখন দেশত বিশ্ব শান্তি মঞ্চ ২০২২ ৰ দশম সংস্কৰণ অনুষ্ঠিত হৈছে ?
=> উত্তৰ:- চীন


ASSAM GK

26 নং প্ৰশ্ন মিছন বাটস্ল্য (Mission Vatsalya) তলৰ কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে ৰূপায়ণ কৰিছে ?
=> উত্তৰ:- মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়


ASSAM GK

27 নং প্ৰশ্ন শেহতীয়াকৈ কোনে স্বনিধি মহোৎসৱ উদ্বোধন কৰিছে ?
=> উত্তৰ:- হৰদীপ সিং পুৰী (Hardeep Singh Puri)


ASSAM GK

28 নং প্ৰশ্ন শেহতীয়াকৈ কাক উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ?
=> উত্তৰ:- আৰ কে গুপ্তা


ASSAM GK

29 নং প্ৰশ্ন প্ৰতি বছৰে কোনটো দিনত ৰাষ্ট্ৰীয় মীনপালক দিৱস পালন কৰা হয় ?
=> উত্তৰ:- ১০ জুলাই


ASSAM GK

30 নং প্ৰশ্ন বিশ্ব জনসংখ্যা দিৱস প্ৰতি বছৰে কোনটো দিনত পালন কৰা হয় ?
=> উত্তৰ:- ১১ জুলাই


ASSAM GK

31 নং প্ৰশ্ন ৩৬ সংখ্যক ৰাষ্ট্ৰীয় খেল ২০২২ তলৰ কোনখন ৰাজ্যত অনুষ্ঠিত হ’ব ?
=> উত্তৰ:- গুজৰাট


ASSAM GK

32 নং প্ৰশ্ন শেহতীয়াকৈ কোনে বিশ্বৰ প্ৰথমটো মাল্টি-লিংক ই-বেণ্ড ৰেডিঅ’ , গিগামেছ প্ৰস্তুত কৰিছে ?
=> উত্তৰ:- এষ্ট্ৰ’ম টেকন’লজিছ


ASSAM GK

33 নং প্ৰশ্ন শেহতীয়াকৈ ব্রিজেন্দ্ৰ কে চিংগলৰ মৃত্যু হয় । তেওঁ কোনটো খণ্ডৰ সৈতে জড়িত আছিল ?
=> উত্তৰ:- দূৰসংযোগ (Telecommunications)


ASSAM GK

34 নং প্ৰশ্ন শেহতীয়াকৈ কোনখন দেশত মাৰ্বাৰ্গ ভাইৰাছ ৰোগৰ সন্দেহযুক্ত ৰোগীৰ তথ্য পোৱা গৈছে ?
=> উত্তৰ:- ঘানা


ASSAM GK

35 নং প্ৰশ্ন শেহতীয়াকৈ আৰম্ভ হোৱা দেশৰ তৃতীয়টো শক্তি বিনিময় তলৰ কোনটো ?
=> উত্তৰ:- হিন্দুস্তান পাৱাৰ এক্সচেঞ্জ লিমিটেড


ASSAM GK

36 নং প্ৰশ্ন প্ৰতি বছৰে পিছৰ কোনটো দিনত বিশ্ব কাগজৰ বেগ দিৱস পালন কৰা হয় ?
=> উত্তৰ:- ১২ জুলাই


ASSAM GK

37 নং প্ৰশ্ন শেহতীয়াকৈ কোনে ভাৰতৰ প্ৰথমটো থলুৱাভাৱে বিকশিত লিথিয়াম-আয়ন কোষ উন্মোচন কৰিছে ?
=> উত্তৰ:- ওলা ইলেক্ট্ৰিক (Ola Electric)


ASSAM GK

38 নং প্ৰশ্ন শেহতীয়াকৈ তলৰ কোনটো সংস্থাই ‘Youth in India 2022’ Report প্ৰকাশ কৰিছে ?
=> উত্তৰ:- পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয় (Ministry of Statistics and Program Implementation)


ASSAM GK

39 নং প্ৰশ্ন শেহতীয়াকৈ তলৰ কোনটো প্ৰতিষ্ঠানত লোকপিয়ল তথ্য ৱৰ্কষ্টেচন উদ্বোধন কৰা হৈছে ?
=> উত্তৰ:- আই আই টি, দিল্লী


ASSAM GK

40 নং প্ৰশ্ন শেহতীয়াকৈ তলৰ কোনখন ৰাজ্যই ভাৰতৰ প্ৰথম ই-ৱেষ্ট ইক’ পাৰ্কৰ উন্নয়নৰ কথা ঘোষণা কৰিছে ?
=> উত্তৰ:- দিল্লী


ASSAM GK

41 নং প্ৰশ্ন শেহতীয়াকৈ মুক্তি পোৱা কিতাপ - “The McMahon line: A century of discord” ৰ লেখক কোন ?
=> উত্তৰ:- জেনেৰেল যোগীন্দৰ যশৱন্ত সিং (অৱসৰপ্ৰাপ্ত)


ASSAM GK

42 নং প্ৰশ্ন শেহতীয়াকৈ কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে ‘মিছন শক্তি আঁচনি’ ৰ নিৰ্দেশনাৱলী মুকলি কৰিছে ?
=> উত্তৰ:- মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়


ASSAM GK

43 নং প্ৰশ্ন শেহতীয়াকৈ কোনে শ্ৰীলংকাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছে ?
=> উত্তৰ:- ৰানিল উইক্ৰেমসিংহ


ASSAM GK

44 নং প্ৰশ্ন প্ৰতি বছৰে কোনটো দিনত বিশ্ব যুৱ দক্ষতা দিৱস পালন কৰা হয় ?
=> উত্তৰ:- ১৫ জুলাই


ASSAM GK

45 নং প্ৰশ্ন শেহতীয়াকৈ বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীক কোনখন দেশৰ সংসদে সম্বৰ্ধনা জনাইছে ?
=> উত্তৰ:- ব্ৰিটিছ


ASSAM GK

46 নং প্ৰশ্ন শেহতীয়াকৈ কোনখন দেশত ৫১ সংখ্যক পেচিফিক দ্বীপপুঞ্জ মঞ্চ ২০২২ ৰ বৈঠক অনুষ্ঠিত হৈছে ?
=> উত্তৰ:- ফিজি


ASSAM GK

47 নং প্ৰশ্ন শেহতীয়াকৈ কোন দুখন ৰাজ্যৰ মাজত নামচাই ঘোষণাপত্ৰ (Namsai Declaration) স্বাক্ষৰিত হৈছে ?
=> উত্তৰ:- অসম আৰু অৰুণাচল প্ৰদেশ


ASSAM GK

48 নং প্ৰশ্ন শেহতীয়াকৈ প্ৰতাপ পোথেনৰ মৃত্যু হয় । কোনটো ক্ষেত্ৰৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল ?
=> উত্তৰ:- অভিনেতা – চলচ্চিত্ৰ নিৰ্মাতা


ASSAM GK

49 নং প্ৰশ্ন শেহতীয়াকৈ তলৰ কোনে আৰ ই চি লিমিটেডৰ সঞ্চালক (কাৰিকৰী) হিচাপে দায়িত্ব গ্ৰহণ কৰিছে ?
=> উত্তৰ:- ভি.কে. সিং


ASSAM GK

50 নং প্ৰশ্ন যুক্তৰাজ্যৰ বাৰ্মিংহামত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছ ২০২২ ত ভাৰতীয় দলৰ চেফ ডি মিছন কোন ?
=> উত্তৰ:- ৰাজেশ ভাণ্ডাৰী


ASSAM GK




Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download July Current Affairs PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.