Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

অসমীয়া Current Affairs August 2022 for APDCL, Assam Police, Forest, ADRE, Railway & SSC Exam

Current Affairs August 2022

For APDCL, Assam Police, Forest, ADRE, Railway & SSC Exam


  • 2,000 অসম বুৰঞ্জী তথা Assam GK (English) - Buy Now 
  • 35,000 অসমীয়াত (GK) সাধাৰণ জ্ঞান - Buy Now
  • অসমীয়া Current Affairs 2020 to 2022 PDF - Click Here

1 নং প্ৰশ্ন শেহতীয়াকৈ কোনটো প্ৰতিষ্ঠানত “AI4Bharat ত নিলেকানি কেন্দ্ৰ’ আৰম্ভ কৰা হৈছে ?
=> উত্তৰ:- IIT, Madras


ASSAM GK

2 নং প্ৰশ্ন শেহতীয়াকৈ কোনখন চহৰত প্ৰথম সৰ্বভাৰতীয় জিলা আইনী সেৱা কৰ্তৃপক্ষৰ বৈঠক অনুষ্ঠিত হৈছে ?
=> উত্তৰ:- নতুন দিল্লী


ASSAM GK

3 নং প্ৰশ্ন শেহতীয়াকৈ কাক ভূটানত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে ?
=> উত্তৰ:- সুধাকৰ দলেলা (Sudhakar Dalela)


ASSAM GK

4 নং প্ৰশ্ন শেহতীয়াকৈ ভাৰত আৰু কোনখন দেশৰ মাজত "Ex VINBAX 2022" অনুষ্ঠিত হৈছে ?
=> উত্তৰ:- ভিয়েটনাম


ASSAM GK

5 নং প্ৰশ্ন শেহতীয়াকৈ সংবাদ মাধ্যমত দেখা লোকটক হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত ?
=> উত্তৰ:- মণিপুৰ


ASSAM GK

6 নং প্ৰশ্ন প্ৰতি বছৰে কোনটো দিনত বিশ্ব হাওঁফাওঁৰ কৰ্কট ৰোগ দিৱস পালন কৰা হয় ?
=> উত্তৰ:- ১ আগষ্ট


ASSAM GK

7 নং প্ৰশ্ন শেহতীয়াকৈ কোনখন ৰাজ্যৰ আৰক্ষী বাহিনীয়ে “ৰাষ্ট্ৰপতিৰ ৰং” বঁটা লাভ কৰিছে ?
=> উত্তৰ:- তামিলনাডু


ASSAM GK

8 নং প্ৰশ্ন শেহতীয়াকৈ উন্মোচন কৰা ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ আনুষ্ঠানিক শ্লোগান কি ?
=> উত্তৰ:- গেমছ ৱাইড অ’পেন (Games Wide Open)


ASSAM GK

9 নং প্ৰশ্ন শেহতীয়াকৈ কাক দিল্লী আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ?
=> উত্তৰ:- আই-পি-এছ সঞ্জয় অৰোৰা (IPS Sanjay Arora)


ASSAM GK

10 নং প্ৰশ্ন শেহতীয়াকৈ কোনটো অঞ্চলৰ বগা পিঁয়াজে জি আই টেগ লাভ কৰিছে ?
=> উত্তৰ:- আলিবাগ, মহাৰাষ্ট্ৰ (Alibag, Maharashtra)


ASSAM GK

11 নং প্ৰশ্ন ২০২২ চনৰ জুলাই মাহত মুঠ জি এছ টি সংগ্ৰহ কিমান আছিল ?
=> উত্তৰ:- ১.৪৯ লাখ কোটি টকা


ASSAM GK

12 নং প্ৰশ্ন ৱৰ্ল্ড ৱাইড ৱেব (World Wide Web) দিৱস প্ৰতি বছৰে কোনটো দিনত পালন কৰা হয় ?
=> উত্তৰ:- ১ আগষ্ট


ASSAM GK

13 নং প্ৰশ্ন শেহতীয়াকৈ বিশ্ব বেংকে কাক ভাৰতৰ দেশ সঞ্চালক হিচাপে নিযুক্তি দিছে ?
=> উত্তৰ:- অগাষ্ট টানো কৌয়ামে (Auguste Tano Kouamé)


ASSAM GK

14 নং প্ৰশ্ন শেহতীয়াকৈ উদ্যম পৰ্টেল বাতৰিত দেখা গৈছে । ইয়াৰ সৈতে সম্পৰ্ক আছে ?
=> উত্তৰ:- ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (MSME)


ASSAM GK

15 নং প্ৰশ্ন কোনখন ৰাজ্যত গতি শক্তি বিশ্ববিদ্যালয় (GSV) প্ৰতিষ্ঠা কৰা হ’ব ?
=> উত্তৰ:- গুজৰাট


ASSAM GK

16 নং প্ৰশ্ন ২০২২ চনৰ ফৰ্চুন গ্ল’বেল ৫০০ তালিকাত অন্তৰ্ভুক্ত একমাত্ৰ ভাৰতীয় বেংকটো ?
=> উত্তৰ:- ভাৰতীয় ষ্টেট বেংক


ASSAM GK

17 নং প্ৰশ্ন শেহতীয়াকৈ কাক প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে ?
=> উত্তৰ:- শ্বেতা সিং (Shweta Singh)


ASSAM GK

18 নং প্ৰশ্ন হিৰোচিমা দিৱস প্ৰতি বছৰে কোনটো দিনত পালন কৰা হয় ?
=> উত্তৰ:- ৬ আগষ্ট


ASSAM GK

19 নং প্ৰশ্ন ভাৰতত প্ৰতি বছৰে কোনটো দিনত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয় ?
=> উত্তৰ:- ৭ আগষ্ট


ASSAM GK

20 নং প্ৰশ্ন শেহতীয়াকৈ কোন ভাৰতৰ চতুৰ্দশ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে ?
=> উত্তৰ:- জগদীপ ধনখৰ


ASSAM GK

21 নং প্ৰশ্ন শেহতীয়াকৈ অৰুণোদয় আঁচনি বাতৰিত দেখা গ’ল । তলৰ কোনখন ৰাজ্যই ইয়াক কাৰ্যকৰী কৰে ?
=> উত্তৰ:- অসম


ASSAM GK

22 নং প্ৰশ্ন শেহতীয়াকৈ কোন আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচনৰ ( FIDE ) উপ-সভাপতি নিৰ্বাচিত হৈছে ?
=> উত্তৰ:- বিশ্বনাথন আনন্দ


ASSAM GK

23 নং প্ৰশ্ন শেহতীয়াকৈ কোন ভাৰতৰ ৭৫ সংখ্যক গ্ৰেণ্ডমাষ্টাৰ হৈছে ?
=> উত্তৰ:- ভি প্ৰণৱ (V Pranav)


ASSAM GK

24 নং প্ৰশ্ন তলৰ কোনটো সাগৰ কোৰিয়া উপদ্বীপ আৰু মূল চীনৰ মাজত অৱস্থিত ?
=> উত্তৰ:- হালধীয়া সাগৰ (Yellow Sea)


ASSAM GK

25 নং প্ৰশ্ন ডিফেন্স এক্সপ’ ২০২২ ৰ দ্বাদশ সংস্কৰণ তলৰ কোনখন ৰাজ্যত অনুষ্ঠিত হ’ব ?
=> উত্তৰ:- গুজৰাট


ASSAM GK

26 নং প্ৰশ্ন কমনৱেলথ গেমছ ২০২২ত পদকৰ ক্ষেত্ৰত ভাৰতৰ ৰেংক কিমান ?
=> উত্তৰ:- ৪ নং


ASSAM GK

27 নং প্ৰশ্ন শেহতীয়াকৈ গুস্তাভো পেট্ৰ’ই কোনখন দেশৰ প্ৰথম বাওঁপন্থী ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছে ?
=> উত্তৰ:- কলম্বিয়া


ASSAM GK

28 নং প্ৰশ্ন শেহতীয়াকৈ ২০২২ চনত কোনে মিছ ইণ্ডিয়া ইউ এছ এৰ মুকুট লাভ কৰিছে ?
=> উত্তৰ:- আৰ্য ৱালভেকাৰ (Aarya Walvekar)


ASSAM GK

29 নং প্ৰশ্ন শেহতীয়াকৈ কোনটো সংস্থাই ২০২২ চনৰ বহিঃখণ্ডৰ প্ৰতিবেদন প্ৰকাশ কৰিছে ?
=> উত্তৰ:- আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (IMF)


ASSAM GK

30 নং প্ৰশ্ন শেহতীয়াকৈ জেমছ মাৰাপে কোনখন দেশৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছে ?
=> উত্তৰ:- পাপুয়া নিউ গিনি (Papua New Guinea)


ASSAM GK

31 নং প্ৰশ্ন প্ৰতি বছৰে কোনটো দিনত বিশ্ব সিংহ দিৱস পালন কৰা হয় ?
=> উত্তৰ:- ১০ আগষ্ট


ASSAM GK

32 নং প্ৰশ্ন শেহতীয়াকৈ পেনিনচুলাৰ ৰক আগমা বাতৰিত দেখা গ’ল । ই কোনটো প্ৰজাতিৰ অন্তৰ্গত ?
=> উত্তৰ:- Lizard


ASSAM GK

33 নং প্ৰশ্ন শেহতীয়াকৈ ভাৰত NCAP বাতৰিত দেখা গ’ল । ইয়াৰ সৈতে সম্পৰ্ক আছে ?
=> উত্তৰ:- মটৰ গাড়ীৰ সুৰক্ষা


ASSAM GK

34 নং প্ৰশ্ন টাইগাৰ ৰেঞ্জ কান্ট্ৰীছ ছামিট ২০২২ তলৰ কোনখন দেশত অনুষ্ঠিত হ’ব ?
=> উত্তৰ:- ৰাছিয়া


ASSAM GK

35 নং প্ৰশ্ন শেহতীয়াকৈ কোনটো প্ৰতিষ্ঠানে গ্ৰাহকৰ আস্থা জৰীপ প্ৰকাশ কৰিছে ?
=> উত্তৰ:- ভাৰতীয় ৰিজাৰ্ভ বেংক


ASSAM GK

36 নং প্ৰশ্ন শেহতীয়াকৈ কোন বিহাৰৰ মুখ্যমন্ত্ৰী হৈছে ?
=> উত্তৰ:- নীতিশ কুমাৰ


ASSAM GK

37 নং প্ৰশ্ন প্ৰতি বছৰে কোনটো দিনত আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয় ?
=> উত্তৰ:- ১২ আগষ্ট


ASSAM GK

38 নং প্ৰশ্ন প্ৰতি বছৰে কোনটো দিনত বিশ্ব হাতী দিৱস পালন কৰা হয় ?
=> উত্তৰ:- ১২ আগষ্ট


ASSAM GK

39 নং প্ৰশ্ন শেহতীয়াকৈ মুম্বাইৰ ৰবীন্দ্ৰ নাট্য মন্দিৰত ‘ভাৰত ৰং মহোৎসৱ’ ৰ ২২ সংখ্যক সংস্কৰণৰ শুভ উদ্বোধন কৰে ?
=> উত্তৰ:- শ্ৰী ভগত সিং কোশ্যাৰী


ASSAM GK

40 নং প্ৰশ্ন প্ৰতি বছৰে কোনটো দিনত বিশ্ব অংগদান দিৱস পালন কৰা হয় ?
=> উত্তৰ:- ১৩ আগষ্ট


ASSAM GK

41 নং প্ৰশ্ন শেহতীয়াকৈ বাতৰিত দেখা Fortified Rice Scheme, কোনটো বছৰত আৰম্ভ কৰা হৈছিল ?
=> উত্তৰ:- ২০১৯ চন


ASSAM GK

42 নং প্ৰশ্ন শেহতীয়াকৈ বাতৰিত দেখা NIPAM ৰ সৈতে তলৰ কোনটোৰ সম্পৰ্ক আছে ?
=> উত্তৰ:- বৌদ্ধিক সম্পত্তি (Intellectual Property)


ASSAM GK

43 নং প্ৰশ্ন ২০২২ চনৰ জুলাই মাহত ভাৰতৰ ব্যৱসায়িক সামগ্ৰীৰ বাণিজ্যৰ ঘাটি কিমান আছিল ?
=> উত্তৰ:- ৩১.০২ বিলিয়ন মাৰ্কিন ডলাৰ


ASSAM GK

44 নং প্ৰশ্ন ২০২২ চনৰ জুলাই মাহত গ্ৰাহক মূল্য সূচকাংক (CPI-Headline) কিমান আছিল ?
=> উত্তৰ:- ৬.৭১%


ASSAM GK

45 নং প্ৰশ্ন ১৬ বছৰ অনুৰ্ধৰ প্ৰথম খেলো ইণ্ডিয়া মহিলা হকী লীগ তলৰ কোনখন চহৰত অনুষ্ঠিত হৈছে ?
=> উত্তৰ:- নতুন দিল্লী


ASSAM GK

46 নং প্ৰশ্ন শেহতীয়াকৈ বাতৰিত দেখা অটল পেঞ্চন যোজনা কোন বছৰত মুকলি কৰা হৈছিল ?
=> উত্তৰ:- ২০১৫ চন


ASSAM GK

47 নং প্ৰশ্ন শেহতীয়াকৈ বিশ্ব সংস্কৃত দিৱস 2022 কোনটো দিনত উদযাপন কৰা হৈছে ?
=> উত্তৰ:- ১২ আগষ্ট


ASSAM GK

48 নং প্ৰশ্ন শেহতীয়াকৈ ‘Tortanus dhritiae’ নামৰ এটা নতুন প্ৰজাতিৰ আৱিষ্কাৰ হৈছে । ই কোনটো প্ৰজাতিৰ অন্তৰ্গত ?
=> উত্তৰ:- কোপেপড (Copepod)


ASSAM GK

49 নং প্ৰশ্ন ভাৰতৰ কোনটো সম্প্ৰদায়ৰ নতুন বছৰ হৈছে নৱৰোজ (Navroz) ?
=> উত্তৰ:- পাৰ্চী (Parsi)


ASSAM GK

50 নং প্ৰশ্ন উত্তৰ পূৰ্বাঞ্চল অলিম্পিক ২০২২ ৰ দ্বিতীয় সংস্কৰণ কোনখন ৰাজ্যত অনুষ্ঠিত হ’ব ?
=> উত্তৰ:- মেঘালয়


ASSAM GK



Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download August Current Affairs PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.