Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

অসমীয়া Current Affairs September 2022 for APDCL, Assam Police, Forest, ADRE, Railway & SSC Exam

Current Affairs September 2022

For APDCL, Assam Police, Forest, ADRE, Railway & SSC Exam


  • 2,000 অসম বুৰঞ্জী তথা Assam GK (English) - Buy Now 
  • 35,000 অসমীয়াত (GK) সাধাৰণ জ্ঞান - Buy Now
  • অসমীয়া Current Affairs 2020 to 2022 PDF - Click Here
---
1 নং প্ৰশ্ন ভাৰতত প্ৰতি বছৰে কোনটো দিনত ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ দিৱস পালন কৰা হয় ?
=> উত্তৰ:- ৩০ আগষ্ট


ASSAM GK

2 নং প্ৰশ্ন শেহতীয়াকৈ কোনে পুৰুষৰ ১০০ মিটাৰ (১০.২৫ ছেকেণ্ড) দৌৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে ?
=> উত্তৰ:- অম্লান বৰগোহাঁই (Amlan Borgohain)


ASSAM GK

3 নং প্ৰশ্ন শেহতীয়াকৈ কোনখন ৰাজ্যই বৰজুৰি আৰু হাজং হ্ৰদত জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ স্থাপন কৰাৰ কথা ঘোষণা কৰিছে ?
=> উত্তৰ:- অসম


ASSAM GK

4 নং প্ৰশ্ন শেহতীয়া ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংক অনুসৰি এতিয়া বিশ্বৰ তৃতীয় ধনী ব্যক্তি কোন ?
=> উত্তৰ:- গৌতম আদানী


ASSAM GK

5 নং প্ৰশ্ন শেহতীয়াকৈ কাক থাইলেণ্ডত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে ?
=> উত্তৰ:- নাগেশ সিং


ASSAM GK

6 নং প্ৰশ্ন শেহতীয়াকৈ বাতৰিত দেখা পোৱা ‘PARAKH’ কিহৰ সৈতে জড়িত ?
=> উত্তৰ:- শিক্ষা


ASSAM GK

7 নং প্ৰশ্ন BY 523-Mahe শেহতীয়াকৈ বাতৰিত দেখা গৈছে, ই কিহৰ সৈতে জড়িত ?
=> উত্তৰ:- যুদ্ধজাহাজ


ASSAM GK

8 নং প্ৰশ্ন শেহতীয়াকৈ কোনখন ৰাজ্যই ৰাজীৱ গান্ধী গ্ৰাম্য অলিম্পিক-২০২২ আৰম্ভ কৰিছে ?
=> উত্তৰ:- ৰাজস্থান


ASSAM GK

9 নং প্ৰশ্ন International Whale Shark Day প্ৰতি বছৰে কোনটো দিনত পালন কৰা হয় ?
=> উত্তৰ:- ৩০ আগষ্ট


ASSAM GK

10 নং প্ৰশ্ন কৃষি উৎসৱ ‘নুৱাখাই জুহাৰ’, মূলতঃ কোনখন ৰাজ্যত পালন কৰা হয় ?
=> উত্তৰ:- ওড়িশা (Odisha)


ASSAM GK

11 নং প্ৰশ্ন শেহতীয়াকৈ বিশ্ব সম্পদ প্ৰতিষ্ঠান (WRI) ভাৰতে কোনখন ৰাজ্যত শক্তি প্ৰৱেশ এক্সপ্ল’ৰাৰ নামৰ ভূ-স্থানীয় মঞ্চ মুকলি কৰিছে ?
=> উত্তৰ:- অসম


ASSAM GK

12 নং প্ৰশ্ন শেহতীয়াকৈ কোনখন ৰাজ্যই হস্তশিল্প নীতি ২০২২ অনুমোদন জনাইছে ?
=> উত্তৰ:- ৰাজস্থান


ASSAM GK

13 নং প্ৰশ্ন শেহতীয়াকৈ Ghatiana Dwivarna আৱিষ্কাৰ হৈছে । ই কোনটো প্ৰজাতিৰ অন্তৰ্গত ?
=> উত্তৰ:- কেঁকোৰা


ASSAM GK

14 নং প্ৰশ্ন প্ৰতি বছৰে কোনটো দিনত বিশ্ব নাৰিকল দিৱস পালন কৰা হয় ?
=> উত্তৰ:- ২ ছেপ্টেম্বৰ


ASSAM GK

15 নং প্ৰশ্ন শেহতীয়াকৈ কোনে ২০২২ চনৰ ষ্টকহোম জুনিয়ৰ জল বঁটা লাভ কৰিছে ?
=> উত্তৰ:- এনাবেল এম ৰেছন


ASSAM GK

16 নং প্ৰশ্ন শেহতীয়াকৈ বাতৰিত দেখা ‘হিনামনৰ’ (Hinnamnor) তলৰ কোনটোৰ এটা প্ৰকাৰ ?
=> উত্তৰ:- আমফান


ASSAM GK

17 নং প্ৰশ্ন শেহতীয়াকৈ কোনখন ৰাজ্যত “Thai Trade Expo 2022” ৰ ১ম সংস্কৰণ অনুষ্ঠিত হৈছে ?
=> উত্তৰ:- তেলেংগানা


ASSAM GK

18 নং প্ৰশ্ন প্ৰতি বছৰে কোনটো দিনত International Day of Charity পালন কৰা হয় ?
=> উত্তৰ:- ৫ ছেপ্টেম্বৰ


ASSAM GK

19 নং প্ৰশ্ন শেহতীয়াকৈ বি শ্বেইক আলীৰ মৃত্যু হয় । তেওঁ কোনটো বৃত্তিৰ সৈতে জড়িত আছিল ?
=> উত্তৰ:- বুৰঞ্জীবিদ


ASSAM GK

20 নং প্ৰশ্ন শেহতীয়াকৈ কাক সংসদ টিভিৰ চি-ই-অ’ হিচাপে নিযুক্তি দিয়া হৈছে ?
=> উত্তৰ:- উৎপল কুমাৰ সিং


ASSAM GK

21 নং প্ৰশ্ন SPARK Program, শেহতীয়াকৈ বাতৰিত দেখা গৈছে, ই কিহৰ সৈতে জড়িত ?
=> উত্তৰ:- আয়ুৰ্বেদ


ASSAM GK

22 নং প্ৰশ্ন শেহতীয়াকৈ কোনখন ৰাজ্যত স্নেহলয়া (Snehalaya) নিচামুক্ত কেন্দ্ৰ উদ্বোধন কৰা হৈছে ?
=> উত্তৰ:- কেৰালা


ASSAM GK

23 নং প্ৰশ্ন সেহতীয়াকৈ ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ’ব ?
=> উত্তৰ:- লিজ ট্ৰাছ (Liz Truss)


ASSAM GK

24 নং প্ৰশ্ন শেহতীয়াকৈ আৰম্ভ হোৱা PM SHRI Yojana, কোনটোৰ সৈতে জড়িত ?
=> উত্তৰ:- বিদ্যালয়ৰ আন্তঃগাঁথনি


ASSAM GK

25 নং প্ৰশ্ন কোনজন স্বাধীনতা সংগ্ৰামীক জনপ্ৰিয়ভাৱে কাপ্পালোটিয়া তামিলান বুলি জনা গৈছিল ?
=> উত্তৰ:- ভি অ’ চিদাম্বৰম পিল্লাই


ASSAM GK

26 নং প্ৰশ্ন শেহতীয়াকৈ কাক মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে ?
=> উত্তৰ:- ন্যায়াধীশ এম দুৰাইস্বামী


ASSAM GK

27 নং প্ৰশ্ন শেহতীয়াকৈ আৰম্ভ কৰা ‘WEST’ পদক্ষেপ কিহৰ সৈতে জড়িত ?
=> উত্তৰ:- Women with STEM background


ASSAM GK

28 নং প্ৰশ্ন কোনটো দিনত ভাৰতে ৰাষ্ট্ৰীয় চিনেমা দিৱস পালন কৰিছে ?
=> উত্তৰ:- ১৬ ছেপ্টেম্বৰ


ASSAM GK

29 নং প্ৰশ্ন শেহতীয়াকৈ বাতৰিত দেখা পোৱা HIP 65426 b, কিহৰ সৈতে জড়িত ?
=> উত্তৰ:- বহিঃগ্ৰহ (Exoplanet)


ASSAM GK

30 নং প্ৰশ্ন দ্বিতীয় ভাৰত-জাপান ২+২ মন্ত্ৰী আলোচনা তলৰ কোনখন চহৰত অনুষ্ঠিত হ’ব ?
=> উত্তৰ:- টকিঅ’


ASSAM GK

31 নং প্ৰশ্ন আন্তৰ্জাতিক সাক্ষৰতা দিৱস প্ৰতি বছৰে কোনটো দিনত পালন কৰা হয় ?
=> উত্তৰ:- ৮ ছেপ্টেম্বৰ


ASSAM GK

32 নং প্ৰশ্ন Kirit Parikh committee, শেহতীয়াকৈ বাতৰিত দেখা গৈছে, ই কিহৰ সৈতে জড়িত ?
=> উত্তৰ:- গেছৰ মূল্য নিৰ্ধাৰণৰ সূত্ৰ


ASSAM GK

33 নং প্ৰশ্ন শেহতীয়াকৈ ভাৰতীয় মূলৰ কাক ব্ৰিটেইনৰ নতুন গৃহ সচিব হিচাপে নিযুক্তি দিয়া হৈছে ?
=> উত্তৰ:- চুয়েলা ব্ৰেভাৰমেন


ASSAM GK

34 নং প্ৰশ্ন শেহতীয়াকৈ বীৰজু সাহৰ দেহাৱসান ঘটিছে । তেওঁ কোনটো খেলৰ লগত জড়িত আছিল ?
=> উত্তৰ:- বক্সিং


ASSAM GK

35 নং প্ৰশ্ন প্ৰতি বছৰে কোনটো দিনত বিশ্ব ফিজিঅ’থেৰাপি দিৱস পালন কৰা হয় ?
=> উত্তৰ:- ৮ ছেপ্টেম্বৰ


ASSAM GK

36 নং প্ৰশ্ন কোনখন ৰাজ্যত প্ৰতি বছৰে ৯ ছেপ্টেম্বৰত হিমালয় দিৱস পালন কৰা হয় ?
=> উত্তৰ:- উত্তৰাখণ্ড


ASSAM GK

37 নং প্ৰশ্ন শেহতীয়াকৈ কোনটো বেংকে গুজৰাটত ‘Bank on Wheels’ ভ্যান মুকলি কৰিছে ?
=> উত্তৰ:- এইচ-ডি-এফ-চি বেংক


ASSAM GK

38 নং প্ৰশ্ন শেহতীয়াকৈ কোনে ২০২২ চনৰ মিছ আৰ্থ ইণ্ডিয়া হিচাপে নিৰ্বাচিত হৈছে ?
=> উত্তৰ:- বংশিকা পৰমাৰ (Vanshika Parmar)


ASSAM GK

39 নং প্ৰশ্ন প্ৰতি বছৰে কোনটো দিনত বিশ্ব ই-ভি (World EV Day) দিৱস পালন কৰা হয় ?
=> উত্তৰ:- ৯ ছেপ্টেম্বৰ


ASSAM GK

40 নং প্ৰশ্ন বিশ্ব যুৱ দবা চেম্পিয়নশ্বিপ ২০২২ কোনখন দেশত অনুষ্ঠিত হৈছে ?
=> উত্তৰ:- ৰোমানিয়া


ASSAM GK

41 নং প্ৰশ্ন প্ৰতি বছৰে কোনটো দিনত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন কৰা হয় ?
=> উত্তৰ:- ১০ ছেপ্টেম্বৰ


ASSAM GK

42 নং প্ৰশ্ন চাংহাই সহযোগিতা সংস্থাৰ (SCO) শীৰ্ষ সন্মিলন ২০২২ কোনখন দেশত অনুষ্ঠিত হ’ব ?
=> উত্তৰ:- উজবেকিস্তান


ASSAM GK

43 নং প্ৰশ্ন প্ৰতি বছৰে কোনটো দিনত ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস পালন কৰা হয় ?
=> উত্তৰ:- ১১ ছেপ্টেম্বৰ


ASSAM GK

44 নং প্ৰশ্ন শেহতীয়াকৈ কাক ব্ৰিটেইনৰ নতুন ৰজা হিচাপে ঘোষণা কৰা হৈছে ?
=> উত্তৰ:- ৰজা তৃতীয় চাৰ্লছ


ASSAM GK

45 নং প্ৰশ্ন শেহতীয়াকৈ বাতৰিত দেখা MTG-I1 উপগ্ৰহ কোনটো মহাকাশ সংস্থাই প্ৰস্তুত কৰিছে ?
=> উত্তৰ:- ইউৰোপীয় মহাকাশ সংস্থা


ASSAM GK

46 নং প্ৰশ্ন কোনখন দেশত প্ৰতি বছৰে ১১ ছেপ্টেম্বৰত দেশপ্ৰেম দিৱস পালন কৰা হয় ?
=> উত্তৰ:- আমেৰিকা


ASSAM GK

47 নং প্ৰশ্ন শেহতীয়াকৈ কোনে ইউ এছ অ’পেন ২০২২ ত পুৰুষৰ একক খিতাপ দখল কৰিছে ?
=> উত্তৰ:- কাৰ্লোছ আলকাৰেজ (Carlos Alcarez)


ASSAM GK

48 নং প্ৰশ্ন কোনখন ৰাজ্যত ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স নিৰ্মাণ কৰা হ’ব ?
=> উত্তৰ:- গুজৰাট


ASSAM GK

49 নং প্ৰশ্ন শেহতীয়াকৈ কোনখন দেশৰ গৱেষণা প্ৰতিষ্ঠানে cyborg cockroaches গঢ়ি তুলিছে ?
=> উত্তৰ:- জাপান


ASSAM GK

50 নং প্ৰশ্ন ২০২২ চনৰ বিশ্ব প্ৰাথমিক চিকিৎসা দিৱসৰ বিষয়বস্তু কি আছিল ?
=> উত্তৰ:- আজীৱন প্ৰাথমিক চিকিৎসা (Lifelong First Aid)


ASSAM GK

---


Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.