January 2021 Current Affairs
For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-3)
1 নং প্ৰশ্ন➤
(প্ৰশ্ন) শেহতীয়াকৈ ভাৰতীয় সেনাই সৃষ্টি কৰা মানৱ অধিকাৰ কোষৰ মুৰব্বী কোন হৈছে ?
=>
উত্তৰ:- গৌতম চৌহান
ASSAM GK
2 নং প্ৰশ্ন➤
(প্ৰশ্ন) কোনখন ৰাজ্য চৰকাৰে শেহতীয়াকৈ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা অনুসূচীত সকলৰ বাবে বিনামূলীয়া কিতাপ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ?
=>
উত্তৰ:- হাৰিয়ানা
ASSAM GK
3 নং প্ৰশ্ন➤
(প্ৰশ্ন) ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শেহতীয়াকৈ ইয়াৰ 146 তম প্ৰতিষ্ঠা দিৱস কেতিয়া উদযাপন কৰিছে ?
=>
উত্তৰ:- জানুৱাৰী 15
ASSAM GK
4 নং প্ৰশ্ন➤
(প্ৰশ্ন) ভাৰত চৰকাৰে শেহতীয়াকৈ কোনখন দেশত মনীষ চৌহানক ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছে ?
=>
উত্তৰ:- পৰ্তুগাল
ASSAM GK
5 নং প্ৰশ্ন➤
(প্ৰশ্ন) ভাৰতৰ প্ৰথম অগ্নি নিৰ্বাপক উদ্যান শেহতীয়াকৈ কোনখন ৰাজ্যত স্থাপন কৰা হৈছে ?
=>
উত্তৰ:- উৰিষ্যা
ASSAM GK
6 নং প্ৰশ্ন➤
(প্ৰশ্ন) কোনখন ৰাজ্যত গৃহ মন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ আয়ুষ্মান CAPF আঁচনি আৰম্ভ কৰিছে ?
=>
উত্তৰ:- অসম
ASSAM GK
7 নং প্ৰশ্ন➤
(প্ৰশ্ন) শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ প্ৰথম মুখ্য তথ্য বিষয়া কোন হৈছে ?
=>
উত্তৰ:- ড. ৰাজ আয়াৰ
ASSAM GK
8 নং প্ৰশ্ন➤
(প্ৰশ্ন) কোনটো সংগঠনে শেহতীয়াকৈ সেউজ প্ৰপালচন প্ৰযুক্তি বিকাশ কৰি আছে ?
=>
উত্তৰ:- ISRO
ASSAM GK
9 নং প্ৰশ্ন➤
(প্ৰশ্ন) হেমা কোহলীয়ে শেহতীয়াকৈ কোনখন ৰাজ্যৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছে ?
=>
উত্তৰ:- তেলেংগানা
ASSAM GK
10 নং প্ৰশ্ন➤
(প্ৰশ্ন) শেহতীয়াকৈ এয়াৰটেলে ভাৰতৰ কোনখন চহৰত 5জি ৰেডি নেটৱৰ্ক ঘোষণা কৰিছে ?
=>
উত্তৰ:- হায়দৰাবাদ
ASSAM GK
11 নং প্ৰশ্ন➤
(প্ৰশ্ন) শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদৰ প্ৰতিনিধি সভাৰ অধ্যক্ষ হিচাপে কাক পুনৰ নিযুক্তি দিয়া হৈছে ?
=>
উত্তৰ:- নেন্সি পেলোচি
ASSAM GK
12 নং প্ৰশ্ন➤
(প্ৰশ্ন) কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ আভালোকনা ছফ্টৱেৰ মুকলি কৰিছে ?
=>
উত্তৰ:- কৰ্ণাটক
ASSAM GK
13 নং প্ৰশ্ন➤
(প্ৰশ্ন) কোনখন ৰাজ্য চৰকাৰে শেহতীয়াকৈ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অভ্যুদয় বিনামূলীয়া প্ৰশিক্ষণ সুবিধা ঘোষণা কৰিছে ?
=>
উত্তৰ:- উত্তৰ প্ৰদেশ
ASSAM GK
14 নং প্ৰশ্ন➤
(প্ৰশ্ন) কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ ট্যুৰ সাৰথি আঁচনিৰ অধীনত মহিলা আৰু বৃদ্ধসকলৰ বাবে বিনামূলীয়া বাছ সেৱা আৰম্ভ কৰিছে ?
=>
উত্তৰ:- অসম
ASSAM GK
15 নং প্ৰশ্ন➤
(প্ৰশ্ন) শেহতীয়াকৈ কেতিয়া 'প্ৰাক্তন সৈনিক দিৱস' পালন কৰা হৈছে ?
=>
উত্তৰ:- জানুৱাৰী ১৪
ASSAM GK
16 নং প্ৰশ্ন➤
(প্ৰশ্ন) শেহতীয়াকৈ অল ইণ্ডিয়া চেছ ফেডাৰেচনৰ নতুন সভাপতি হিচাপে কাক নিৰ্বাচিত কৰা হৈছে ?
=>
উত্তৰ:- সঞ্জয় কাপুৰ
ASSAM GK
17 নং প্ৰশ্ন➤
(প্ৰশ্ন) কোনখন ৰাজ্য চৰকাৰে শেহতীয়াকৈ পিপলিক পৰ্যটন কেন্দ্ৰ হিচাপে বিকশিত কৰাৰ সিদ্ধান্ত লৈছে ?
=>
উত্তৰ:- হাৰিয়ানা
ASSAM GK
18 নং প্ৰশ্ন➤
(প্ৰশ্ন) শেহতীয়াকৈ ভাৰতৰ 51 তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ক'ত সমাপ্ত হৈছে ?
=>
উত্তৰ:- গোৱা
ASSAM GK
19 নং প্ৰশ্ন➤
(প্ৰশ্ন) কোনখন ৰাজ্যৰ প্ৰাক্তন ৰাজ্যপাল মাতা প্ৰসাদৰ শেহতীয়াকৈ মৃত্যু হৈছিল ?
=>
উত্তৰ:- অৰুণাচল প্ৰদেশ
ASSAM GK
20 নং প্ৰশ্ন➤
(প্ৰশ্ন) কোনখন ৰাজ্য চৰকাৰে শেহতীয়াকৈ ইকো ৰিট্ৰিট উৎসৱৰ দ্বিতীয় সংস্কৰণ আয়োজন কৰিছে ?
=>
উত্তৰ:- উৰিষ্যা
ASSAM GK
- January 2021 Current Affairs with free PDF (Part-1)
- January 2021 Current Affairs with free PDF (Part-2)
- January 2021 Current Affairs with free PDF (Part-3)
- January 2021 Current Affairs with free PDF (Part-4)
- January 2021 Current Affairs with free PDF (Part-5)
- May 2021 Current Affairs with free PDF (Part-1)
- May 2021 Current Affairs with free PDF (Part-2)
- May 2021 Current Affairs with free PDF (Part-3)
- May 2021 Current Affairs with free PDF (Part-4)
- May 2021 Current Affairs with free PDF (Part-5)
- Assam GK Quiz with Free PDF (Part-1)
- Assam GK Quiz with Free PDF (Part-2)
- Assam GK Quiz with Free PDF (Part-3)
- Assam GK Quiz with Free PDF (Part-4)
- Assam GK Quiz with Free PDF (Part-5)
Free GK PDF, Assam GK PDF, GK Quiz
এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -
Download Below
Download MCQ PDF - Click Here