Type Here to Get Search Results !

6 Links

GK in Assamese GK in English Assam GK
Assam History Assamese PDF Assam TET PDF

Current Affairs May 2021 For Agriculture, PNRD, Assam Police & Other Exam (Part-1)

Current Affairs May 2021

For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-1)

 Guide Book (প্ৰয়োজনীয় কিতাপ) =

30,000 অসমীয়াত (GK) সাধাৰণ জ্ঞান - Buy Now

এবছৰৰ ৩১০০ টা Current Affairs ৰ প্ৰশ্নউত্তৰ অসমীয়াত  - Buy Now

এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক



1 নং প্ৰশ্ন (-প্ৰশ্ন-) কোন খন দেশে শেহতীয়াকৈ বিশ্বৰ সৈতে 80 নিযুত ভেকছিনৰ পালি ভাগ বতৰা কৰাৰ সিদ্ধান্ত লৈছে ?
=> উত্তৰ:- আমেৰিকা যুক্তৰাষ্ট্ৰ


ASSAM GK

2 নং প্ৰশ্ন (-প্ৰশ্ন-) চোলি সোৰাবজীৰ অলপতে মৃত্যু হৈছিল তেওঁ কোন আছিল ?
=> উত্তৰ:- এটৰ্নি জেনেৰেল


ASSAM GK

3 নং প্ৰশ্ন (-প্ৰশ্ন-) বাৰ্ক্লেজে শেহতীয়াকৈ বিত্তীয় বৰ্ষ ২২ ত ভাৰতৰ জি-ডি-পি- বৃদ্ধিৰ হাৰ কিমান শতাংশত আকলন কৰিছে ?
=> উত্তৰ:- 10%


ASSAM GK

4 নং প্ৰশ্ন (-প্ৰশ্ন-) কোনখন ৰাজ্য চৰকাৰে শেহতীয়াকৈ ভাৰ্চুৱেল বিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰিছে ?
=> উত্তৰ:- ছত্তীশগড়


ASSAM GK

5 নং প্ৰশ্ন (-প্ৰশ্ন-) শেহতীয়াকৈ ২০২১ চনৰ প্ৰথম তিনিমাহত বৈদ্যুতিক গাড়ীৰ বিক্ৰীৰ শতাংশ কিমান বৃদ্ধি পাইছে ?
=> উত্তৰ:- 140%


ASSAM GK

6 নং প্ৰশ্ন (-প্ৰশ্ন-) গুগল ক্লাউডে শেহতীয়াকৈ 'ছেটেলাইট ইণ্টাৰনেট সেৱা' প্ৰদান কৰিবলৈ কাৰ সৈতে অংশগ্ৰহণ কৰিছে ?
=> উত্তৰ:- স্পেচ এক্স


ASSAM GK

7 নং প্ৰশ্ন (-প্ৰশ্ন-) শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে কোভিড-19 ৰ সময়ৰ পৰা চাৰ ধাম যাত্ৰা স্থগিত ৰাখিছে ?
=> উত্তৰ:- উত্তৰাখণ্ড


ASSAM GK

8 নং প্ৰশ্ন (-প্ৰশ্ন-) নিয়াৰাগোংগো পৰ্বতত শেহতীয়াকৈ বিস্ফোৰণ হৈছে, ই কোনখন দেশত ?
=> উত্তৰ:- কঙ্গো গণৰাজ্য


ASSAM GK

9 নং প্ৰশ্ন (-প্ৰশ্ন-) কোন খন দেশৰ টেনিছ খেলুৱৈ ৰোমান খাচানোভক শেহতীয়াকৈ দহ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে ?
=> উত্তৰ:- কাজাখাস্তান


ASSAM GK

10 নং প্ৰশ্ন (-প্ৰশ্ন-) শেহতীয়াকৈ স্পেইনৰ দ্বাৰা কাক ২০২১ চনৰ প্ৰিন্সেছ অফ এষ্টোৰিয়াছ বঁটা প্ৰদান কৰা হৈছে ?
=> উত্তৰ:- অমৰ্ত্য কুমাৰ সেন


ASSAM GK

11 নং প্ৰশ্ন (-প্ৰশ্ন-) শেহতীয়াকৈ ৬৯ তম মিছ ইউনিভাৰ্ছ ২০২০ মুকুট কোনে জিকিছে ?
=> উত্তৰ:- এণ্ড্ৰিয়া মেজা


ASSAM GK

12 নং প্ৰশ্ন (-প্ৰশ্ন-) ভোডাফোন আইদিয়াই শেহতীয়াকৈ ইয়াৰ চিইঅ' কাক নিযুক্ত কৰিছে ?
=> উত্তৰ:- ৰীমা জৈন


ASSAM GK

13 নং প্ৰশ্ন (-প্ৰশ্ন-) চান্দ্ৰো তোমাৰৰ অলপতে মৃত্যু হৈছিল তেওঁ কোন আছিল ?
=> উত্তৰ:- চুটাৰ ()


ASSAM GK

14 নং প্ৰশ্ন (-প্ৰশ্ন-) শেহতীয়াকৈ কোনে মোনাকো গ্ৰেণ্ড প্ৰিক্স ২০২১ জিকিছে ?
=> উত্তৰ:- মেক্স বাস্তাপ্পান


ASSAM GK

15 নং প্ৰশ্ন (-প্ৰশ্ন-) শেহতীয়াকৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহ লাভ কৰিবলৈ কোন ৰাজ্যই এটা এপ মুকলি কৰিছে ?
=> উত্তৰ:- ত্ৰিপুৰা


ASSAM GK

16 নং প্ৰশ্ন (-প্ৰশ্ন-) শেহতীয়াকৈ কাক 'টেম্পলটন বঁটা ২০২১' প্ৰদান কৰা হৈছে ?
=> উত্তৰ:- জেন গুডাল


ASSAM GK

17 নং প্ৰশ্ন (-প্ৰশ্ন-) শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে ID প্ৰমাণ অবিহনে টিকাকৰণৰ অনুমতি দিছে ?
=> উত্তৰ:- উৰিষ্যা


ASSAM GK

18 নং প্ৰশ্ন (-প্ৰশ্ন-) কোনখন ৰাজ্য চৰকাৰে শেহতীয়াকৈ সাংবাদিক সকলৰ বাবে এটা বিনামূলীয়া টিকাকৰণ অভিযান আৰম্ভ কৰিছে ?
=> উত্তৰ:- দিল্লী


ASSAM GK

19 নং প্ৰশ্ন (-প্ৰশ্ন-) শেহতীয়াকৈ আৰ-বি-আই-ৰ নতুন ডেপুটি গভৰ্ণৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে ?
=> উত্তৰ:- টি ৰবি শংকৰ


ASSAM GK

20 নং প্ৰশ্ন (-প্ৰশ্ন-) কোনখন ৰাজ্য চৰকাৰে শেহতীয়াকৈ ইয়াৰ ২৫ খন চিটি বাছক এম্বুলেন্সলৈ ৰূপান্তৰ কৰিছে ?
=> উত্তৰ:- মহাৰাষ্ট্ৰ


ASSAM GK


Free GK PDF, Assam GK PDF, GK Quiz

এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -

Download Below

Download MCQ PDF - Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.