Current Affairs May 2021
For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-1)
এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক
1 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) কোন খন দেশে শেহতীয়াকৈ বিশ্বৰ সৈতে 80 নিযুত ভেকছিনৰ পালি ভাগ বতৰা কৰাৰ সিদ্ধান্ত লৈছে ?
=>
উত্তৰ:- আমেৰিকা যুক্তৰাষ্ট্ৰ
ASSAM GK
2 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) চোলি সোৰাবজীৰ অলপতে মৃত্যু হৈছিল তেওঁ কোন আছিল ?
=>
উত্তৰ:- এটৰ্নি জেনেৰেল
ASSAM GK
3 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) বাৰ্ক্লেজে শেহতীয়াকৈ বিত্তীয় বৰ্ষ ২২ ত ভাৰতৰ জি-ডি-পি- বৃদ্ধিৰ হাৰ কিমান শতাংশত আকলন কৰিছে ?
=>
উত্তৰ:- 10%
ASSAM GK
4 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) কোনখন ৰাজ্য চৰকাৰে শেহতীয়াকৈ ভাৰ্চুৱেল বিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰিছে ?
=>
উত্তৰ:- ছত্তীশগড়
ASSAM GK
5 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) শেহতীয়াকৈ ২০২১ চনৰ প্ৰথম তিনিমাহত বৈদ্যুতিক গাড়ীৰ বিক্ৰীৰ শতাংশ কিমান বৃদ্ধি পাইছে ?
=>
উত্তৰ:- 140%
ASSAM GK
6 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) গুগল ক্লাউডে শেহতীয়াকৈ 'ছেটেলাইট ইণ্টাৰনেট সেৱা' প্ৰদান কৰিবলৈ কাৰ সৈতে অংশগ্ৰহণ কৰিছে ?
=>
উত্তৰ:- স্পেচ এক্স
ASSAM GK
7 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে কোভিড-19 ৰ সময়ৰ পৰা চাৰ ধাম যাত্ৰা স্থগিত ৰাখিছে ?
=>
উত্তৰ:- উত্তৰাখণ্ড
ASSAM GK
8 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) নিয়াৰাগোংগো পৰ্বতত শেহতীয়াকৈ বিস্ফোৰণ হৈছে, ই কোনখন দেশত ?
=>
উত্তৰ:- কঙ্গো গণৰাজ্য
ASSAM GK
9 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) কোন খন দেশৰ টেনিছ খেলুৱৈ ৰোমান খাচানোভক শেহতীয়াকৈ দহ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে ?
=>
উত্তৰ:- কাজাখাস্তান
ASSAM GK
10 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) শেহতীয়াকৈ স্পেইনৰ দ্বাৰা কাক ২০২১ চনৰ প্ৰিন্সেছ অফ এষ্টোৰিয়াছ বঁটা প্ৰদান কৰা হৈছে ?
=>
উত্তৰ:- অমৰ্ত্য কুমাৰ সেন
ASSAM GK
11 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) শেহতীয়াকৈ ৬৯ তম মিছ ইউনিভাৰ্ছ ২০২০ মুকুট কোনে জিকিছে ?
=>
উত্তৰ:- এণ্ড্ৰিয়া মেজা
ASSAM GK
12 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) ভোডাফোন আইদিয়াই শেহতীয়াকৈ ইয়াৰ চিইঅ' কাক নিযুক্ত কৰিছে ?
=>
উত্তৰ:- ৰীমা জৈন
ASSAM GK
13 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) চান্দ্ৰো তোমাৰৰ অলপতে মৃত্যু হৈছিল তেওঁ কোন আছিল ?
=>
উত্তৰ:- চুটাৰ ()
ASSAM GK
14 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) শেহতীয়াকৈ কোনে মোনাকো গ্ৰেণ্ড প্ৰিক্স ২০২১ জিকিছে ?
=>
উত্তৰ:- মেক্স বাস্তাপ্পান
ASSAM GK
15 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) শেহতীয়াকৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহ লাভ কৰিবলৈ কোন ৰাজ্যই এটা এপ মুকলি কৰিছে ?
=>
উত্তৰ:- ত্ৰিপুৰা
ASSAM GK
16 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) শেহতীয়াকৈ কাক 'টেম্পলটন বঁটা ২০২১' প্ৰদান কৰা হৈছে ?
=>
উত্তৰ:- জেন গুডাল
ASSAM GK
17 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে ID প্ৰমাণ অবিহনে টিকাকৰণৰ অনুমতি দিছে ?
=>
উত্তৰ:- উৰিষ্যা
ASSAM GK
18 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) কোনখন ৰাজ্য চৰকাৰে শেহতীয়াকৈ সাংবাদিক সকলৰ বাবে এটা বিনামূলীয়া টিকাকৰণ অভিযান আৰম্ভ কৰিছে ?
=>
উত্তৰ:- দিল্লী
ASSAM GK
19 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) শেহতীয়াকৈ আৰ-বি-আই-ৰ নতুন ডেপুটি গভৰ্ণৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে ?
=>
উত্তৰ:- টি ৰবি শংকৰ
ASSAM GK
20 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) কোনখন ৰাজ্য চৰকাৰে শেহতীয়াকৈ ইয়াৰ ২৫ খন চিটি বাছক এম্বুলেন্সলৈ ৰূপান্তৰ কৰিছে ?
=>
উত্তৰ:- মহাৰাষ্ট্ৰ
ASSAM GK
- May 2021 Current Affairs with free PDF (Part-1)
- May 2021 Current Affairs with free PDF (Part-2)
- May 2021 Current Affairs with free PDF (Part-3)
- May 2021 Current Affairs with free PDF (Part-4)
- May 2021 Current Affairs with free PDF (Part-5)
- January 2021 Current Affairs with free PDF (Part-1)
- January 2021 Current Affairs with free PDF (Part-2)
- January 2021 Current Affairs with free PDF (Part-3)
- January 2021 Current Affairs with free PDF (Part-4)
- January 2021 Current Affairs with free PDF (Part-5)
- Assam GK Quiz with Free PDF (Part-1)
- Assam GK Quiz with Free PDF (Part-2)
- Assam GK Quiz with Free PDF (Part-3)
- Assam GK Quiz with Free PDF (Part-4)
- Assam GK Quiz with Free PDF (Part-5)
Free GK PDF, Assam GK PDF, GK Quiz
এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -
Download Below
Download MCQ PDF - Click Here