Current Affairs May 2021
For Assam Agriculture, PNRD, Assam Police, Forest, DECT, Railway & SSC Exam (Part-2)
এই প্ৰশ্নউত্তৰৰ PDF Download কৰিবৰ বাবে Question বোৰৰ একেবাৰে তলত যাওঁক
1 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) শেহতীয়াকৈ, অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে কোন ৰাজ্য চৰকাৰক ভেকছিনৰ পাইলট বিতৰণৰ বাবে ড্ৰোন ব্যৱহাৰ কৰিবলৈ অনুমতি দিছে ?
=>
উত্তৰ:- তেলেংগানা
ASSAM GK
2 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) কোলিনেট মাকোচোক শেহতীয়াকৈ কোনখন দেশত প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে ?
=>
উত্তৰ:- কঙ্গো গণৰাজ্য
ASSAM GK
3 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) কোনখন দেশৰ অলৰাউণ্ডাৰ থিচাৰা পেৰেৰাই শেহতীয়াকৈ অৱসৰ ঘোষণা কৰিছে ?
=>
উত্তৰ:- শ্ৰীলংকা
ASSAM GK
4 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) কোনখন ৰাজ্য চৰকাৰে শেহতীয়াকৈ অত্যাৱশ্যকীয় সেৱা তত্বাৱধান আইন প্ৰণয়ন কৰিছে ?
=>
উত্তৰ:- উত্তৰ প্ৰদেশ
ASSAM GK
5 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) কোনে অলপতে চন্দ্ৰত পানী বিচাৰি তেওঁৰ প্ৰথম ভ্ৰাম্যমাণ ৰবট প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছে ?
=>
উত্তৰ:- নাছা (NASA)
ASSAM GK
6 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) কে ভি আনন্দৰ অলপতে মৃত্যু হৈছিল তেওঁ কোন আছিল ?
=>
উত্তৰ:- পৰিচালক
ASSAM GK
7 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) শেহতীয়াকৈ কেতিয়া 'আন্তৰ্জাতিক পাৰিবাৰিক দিৱস' পালন কৰা হৈছে ?
=>
উত্তৰ:- মে ১৫
ASSAM GK
8 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) কোনখন দেশে শেহতীয়াকৈ সংশ্লেষিত কেনবিনইড নিষিদ্ধ কৰিছে ?
=>
উত্তৰ:- চীন
ASSAM GK
9 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) শেহতীয়াকৈ, কোন খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সকলো জিলাতে অভিভাৱক মন্ত্ৰী নিযুক্ত কৰিছে ?
=>
উত্তৰ:- অসম
ASSAM GK
10 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) মক্টাৰ ওনে শেহতীয়াকৈ পুনৰ কোনখন দেশৰ প্ৰধানমন্ত্ৰী হৈছে ?
=>
উত্তৰ:- মালি
ASSAM GK
11 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) বিমান বন্দোপাধ্যায় শেহতীয়াকৈ কোনখন ৰাজ্যৰ বিধান সভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে ?
=>
উত্তৰ:- পশ্চিম বংগ
ASSAM GK
12 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) শেহতীয়াকৈ ভাৰতৰ তৃতীয় সৰ্ববৃহৎ আই-টি-কোম্পানী কোনটো হৈছে ?
=>
উত্তৰ:- উইপ্ৰো
ASSAM GK
13 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) এছিয়ান গেমছ ১৯৮২ ৰ কোন স্বৰ্ণ পদক বিজয়ীৰ শেহতীয়াকৈ মৃত্যু হৈছে ?
=>
উত্তৰ:- গোলাম মুহম্মদ খান
ASSAM GK
14 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) শেহতীয়াকৈ নিউয়ৰ্ক চিটি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত কোনে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল ?
=>
উত্তৰ:- অনুপম খেৰ
ASSAM GK
15 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) কোন মন্ত্ৰালয়ে শেহতীয়াকৈ 'বি উইথ যোগ, বি এট হোম' ৰ ওপৰত এটা ৱেবিনাৰ শৃংখলা আয়োজন কৰিছে ?
=>
উত্তৰ:- আয়ুষ মন্ত্ৰালয়
ASSAM GK
16 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) কোনখন ৰাজ্য চৰকাৰে শেহতীয়াকৈ কৰ্মৰত পেছাদাৰী সাংবাদিক সকলক ফ্ৰণ্টলাইন কোভিড যোদ্ধা হিচাপে ঘোষণা কৰিছে ?
=>
উত্তৰ:- উৰিষ্যা
ASSAM GK
17 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) শেহতীয়াকৈ, ভাৰত আৰু কোনখন দেশে সামৰিক সহযোগিতাৰ লগতে সামুদ্ৰিক বিষয়ত বুজাবুজিৰ চুক্তি নৱীকৰণ কৰিছে ?
=>
উত্তৰ:- ওমান
ASSAM GK
18 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) শেহতীয়াকৈ, কোনখন ৰাজ্যৰ বন বিভাগে চিৰিয়াখানাৰ ৰক্ষক সকলৰ বাবে আৰ-টি-পি-চি-আৰ পৰীক্ষা বাধ্যতামূলক কৰিছে ?
=>
উত্তৰ:- মধ্য প্ৰদেশ
ASSAM GK
19 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) শেহতীয়াকৈ, অজন্তা নেয়োগ কোনখন ৰাজ্যৰ প্ৰথম মহিলা বিত্ত মন্ত্ৰী হৈছে ?
=>
উত্তৰ:- অসম
ASSAM GK
20 নং প্ৰশ্ন➤
(-প্ৰশ্ন-) কোনখন ৰাজ্য চৰকাৰে শেহতীয়াকৈ ৰাষ্ট্ৰীয় ঔষধি উদ্ভিদ প্ৰতিষ্ঠান স্থাপনৰ কথা ঘোষণা কৰিছে ?
=>
উত্তৰ:- মহাৰাষ্ট্ৰ
ASSAM GK
- May 2021 Current Affairs with free PDF (Part-1)
- May 2021 Current Affairs with free PDF (Part-2)
- May 2021 Current Affairs with free PDF (Part-3)
- May 2021 Current Affairs with free PDF (Part-4)
- May 2021 Current Affairs with free PDF (Part-5)
- January 2021 Current Affairs with free PDF (Part-1)
- January 2021 Current Affairs with free PDF (Part-2)
- January 2021 Current Affairs with free PDF (Part-3)
- January 2021 Current Affairs with free PDF (Part-4)
- January 2021 Current Affairs with free PDF (Part-5)
- Assam GK Quiz with Free PDF (Part-1)
- Assam GK Quiz with Free PDF (Part-2)
- Assam GK Quiz with Free PDF (Part-3)
- Assam GK Quiz with Free PDF (Part-4)
- Assam GK Quiz with Free PDF (Part-5)
Free GK PDF, Assam GK PDF, GK Quiz
এই প্ৰশ্ন-উত্তৰৰ PDF Download ৰ লিংক তলত দিয়া হৈছে -
Download Below
Download MCQ PDF - Click Here